Chapter 13


  উদ্ভিদৰ পৰা পোৱা বস্তু


১) মানুহে আহাৰ উদ্ভিদৰ পৰাই পায় ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


২) কিহৰ পৰা সূতা তৈয়াৰ কৰা হয় ?

ক) বাহঁৰ পৰা

খ) কপাহৰ পৰা

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) কপাহৰ পৰা


৩) আহাৰে কাম কৰিবলৈ কি দিয়ে ?

ক) শক্তি আৰু জোৰ

খ) ডাঙৰ দীঘল হবলৈ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শক্তি আৰু জোৰ


৪) ঘৰচীয়া জন্তুবোৰৰ নাম লিখা ?

ক) কাউৰী, মাছ, কাছৰ

খ) গৰু, ম'হ, ঘোঁৰা

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) গৰু, ম'হ, ঘোঁৰা


৫) শৰীৰৰ বাবে বায়ু লোৱা অক্সিজেন কেইটাৰ নাম হ'ল কাৰ্বন- ডাই-অক্সিইড, অক্সিজেন ? 

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


৬) উদ্ভিদ নাথাকিলে জীৱ - জন্তু জীয়াই থাকিব ?

ক) পাৰে

খ) নোৱাৰে

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) নোৱাৰে


৭) উদ্ভিদে বায়ু পৰিস্কাৰ কৰি ৰাখে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


৮) গছে কি অক্সিজেন লয় ?

ক) কাৰ্বন ডাই অক্সাইড

খ) অক্সিজেন

গ) ইয়াৰ ভিতৰত এটৈও নহয়

Ans: ক) কাৰ্বন ডাই অক্সাইড


৯) পৃথিৱীৰ অসংথখাযবিধ উদ্ভিদ আছে ?

ক) হয়

খ) নহয়

গ) ইয়াৰ ভিতৰত এটাও নহয়

 Ans: ক) হয়


১০) মানুহে নিজে কাপোৰ তৈয়াৰ কৰে ?

ক) শুদ্ধ

খ) অশুদ্ধ

 গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ