Chapter 16 

মানুহৰ স্বাস্থ্য


১) ভাল স্বাস্থ্য বাবে পুষ্টিকৰ খাদ্য প্ৰয়োজন ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়ৈাৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


২) মানুহৰ শৰীৰৰ বিভিন্ন অংশবোৰক কি বোলে ?

ক) শৰীৰ

খ) অংগ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) অংগ


৩) শৰীৰৰ বিভিন্ন অংগ গঠন হ'বলৈ প্ৰয়োজনীয় বস্তুক পুষ্টিকৰ বস্তু বোলে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


৪) প্ৰতেক অংগৰে একোটা কি কৰে?

ক) কাম কৰে

খ) শক্তি দিয়ে

গ) ইয়াৰ বিতৰত এটাও নহয়

Ans: ক) কাম কৰে


৫) পুষ্টিকৰ খাদ্য লগতে মানুহে কি খাব লাগে ?

ক) ভাল বস্তু খাব লাগে

খ) পৰিস্কাৰ পানী খাব লাগে

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) পৰিস্কাৰ পানী খাব লাগে


৬)  শাক- পাচলি আমি কৰ পৰা পাওঁ ?

ক) খেতি পথাৰ বা বাৰীত

খ) ৰাস্তাত বা পানীত

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) পৰিস্কাৰ পানী খাব লাগে


৭) খোৱা পানী পৰিষ্কাৰ ন'হলে ইয়াতো বহুতো বেমাৰ বীজাণু নাথাকে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটীাও নহয়

Ans: খ) অশুদ্ধ


 ৮) টোপনি ভাল ন'হলে স্বাস্থ্য ভালে নাথাকিব ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ বিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


৯) মানুহে কিয় আহাৰ খাব লাগে  ?

ক) শক্তি

খ) বেমাৰ

গ) ইয়াৰ ভিতৰত এটাও নহয়

 Ans: ক) শক্তি


১০) সদায় গা-মূৰ ধুই চাফ চিকুণ হৈ থাকিব লাগে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ