Chapter 17
প্ৰাথমিক চিকৎসা
১) আমাক কাটিলে হথাতে তেজ ওলাই ?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুদ্ধ
২) হাত- ভৰি মোচোকা খালে বা ভাঙিলে কি কৰিব লাগে ?
ক) মালিছ কৰিব লাগে
খ) একো কৰিব নালাগে
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) একো কৰিব নালাগে
৩) হাত - ভৰি কিবা কিবি হ'ল আমি ক'লৈ যাব লাগে ?
ক) ঘৰলৈ
খ) চিকিৎসা লৈ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: খ) চিকিৎসা লৈ
৪) প্ৰাথমিক চিকিৎসা কাক বোলে ?
ক) দুখ পোৱা লগে লগে যি চিকিৎসা দিয়া হয় তাকে
খ) দুখ পোৱা লগে লগে যি কাম কৰে হয় তাকে
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) দুখ পোৱা লগে লগে যি চিকিৎসা দিয়া হয় তাকে
৫) কেইজন মানুহে চোৱা - চিতাখিনি কৰিব লাগে ?
ক) ২ জন
খ) ৩ জন
গ) ৪ জন
Ans: ক) ২ জন
৬) দুখ পালে লগে লগে কিছুমান কাম কৰিব লাগে ?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুদ্ধ
৭) জুয়ে পুৰিলে লগে লগে পোৰা ঠাই কিনি কি কৰিব লাগে ?
ক) চাফা আৰু ঠাণ্ডা পানীৰে ধুব লাগে
খ) ধুব লাগে বা জুবুৰিয়াই থ ব লাগে
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) চাফা আৰু ঠাণ্ডা পানীৰে ধুব লাগে
৮) বৰল, মৌমাখি বা পোক - পৰুৱা কামোৰিলে কি লাগি থাকে ?
ক) শুং
খ) ভৰি
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুং
৯) মানুহজন কিবা কিবি হ'লে যথেষ্ট কিমান পৰা মুকলি বতাহ পায় সহজে উশাহ- নিশাহ ল'ব লাগে ?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
Ans: ক) শুদ্ধ
১০) চিকিৎসকৰ পৰামৰ্শমতে ঔষধ- পাতি দিব লাগে ?
ক) শুদ্ধ
খ) অশুদ্ধ
গ) ইয়াৰ ভিতৰত এটাও নহয়
0 Comments