Chapter 17 

প্ৰাথমিক চিকৎসা


১) আমাক কাটিলে হথাতে তেজ ওলাই ? 

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


২) হাত- ভৰি মোচোকা খালে বা ভাঙিলে কি কৰিব লাগে ?

ক) মালিছ কৰিব লাগে

খ) একো কৰিব নালাগে

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) একো কৰিব নালাগে


৩) হাত - ভৰি কিবা কিবি হ'ল আমি ক'লৈ যাব লাগে  ?

ক) ঘৰলৈ

খ) চিকিৎসা লৈ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) চিকিৎসা লৈ


৪) প্ৰাথমিক চিকিৎসা কাক বোলে ?

ক) দুখ পোৱা লগে লগে যি চিকিৎসা দিয়া হয় তাকে

খ) দুখ পোৱা লগে লগে যি কাম কৰে হয় তাকে

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) দুখ পোৱা লগে লগে যি চিকিৎসা দিয়া হয় তাকে


৫) কেইজন মানুহে চোৱা - চিতাখিনি কৰিব লাগে ?

ক) ২ জন

খ) ৩ জন

গ) ৪ জন

Ans: ক) ২ জন


৬) দুখ পালে লগে লগে কিছুমান কাম কৰিব লাগে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


৭) জুয়ে পুৰিলে লগে লগে পোৰা ঠাই কিনি কি কৰিব লাগে ?

ক) চাফা আৰু ঠাণ্ডা পানীৰে ধুব লাগে

খ) ধুব লাগে বা জুবুৰিয়াই থ ব লাগে

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) চাফা আৰু ঠাণ্ডা পানীৰে ধুব লাগে


৮) বৰল, মৌমাখি বা পোক - পৰুৱা কামোৰিলে কি লাগি থাকে ?

ক) শুং

খ) ভৰি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুং


৯) মানুহজন কিবা কিবি হ'লে যথেষ্ট কিমান পৰা মুকলি বতাহ পায় সহজে উশাহ- নিশাহ ল'ব লাগে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

 Ans: ক) শুদ্ধ


১০) চিকিৎসকৰ পৰামৰ্শমতে ঔষধ- পাতি দিব লাগে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ