Chapter 2

 বিশ্বামিত্ৰ পৰিকল্পনা



১। আমাৰ দেশৰ নাম কি ?

(ক) আমেৰিকা

(খ) ভাৰতবৰ্ষ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) ভাৰতবৰ্ষ ।


২। ভাৰতৰ দক্ষিণফালে কি আছে ?

(ক) দ্বিপ

(খ) ৰাজ্য

(গ) দেশ

উত্তৰ- (ক) দ্বিপ ।


৩। ত্ৰেতাযুগত কোনে লঙ্কাত ৰাজত্ব কৰিছিল ?

(ক) ৰামে

(খ) ৰাৱণে

(গ) লক্ষ্মণে

উত্তৰ- (খ) ৰাৱণে ।


৪। ভাৰতৰ কোন দিশে লঙ্কা দ্বিপ অৱস্থিত ?

(ক) পূৱফালে

(খ) পশ্চিমফালে

(গ) দক্ষিণফালে

উত্তৰ- (গ) দক্ষিণফালে ।


৫। ৰাৱণক কি বুলি কোৱা হৈছিল ?

(ক) ৰাক্ষস

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ভগৱাণ

উত্তৰ- (ক) ৰাক্ষস ।


৬। ৰাৱণ কেইখন মূখ আছিল ?

(ক) ২০ খন

(খ) ১০ খন

(গ) ৫ খন

উত্তৰ- (খ) ১০ খন ।


৭। ৰাৱণৰ ভায়েক দুজনৰ নাম কি ?

(ক) ৰাম আৰু লক্ষ্মণ

(খ) কুম্ভকৰ্ণ আৰু বিভীষণ

(গ) ভৰত আৰু শক্ৰঘ্ন

উত্তৰ- (খ) কুম্ভকৰ্ণ আৰু বিভীষণ ।


৮। ৰাৱণৰ ভনিয়েক নাম কি ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) সীতা

(গ) শূৰ্পনখা

উত্তৰ- (গ) শূৰ্পনখা ।


৯। বিশ্বামিত্ৰ  কোন আছিল ?

(ক) মুৰ্খ আৰু অজ্ঞানী

(খ) জ্ঞানী আৰু তপস্বী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) জ্ঞানী আৰু তপস্বী ।


১০। দশৰথ ৰজাৰ গুৰুৰ নাম কি ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) বিশ্বামিত্ৰ

(গ) বশিষ্ঠমুনি

উত্তৰ- (গ) বশিষ্ঠমুনি


Type: Pompi Hazarika