Chapter 2
বিশ্বামিত্ৰ পৰিকল্পনা
১। আমাৰ দেশৰ নাম কি ?
(ক) আমেৰিকা
(খ) ভাৰতবৰ্ষ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) ভাৰতবৰ্ষ ।
২। ভাৰতৰ দক্ষিণফালে কি আছে ?
(ক) দ্বিপ
(খ) ৰাজ্য
(গ) দেশ
উত্তৰ- (ক) দ্বিপ ।
৩। ত্ৰেতাযুগত কোনে লঙ্কাত ৰাজত্ব কৰিছিল ?
(ক) ৰামে
(খ) ৰাৱণে
(গ) লক্ষ্মণে
উত্তৰ- (খ) ৰাৱণে ।
৪। ভাৰতৰ কোন দিশে লঙ্কা দ্বিপ অৱস্থিত ?
(ক) পূৱফালে
(খ) পশ্চিমফালে
(গ) দক্ষিণফালে
উত্তৰ- (গ) দক্ষিণফালে ।
৫। ৰাৱণক কি বুলি কোৱা হৈছিল ?
(ক) ৰাক্ষস
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ভগৱাণ
উত্তৰ- (ক) ৰাক্ষস ।
৬। ৰাৱণ কেইখন মূখ আছিল ?
(ক) ২০ খন
(খ) ১০ খন
(গ) ৫ খন
উত্তৰ- (খ) ১০ খন ।
৭। ৰাৱণৰ ভায়েক দুজনৰ নাম কি ?
(ক) ৰাম আৰু লক্ষ্মণ
(খ) কুম্ভকৰ্ণ আৰু বিভীষণ
(গ) ভৰত আৰু শক্ৰঘ্ন
উত্তৰ- (খ) কুম্ভকৰ্ণ আৰু বিভীষণ ।
৮। ৰাৱণৰ ভনিয়েক নাম কি ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) সীতা
(গ) শূৰ্পনখা
উত্তৰ- (গ) শূৰ্পনখা ।
৯। বিশ্বামিত্ৰ কোন আছিল ?
(ক) মুৰ্খ আৰু অজ্ঞানী
(খ) জ্ঞানী আৰু তপস্বী
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) জ্ঞানী আৰু তপস্বী ।
১০। দশৰথ ৰজাৰ গুৰুৰ নাম কি ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) বিশ্বামিত্ৰ
(গ) বশিষ্ঠমুনি
উত্তৰ- (গ) বশিষ্ঠমুনি
Type: Pompi Hazarika