Chapter 3
তাড়কা বধ
১। আশ্ৰমলৈ যোৱাৰ পথত কেনেকুৱা অৰণ্য আছিল ?
(ক) সুন্দৰ অৰণ্য
(খ) ভয়ানক অৰণ্য
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) ভয়ানক অৰণ্য ।
২। এই অৰণ্যত কেনেকুৱা মানুহ আছিল ?
(ক) চোৰ আৰু ডকাইতি মানুহ
(খ) বহুত ভাল মানুহ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) চোৰ আৰু ডকাইতি মানুহ ।
৩। সেই বনত ৰাক্ষসকলৰ ৰাণী নাম কি আছিল ?
(ক) সীতা
(খ) তাড়কা
(গ) কৈকেই
উত্তৰ- (খ) তাড়কা ।
৪। তাই ভায়েকৰ নাম কি আছিল ?
(ক) মাৰীচ
(খ) কনিষ্ক
(গ) বাণ
উত্তৰ- (ক) মাৰীচ ।
৫। তাড়কা কেনেকুৱা তিৰোতা আছিল ?
(ক) ভাল তিৰোতা
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) দুষ্ট তিৰোতা
উত্তৰ- (গ) দুষ্ট তিৰোতা ।
৬। তাই কাক মাৰি খাইছিল ?
(ক) জন্তু
(খ) মানুহ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) মানুহ ।
৭। বিশ্বামিত্ৰ কাক আশ্ৰমত লৈ গৈছিল ?
(ক) ৰাম আৰু লক্ষ্মণ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ভৰত আৰু শত্ৰুঘ্ন
উত্তৰ- (ক) ৰাম আৰু লক্ষ্মণ ।
৮। বিশ্বামিত্ৰ আশ্ৰমতৰ নাম কি আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) সিদ্ধাশ্ৰম
(গ) গোৱিধাশ্ৰম
উত্তৰ- (খ) সিদ্ধাশ্ৰম ।
৯। যজ্ঞ নষ্ট হোৱা দেখি কাৰ খং উঠিছিল ?
(ক) ৰাম
(খ) বিশ্বামিত্ৰ
(গ) লক্ষ্মণৰ
উত্তৰ- (ক) ৰাম ।
১০। তাড়কাৰ ক’ত কাঁড় লাগিছিল ?
(ক) ভৰিত
(খ) হাতত
(গ) বুকুত
উত্তৰ- (গ) বুকুত ।
DABP007861
Type: Pompi Hazarika
0 Comments