আগতে নিজে নিকা হ’

Chapter 12


 ১। আগতে নিজে নিকা হ’ পদ্যটিৰ ৰচক কোন?

(ক)মিত্ৰদেৱ মহন্ত

(খ)অম্বিকাগিৰী ৰায়চৌধুৰী

(গ)নৱকান্ত বৰুৱা

উত্তৰঃ (খ)অম্বিকাগিৰী ৰায়চৌধুৰী


২। কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ’বলৈ কৈছে?

(ক)নিকা হ’বলৈ

(খ)লেতেৰা হ’বলৈ

(গ)জ্ঞানী হ’বলৈ

উত্তৰঃ (ক)নিকা হ’বলৈ


৩। ভাঙিব লাগিব শিল কবিতাটো কোনে ৰচনা কৰিছিল?

(ক)নৱকান্ত বৰুৱাই

(খ)মিত্ৰদেৱ মহন্তই

(গ)অম্বিকাগিৰী ৰায়চৌধুৰীয়ে

উত্তৰঃ (গ)অম্বিকাগিৰী ৰায়চৌধুৰীয়ে


৪। সত্য শব্দৰ বিপৰীত অৰ্থ কি?

(ক)অসত্য

(খ)সত্য

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)অসত্য


৫। ক্ষত-বিক্ষত অঙ্গ আৱৰি মুখেদি কি বাগৰি পৰিব?

(ক)কথা

(খ)ৰক্ত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)ৰক্ত


৬। নিকা শব্দৰ অৰ্থ কি?

(ক)পৰিস্কাৰ

(খ)অপৰিস্কাৰ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)পৰিস্কাৰ


৭। নিজৰ শব্দৰ বিপৰীত অৰ্থ কি?

(ক)নিজ

(খ)পৰৰ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)পৰৰ


৮। প্ৰখালি শব্দৰ অৰ্থ কি?

(ক)পানীৰ দ্বাৰা নিকা কৰি

(খ)চাফা

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)পানীৰ দ্বাৰা নিকা কৰি


৯। দৃঢ়তা শব্দৰ অৰ্থ কি?

(ক)অমনোযোগী

(খ)সংকল্পবদ্ধতা

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)সংকল্পবদ্ধতা


১০। আত্মিক শব্দৰ অৰ্থ কি?

(ক)ইজনে সিজনৰ মনৰ বা আত্মাৰ ওচৰ চপা

(খ)ইজনে সিজনৰ মনৰ বা আত্মাৰ ওচৰ নচপা

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)ইজনে সিজনৰ মনৰ বা আত্মাৰ ওচৰ চপা