Chapter- 12

বিদ্য়ুৎ


১। গ্ৰিক ভাষাত এম্বাৰক কি বোলে ?

(ক) বিদ্য়ুৎ

(খ) ইলেকট্ৰন

(গ) এটাও নহয়

উত্তৰ- (খ) ইলেকট্ৰন ।


২। ‘ইলেকট্ৰিছিটিৰ’ অসমীয়া প্ৰতিশব্দ কি ?

(ক) বিদ্য়ুৎ

(খ) ইলেকট্ৰন

(গ) এটাও নহয়

উত্তৰ- (ক) বিদ্য়ুৎ ।


৩। ঘৰ্ষণৰ ফলত বিদ্য়ুৎযুক্ত হবলৈ কেইবিধ পদাৰ্থ দৰকাৰ ?

(ক) ৩ বিধ

(খ) ২বিধ

(গ) ৫ বিধ

উত্তৰ- (খ) ২বিধ ।


৪। বৈদ্য়ুতিক আধান কেই ধৰণৰ ?

(ক) ৩ ধৰণৰ

(খ) ২ ধৰণৰ

(গ) ৫ ধৰণৰ

উত্তৰ- (খ) ২ ধৰণৰ ।


৫। ঋণাত্মক আধানক কি চিনেৰে বুজোৱ হয় ?

(ক) ‘—‘ চিনেৰে

(খ) ‘+’ চিনেৰে

(গ) ‘x’ চিনেৰে

উত্তৰ- (ক) ‘—‘ চিনেৰে ।


৬। ধনাত্মক আধানক কি চিনেৰে বুজোৱা হয় ?

(ক) ‘+’ চিনেৰে

(খ) ‘—‘ চিনেৰে

(গ) ‘x’ চিনেৰে

উত্তৰ- (ক) ‘+’ চিনেৰে ।


৭। স্বাভাৱিক অৱস্থাত পৰমাণু এটাৰ মুঠ আধানৰ মান কিমান ?

(ক) পাঁছ

(খ) শূন্য়

(গ) এক

উত্তৰ- (খ) শূন্য় ।


৮। পৰমানু লগ লাগি কি গঠন হয় ?

(ক) নিউক্লিয়াছ

(খ) অনু

(গ) এটাও নহয়

উত্তৰ- (খ) অনু ।


৯। বিদ্য়ুৎপ্ৰবাহ জুখিবলৈ ব্য়ৱহাৰ কৰা একক কি?

(ক) ভ’ল্টমিটাৰ

(খ) এম্পিয়াৰ

(গ) এমিটাৰ

উত্তৰ- (খ) এম্পিয়াৰ ।


১০। বিদ্য়ুৎপ্ৰবাহৰ প্ৰয়োগ কাৰ জীৱনত বহুত?

(ক) মোৰ

(খ) তোমালোকৰ

(গ) আমাৰ

উত্তৰ- (গ) আমাৰ ।


১১। সচৰাচৰ ব্য়ৱহাৰ কৰা বিদ্য়ুৎপ্ৰবাহ ধাতুৰ তাঁৰ বা পৰিবাহীৰে চালিত হয়নে?

(ক) নহয়

(খ) হয়

উত্তৰ- (খ) হয় ।


১২। ইলেকট্ৰনতকৈ গধুৰ আহিত কণিকা কি?

(ক) পানী

(খ) ৰন্ধন

(গ) আয়ন

উত্তৰ- (গ) আয়ন ।


১৩। প্ৰবাহ শব্দটোৱে কোনো বস্তুৰ কিহক বুজায়?

(ক) পানীক

(খ) নদীক

(গ) সোঁতক

উত্তৰ- (গ) সোঁতক ।


১৪। টৰ্চলাইটৰ বাল্বৰ প্ৰায় কিমান ৱাট?

(ক) 2 ৱাট

(খ) 1 ৱাট

(গ) 3 ৱাট

উত্তৰ- (খ) 1 ৱাট ।


১৫। জেনেৰেটৰৰ তাঁৰৰ কুণ্ডলীটো ঘূৰাবলৈ সচৰাচৰ কিমান ধৰণৰ শক্তি ব্য়ৱহাৰ কৰা হয়?

(ক) ছয় ধৰণৰ

(খ) এক ধৰণৰ

(গ) তিনি ধৰণৰ

উত্তৰ- (গ) তিনি ধৰণৰ ।


১৬। প্ৰৱাহৰ আৰু বিভবভেদৰ মান পূৰণ কৰিলে কি মান পোৱা যায়?

(ক) বৈদ্য়ুতিক মান পোৱা যায়

(খ) শক্তিৰ মান পোৱা যায়

(গ) ক্ষমতাৰ মান পোৱা যায়

উত্তৰ- (গ) ক্ষমতাৰ মান পোৱা যায় ।


১৭। বৈদ্য়ুতিক ক্ষমতা একক কি?

(ক) শক্তি

(খ) ৱাট

(গ) ছেকেণ্ড

উত্তৰ- (খ) ৱাট ।


১৮। ঘৰুৱা বৈদ্য়ুতিক বাল্ব কিমানৰ পৰা কিমানলৈ ৱাট আছে?

(ক) 500ৰ পৰা 1000 ৱাটলৈ

(খ) 40ৰ পৰা 100 ৱাটলৈ

(গ) 150ৰ পৰা 175 ৱাটলৈ

উত্তৰ- (খ) 40ৰ পৰা 100 ৱাটলৈ ।


১৯। 4টা 100 ৱাৰ্টৰ বাল্ৱ দিনে 6 ঘণ্টাকৈ কিমান দিনৰ বাবে জ্বলে? 

(ক) 45 দিনৰ বাবে

(খ) 30 দিনৰ বাবে

(গ) 22 দিনৰ বাবে

উত্তৰ- (খ) 30 দিনৰ বাবে ।


২০। বৈদ্য়ুতিক শক্তিৰ একক কি?

(ক) ক্ষমতা

(খ) ৱাট

(গ) ৱাট-ছেকেণ্ড

উত্তৰ- (গ) ৱাট-ছেকেণ্ড ।


Type: Pompi Hazarika