ভূ- পৃষ্ঠৰ পৰিৱৰ্তন

Chapter 1

১। গ্ৰাব কেই প্ৰকাৰৰ ?

(ক) ২ প্ৰকাৰৰ

(খ) ৩ প্ৰকাৰৰ 

(গ) ৪ প্ৰকাৰৰ

(ঘ) ৫ প্ৰকাৰৰ

উত্তৰঃ (গ) ৪ প্ৰকাৰৰ


২। হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰৰ ?

(ক) ৪ প্ৰকাৰৰ

(খ) ৬ প্ৰকাৰৰ

(গ) ২ প্ৰকাৰৰ

(ঘ) ৫ প্ৰকাৰৰ

উত্তৰঃ (গ) ২ প্ৰকাৰৰ


৩। তলৰ কোনটো অৱক্ষেপণজনিত অৱয়ব ?

(ক) ইয়াৰদাং

(খ) ইনছেলবাৰ্গ

(গ) দ্ৰামলিন

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) দ্ৰামলিন


৪। পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ জলভাগেৰে আগুৰি আছে ?

(ক) ৭২ শতাংশ

(খ) ৭৫ শতাংশ

(গ) ৭১ শতাংশ

(ঘ) ৭৩ শতাংশ

উত্তৰঃ (গ) ৭১ শতাংশ


৫। তলৰ কোনটো আভ্যন্তৰীণ কাৰক ?

(ক) নদী

(খ) ভূমিকম্প

(গ) বতাহ

(ঘ) সাগৰৰ ঢৌ

উত্তৰঃ (খ) ভূমিকম্প


৬। নদীৰ কাৰ্যক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হয় ?

(ক) ৩ টা

(খ) ৫ টা

(গ) ৬ টা

(ঘ) ৪ টা

উত্তৰঃ (ক) ৩ টা


৭। ইনছেলবাৰ্গ শব্দটো ক’ৰ পৰা আহিছে ?

(ক) গ্ৰীক

(খ) জাৰ্মান

(গ) আৰবী

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জাৰ্মান


৮। পৃথিৱীৰ উপকূলৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান ?

(ক) ০.৯ নিযুত কিলোমিটাৰ

(খ) ০.৭ নিযুত কিলোমিটাৰ

(গ) ০.৫ নিযুত কিলোমিটাৰ

(ঘ) ০.৬ নিযুত কিলোমিটাৰ

উত্তৰঃ (গ) ০.৫ নিযুত কিলোমিটাৰ


৯। নদীয়ে সাধাৰণতে কেই ধৰণে গেদ কঢ়িয়ায় ?

(ক) ৩

(খ) ৪

(গ) ৫

(ঘ) ৬

উত্তৰঃ (ক) ৩


১০। ৰ’কি পৰ্বত মালা ক’ত অৱস্থিত ?

(ক) উওৰ অমেৰিকা

(খ) দক্ষিণ আমেৰিকা

(গ) ইউৰোপ

(ঘ) এছিয়া

উত্তৰঃ (ক) উওৰ আমেৰিকা


১১। আল্পছ পৰ্বত মালা ক’ত অৱস্থিত ?

(ক) আফ্ৰিকা

(খ) ইউৰোপ

(ঘ) উওৰ আমেৰিকা

(গ) দক্ষিণ আমেৰিকা

উত্তৰঃ (খ) ইউৰোপ


১২। বায়ুৰ চাপ কি যন্ত্ৰৰ সহায়ত জোখা হয়?

(ক) এনিম’মিটাৰ

(খ) বেৰমিটাৰ

(গ) থাৰ্মমিটাৰ

উত্তৰঃ (খ) বেৰমিটাৰ


১৩। বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ প্ৰধান কাৰণ কেইটা?

(ক) ৩টা

(খ) ২টা

(গ) ১টা

উত্তৰঃ (খ) ২টা


১৪। বায়ুৰ চাপ কেইপ্ৰকাৰৰ?

(ক) ২ প্ৰকাৰৰ

(খ) ৩ প্ৰকাৰৰ

(গ) ১ প্ৰকাৰৰ

উত্তৰঃ (ক) ২ প্ৰকাৰৰ


১৫। বায়ুৰ চাপ বলয় কেইটা?

(ক) ১ টা

(খ) ৫ টা

(গ) ৪ টা

উত্তৰঃ (গ) ৪ টা


১৬। বিষুৱৰেখা কিমান ডিগ্ৰী অক্ষাংশৰ মাজত থাকে?

(ক) ৪০ উঃ, ৪০ দঃ

(খ) ১০ উঃ, ১০দঃ

(গ) ২০ উঃ২০দঃ

উত্তৰঃ (খ) ১০ উঃ, ১০দঃ


১৭। বায়ুৰ গতি কেইপ্ৰকাৰৰ?

(ক) তিনি প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ (খ) দুই প্ৰকাৰৰ


১৮। নিৰক্ষীয় নিম্নচাপ বলয়ৰ ইংৰাজী নামটো-

(ক) Sub- Tropical Hight Pressure Belt

(খ) Equatorial Low Pressure Belt

(গ) Polar High Pressure Belt

উত্তৰঃ (খ) Equatorial Low Pressure Belt


১৯। বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি?

(ক) বেৰোমিটাৰ

(খ) এনিম’মিটাৰ

(গ) থাৰ্মমিটাৰ

উত্তৰঃ (খ) এনিম’মিটাৰ