ভাৰতবৰ্ষৰ ভূগোল

১। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান ?

(ক) ১৫,২০০ কিলোমিটাৰ

(খ) ২৫,২৫০ কিলোমিটাৰ

(গ) ২০,২২০ কিলোমিটাৰ

(ঘ) ১৮,৩০০ কিলোমিটাৰ

উত্তৰঃ (ক) ১৫,২০০ কিলোমিটাৰ


২। ভাৰতবৰ্ষ আকাৰত পৃথিৱীৰ দেশসমূহৰ ভিতৰত কিমান স্থানত আছে ?

(ক) চতুৰ্থ

(খ) পঞ্চম

(গ) ষষ্ঠ

(ঘ) সপ্তম

উত্তৰঃ (ঘ) সপ্তম


৩। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান ?

(ক) ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ

(খ) ৫,০০,০০০ বৰ্গ কিলোমিটাৰ

(গ) ৩,৫৭,০০০ বৰ্গ কিলোমিটাৰ

(ঘ) ৪,২৭৮,১৪৫ বৰ্গ কিলোমিটাৰ

উত্তৰঃ (ক) ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ


৪। ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা ?

(ক) ৩ টা

(খ) ৪ টা

(গ) ৫ টা

(ঘ) ৬ টা

উত্তৰঃ (খ) ৪ টা


৫। ভাৰতত বছৰটোত প্ৰধানকৈ কেইটা ঋতু অনুভূত হয় ?

(ক) ৩ টা

(খ) ৪ টা

(গ) ৫ টা

(ঘ) ৬ টা

উত্তৰঃ (খ) ৪ টা


৬। ভাৰতবৰ্ষ বৰ্তমান ৰাজ্য কেইখন ?

(ক) ২৭ খন

(খ) ২৯ খন

(গ) ৩২ খন

(ঘ) ৩৩ খন

উত্তৰঃ (খ) ২৯ খন


৭। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান ?

(ক) ৩,১২,০৫,৫৭৬ জন

(খ) ৩,১৪,০৫,৫৬৭ জন

(গ) ২,২৮,০৯,৬৭৮ জন

(ঘ) ১,২৪,০৬,৪৫৯ জন

উত্তৰঃ (ক) ৩,১২,০৫,৫৭৬ জন


৮। ভাৰতৰ উদ্ভিদ সমূহক সাধাৰণতে কেইটা ভাগত বিভক্ত কৰা হৈছে ?

(ক) ৫ টা

(খ) ৬ টা

(গ) ৭ টা

(ঘ) ৯ টা

উত্তৰঃ (খ) ৬ টা


৯। ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান ?

(ক) ৫,২০০ কিলোমিটাৰ

(খ) ৬,২০০ কিলোমিটাৰ

(গ) ৬,১০০ কিলোমিটাৰ

(ঘ) ৬,৪০০ কিলোমিটাৰ

উত্তৰঃ (গ) ৬,১০০ কিলোমিটাৰ


১০। জনপ্ৰবজন কেই প্ৰকাৰৰ ?

(ক) ২ প্ৰকাৰৰ

(খ) ৩ প্ৰকাৰৰ

(গ) ৪ প্ৰকাৰৰ

(ঘ) ৫ প্ৰকাৰৰ

উত্তৰঃ (ক) ২ প্ৰকাৰৰ


১১। ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখনৰ নাম কি ?

(ক) ছিকিম

(খ) উওৰ প্ৰদেশ

(গ) মহাৰাষ্ট্ৰ

(ঘ) তেলেংগানা

উত্তৰঃ (ঘ) তেলেংগানা


১২। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া হৈছিল ?

(ক) ১৯৬১ চনত

(খ) ১৯৬৫ চনত

(গ) ১৯৫১ চনত

(ঘ) ১৮৪৭ চনত

উত্তৰঃ (গ) ১৯৫১ চনত


১৩। তেলেংগানাৰ মুঠ মাটিকালি কিমান ?

(ক) ১,৬০,২০৫ বৰ্গ কিলোমিটাৰ

(খ) ১,৯১,৭৯১ বৰ্গ কিলোমিটাৰ

(গ) ১,১৪,৮৪০ বৰ্গ কিলোমিটাৰ

(ঘ) ১,৫৫,৭০৭ বৰ্গ কিলোমিটাৰ

উত্তৰঃ (গ) ১,১৪,৮৪০ বৰ্গ কিলোমিটাৰ


১৪। আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ মুঠ মাটিকালি কিমান ?

(ক) ৪,২৮৯ বৰ্গ কিলোমিটাৰ

(খ) ৮,২৪৯ বৰ্গ কিলোমিটাৰ

(গ) ৭,৩৪৯ বৰ্গ কিলোমিটা

(ঘ) ৩,৯৫৭ বৰ্গ কিলোমিটাৰ

উত্তৰঃ (খ) ৮,২৪৯ বৰ্গ কিলোমিটাৰ

১৫। পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ খনৰ নাম কি ?

(ক) চীন

(খ) আমেৰিকা

(গ) জাপান

(ঘ) ভাৰত

উত্তৰঃ (ঘ) ভাৰত


১৬। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেই

(ক) ৫ টা

(খ) ৬ টা

(গ) ৭ টা

(ঘ) ৮ টা

উত্তৰঃ (গ) ৭ টা


১৭। ভাৰতবৰ্ষ আকাৰৰ ক্ষেত্ৰত পৃথিৱীৰ দেশ সমূহৰ ভিতৰত কিমান স্থানত ?

(ক) চতুৰ্থ

(খ) পঞ্চম

(গ) ষষ্ঠ

(ঘ) সপ্তম

উত্তৰঃ (ঘ) সপ্তম


১৮। ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা?

(ক) ২৯ খন ৰাজ্য ৭ টা কেন্দ্ৰীয় শাসিত অঞ্চল

(খ) ৩৭খন ৰাজ্য ৭ টা কেন্দ্ৰীয় শাসিত অঞ্চল

(গ) ২৭ খন ৰাজ্য ৭ টা কেন্দ্ৰীয় শাসিত অঞ্চল

উত্তৰঃ (ক) ২৯ খন ৰাজ্য ৭ টা কেন্দ্ৰীয় শাসিত অঞ্চল


১৯। চিৰসেউজীয়া উদ্ভিদ থকা ঠাইত কিমান ছে.মি বৰষুণ হয়?

(ক) ২০০ ছেন্টিমিটাৰ

(খ) ১০০ ছেন্টিমিটাৰ

(গ) ৪০০ ছেন্টিমিটাৰ

উত্তৰঃ (ক) ২০০ ছেন্টিমিটাৰ


২০। আটাইতকৈ শেষত গঠন হোৱা ৰাজ্য খন –

(ক) উৰিষ্যা

(খ) পশ্চিমবংগ

(গ) তেলেঙ্গানা

উত্তৰঃ (গ) তেলেঙ্গানা