অসমৰ ভূগোল

১। অসমৰ ভূ – প্ৰাকৃতিক ভাগ কেইটা ?

(ক) ৩ টা

(খ) ৪ টা

(গ) ৫ টা

(ঘ) ৬ টা

উত্তৰঃ (খ) ৪ টা


২। অসমৰ মাটি প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক) ৩ টা

(খ) ৪ টা

(গ) ৫ টা

(ঘ) ৬ টা

উত্তৰঃ (খ) ৪ টা


৩। অসমৰ অৰণ্যক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক) চাৰিটা

(খ) পাঁচটা

(গ) ছয়টা

(ঘ) সাতটা

উত্তৰঃ (খ) পাঁচটা


৪। মাটিকালিৰ ভিত্তিত অসমৰ সৰ্ববৃহত জিলা খনৰ নাম কি ?

(ক) ধুবুৰী

(খ) গোৱালপাৰা

(গ) নগাঁও

(ঘ) কাৰ্বি আংলং

উত্তৰঃ (ঘ) কাৰ্বি আংলং


৫। অসমৰ প্ৰধান ঋতু কেইটা ?

(ক) ৪ টা

(খ) ৫ টা

(গ) ৬ টা

(ঘ) ৭ টা

উত্তৰঃ (গ) ৬ টা


৬। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ – প্ৰাকৃতিক অঞ্চল কেইটা ?

(ক) ৪ টা

(খ) ৫ টা

(গ) ৬ টা

(ঘ) ৭ টা

উত্তৰঃ (ক) ৪ টা


৭। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান ?

(ক) ৩১.২০ নিযুত

(খ) ৩২.২৫ নিযুত

(গ) ৩১.৬১ নিযুত

(ঘ) ৩০. ৭১ নিযুত

উত্তৰঃ (ক) ৩১.২০ নিযুত


৮। জনসংখ্যা অনুসৰি অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি ?

(ক) মৰিগাঁও

(খ) শোণিতপুৰ

(গ) ধুবুৰী

(ঘ) নগাওঁ

উত্তৰঃ (ঘ) নগাওঁ


৯। অসমৰ মাটিকালি কিমান  ?

(ক) ৭৮.৪৩৮ বৰ্গ কিলোমিটাৰ

(খ) ৭২.৪৫৮ বৰ্গ কিলোমিটাৰ

(গ) ৭৫.৩৯৬ বৰ্গ কিলোমিটাৰ

(ঘ) ৭৪.৪৩৮ বৰ্গ কিলোমিটাৰ

উত্তৰঃ (ক) ৭৮.৪৩৮ বৰ্গ কিলোমিটাৰ


১০। মাটিকালিৰ ভিত্তিত অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি ?

(ক) গোলাঘাট

(খ) হাইলাকান্দি

(গ) শিৱসাগৰ

(ঘ) কামৰূপ মহানগৰ

উত্তৰঃ (ঘ) কামৰূপ মহানগৰ

১১। জনসংখ্যা অনুসৰি অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি ?

(ক) ডিব্ৰুগড়

(খ) ওদালগুৰি

(গ) কৰিমগঞ্জ

(ঘ) ডিমা-হাছাও

উত্তৰঃ (ঘ) ডিমা-হাছাও


১২। অসমত সৰ্বোচ্চ বৰষুণ হোৱা ঠাই খনৰ নাম কি ?

(ক) শোণিতপুৰ

(খ) চিৰাং

(গ) লখিমপুৰ(ঘ) নলবাৰী

উত্তৰঃ (গ) লখিমপুৰ


১৩। বি টি এ ডি  কেতিয়া গঠন কৰা হৈছিল ?

(ক) ২০০০ চনত

(খ) ২০০১ চনত

(গ) ২০০২ চনত

(ঘ) ২০০৩ চনত

উত্তৰঃ (ঘ) ২০০৩ চনত


১৪। বি টি এ ডি ৰ অন্তৰ্গত এখন জিলাৰ নাম লিখা ?

(ক) কৰিমগঞ্জ

(খ) কাৰ্বি আংলং

(গ) দৰং

(ঘ) চিৰাং

উত্তৰঃ (ঘ) চিৰাং


১৫। কেতিয়া অসমৰ পৰা মিজোৰামক পৃথক কৰা হৈছিল ?

(ক) ১৯৬৩ চনত

(খ) ১৯৬৫ চনত

(গ) ১৯৭০ চনত

(ঘ) ১৯৭১ চনত

উত্তৰঃ (ঘ) ১৯৭১ চনত


১৬। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন ?

(ক) ৪ খন

(খ) ৫ খন

(গ) ৬ খন

(ঘ) ৭ খন

উত্তৰঃ (ঘ) ৭ খন


১৭। অসমৰ অভয়াৰণ্য কেইখন ?

(ক) ১৬ খন

(খ) ১৭ খন

(গ) ১৮ খন

(ঘ) ১৯ খন

উত্তৰঃ (গ) ১৮ খন


১৮। অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাই খনৰ নাম কি ?

(ক) কাছাৰ

(খ) লখিমপুৰ

(গ) লামডিং

(ঘ) মাজুলী

উত্তৰঃ (গ) লামডিং


১৯। কেৰেলাৰ মাটিকালি কিমান?

(ক) ৭৮,৯০০

(খ) ৮৯,০০০

(গ) ৩৮,৮৬৩

উত্তৰঃ (গ) ৩৮,৮৬৩


২০। গুৱাহাটীত কিমান ছে.মি পৰ্যন্ত বৰষুণ হয়?

(ক) ১৬৬

(খ) ১৬৭

(গ) ১৭৬

উত্তৰঃ (ক) ১৬৬