এজাক চৰাইৰ জ্ঞান লাভ


১। কোন যুগৰ  মানুহে চৰাই-চিৰিকটিৰ ভাষা বুজি পাইছিল

1) ক্ৰেতা যুগৰ মানুহে

2) অসমীয়া যুগৰ মানুহে

3) তামিল যুগৰ মানুহে

Ans: ক্ৰেতা যুগৰ মানুহে


২। সাধুগৰাকীয়ে কি  নাম পাইছিল

1) গদাধৰ

2) বুদ্ধিদ্ৰষ্টা

3) ইয়াৰ পৰা এটাও নহয়

Ans: বুদ্ধিদ্ৰষ্টা


৩। বুদ্ধিদ্ৰষ্টাই কত তপস্যা কৰিছিল

1) হিমালয়ত তপস্যা কৰিছিল

2) হাবিত তপস্যা কৰিছিল

3) ইয়াৰ পৰা এটাও নহয়

Ans: হিমালয়ত তপস্যা কৰিছিল


৪। গছৰ ডালত কেবাটাও চৰায়ে কি কৰি আছিল

1) গীত গাই আছিল

2) নাচি আছিল

3) ওপৰৰ পৰা এটাও নহয়

Ans: গীত গাই আছিল


৫। বুদ্ধিদ্ৰষ্টা উদ্দশ্য সিদ্ধি হলনে

1) হল

2) নহল

3) ইয়াৰ পৰা এটাও নহয়

Ans: হল


৬। বুদ্ধিদ্ৰষ্টা এদিনাখন কত গৈছিল

1) এখন গাৱঁলৈ

2) চহৰত গৈছিল

3) ওপৰৰ পৰা এটাও নহয়

Ans: এখন গাৱঁলৈ


৭। বুদ্ধিদ্ৰষ্টা কত বহি আছিল

1) গছৰ তলত

2) মাটিত

3) ইয়াৰ পৰা এটাও নহয়

Ans: গছৰ তলত


৮। চিকাৰীজনৰ হাত কি আছিল

1) বুটমাহ

2) জাল

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়


৯। বুদ্ধিদ্ৰষ্টা কোৱা কথাখিনি  চৰাইবোৰে বুজি পাইছিলনে

1) পাইছিল

2) বুজি পোৱা নাছিল

3) ইয়াৰ পৰা এটাও নহয়

Ans: পাইছিল


১০। চিকাৰীজনৰ আনন্দৰ সীমা  কিয় নোহোৱা হৈছিল

1) চৰাইখিনি ধৰিব পৰা কাৰণে

2) ইয়াৰ পৰা এটাও নহয়

3) শহাপহুটো দেখি

Ans: চৰাইখিনি ধৰিব পৰা কাৰণে


১১। হাবিৰ মাজৰ লুং লুঙীয়া বাটটোত বুদ্ধিদষ্টাই কাক লগ পাইছিল ?

1) এজন চিকাৰী

2) এজন দৈত্য়কায় মানুহ

3) ওপৰৰ দুয়োটা

Ans: ওপৰৰ দুয়োটা


১২। দৈত্যকায় মানুহজনে হাতত কি লৈ আহিছিল ?

1) বুটমাহৰ টোপোলা এটা আৰু এখন জাল

2) এটা পহু

3) গাহৰি মাংস

Ans: বুটমাহৰ টোপোলা এটা আৰু এখন জাল


১৩। সিদ্ধি লাভ শব্দৰ অৰ্থ কি ?

1) নিজকে পাহৰি যোৱা

2) সফল হোৱা

3) বিফল হোৱা

Ans: সফল হোৱা


১৪। সন্ধিয়া হোৱাত কোন ঘৰলৈ উভতি আহিল ?

1) বুদ্ধিদ্ৰষ্টা

2) চিকাৰীজন

3) চৰাইবোৰ

Ans: চিকাৰীজন


১৫। চিকাৰীজনৰ ____________সীমা নোহোৱা হ'ল ।

1) আনন্দৰ

2) দুখৰ

3) সুখৰ

Ans: আনন্দৰ


১৬। বুদ্ধিদ্ৰষ্টাই চৰাইকেইটাক কি কৈছিল ?

1) "শুনা, এজন চিকাৰী আহিছে।............ বন্দী জীৱন বৰ কষ্টকৰ ।"

2) মনোযোগ নিদিয়াকৈ পাঠ আওৰোৱাসকলৰ............।

3) এটাও নহয়

Ans: "শুনা, এজন চিকাৰী আহিছে।............ বন্দী জীৱন বৰ কষ্টকৰ ।"


১৭। চিকাৰীজনে হাবিলৈ গৈ কেইদিন খালী হাতেৰে উভতি আহিব লগা হৈছিল ?

1) তিনি দিন

2) দুই দিন

3) ওপৰৰ দুয়োটা

Ans: দুই দিন


১৮। চৰাইবোৰে কাক দেখিলেই কবলৈ ধৰে যে- "শুনা এজন চিকাৰী আহিছে।...… বন্দী জীৱন বৰ কষ্টকৰ।"

1) চিকাৰীজনক দেখিলে

2) বুদ্ধিদ্ৰষ্টাক দেখিলে

3) চৰাইবোৰক দেখিলে

Ans:  চিকাৰীজনক দেখিলে


১৯। সন্তৰ্পণে শব্দৰ অৰ্থ কি ?

1) সফল হোৱা

2) অতি সাৱধান

3) বিফল হোৱা

 Ans:  অতি সাৱধান


২০। প্ৰবচন শুনা শব্দৰ অৰ্থ কি ?

1) জ্ঞানপূৰ্ণ শব্দ

2) ভাল-বেয়া কথা

3) অতি সাৱধান

Ans: জ্ঞানপূৰ্ণ শব্দ

Type Susmita Kakati