ৰজা ভাস্কৰবৰ্মা আৰু সেই সময়ৰ অসম


১) প্ৰাচীন কালত অসমখন কি বুলি জনাজাত আছিল ?

1) কামৰূপ ৰাজ্য নামেৰে

2) আহোম নামেৰে

3) ইয়াৰ পৰা এটাও নহয়

Ans: কামৰূপ ৰাজ্য নামেৰে


২)  প্ৰায় কিমান বছৰ আগতে অসমখন ৰাজত্ব কৰিছিল ?

1) প্ৰায় এহেজাৰ চাৰিশ বছৰ

2) প্ৰায় দুহেজাৰ পাঁচশ বছৰ

3) প্ৰায় তিনিহেজাৰ  সাতশ বছৰ

Ans:  প্ৰায় এহেজাৰ চাৰিশ বছৰ


৩) ভাস্কৰবৰ্মাৰ পিতৃৰ নাম কি ?

1) সুস্থিতবৰ্মা

2) গৰ্গৰাম বৰুৱা

3) ইয়াৰ পৰা এটাও নহয়

Ans: সুস্থিতবৰ্মা


) ভাস্কৰবৰ্মা শেষ ৰজা কোন আছিল ?

1) নৰকাসুৰ

2) ভৌমবৰ্মন বংশৰ

3) চন্দ্ৰগুপ্ত

Ans:  ভৌমবৰ্মন বংশৰ


৫)  ভাস্কৰবৰ্মাৰ পূৰ্বপুৰুষ কোন আছিল ?

1) নৰকাসুৰ আছিল

2) চন্দ্ৰগুপ্ত আছিল

3) ইয়াৰ পৰা এটাও নহয়

Ans: নৰকাসুৰ আছিল


৬) হিউৱেন চাঙে ৰচনা কৰা পুথিখনৰ নাম কি ?

1) চিউ কি

2) জুনুকা

3) ইয়াৰ পৰা এটাও নহয়

Ans: চিউ কি


৭) হিউৱেন চাং কামৰূপলৈ কিমান মাহৰ বাবে আছিল ?

1) দুমাহৰ বাবে

2) এমাহৰ বাবে

3) চাৰিমাহৰ বাবে

Ans: এমাহৰ বাবে

৮) ভাস্কৰবৰ্মা আৰু সম্ৰাট হৰ্ষবৰ্ধ মাজত কি  আছিল ?

1) বন্ধুত্ব

2) ইয়াৰ পৰা এটাও নহয়

3) শত্ৰু

Ans: বন্ধুত্ব


৯) কামৰূপ ৰাজ্যৰ মাটি কেনেকোৱা আছিল ?

1) সাৰুৱা

2) দ

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়


১০) সুস্থিতবৰ্মা পুত্ৰ দুজনৰ নাম কি আছিল ?

1) প্ৰতিষ্টিতবৰ্মা আৰু ভাস্কৰবৰ্মা

2) বিদ্যোৎসাহী আৰু পৰাক্ৰমী

3) ইয়াৰ পৰা এটাও নহয়

Ans: প্ৰতিষ্টিতবৰ্মা আৰু ভাস্কৰবৰ্মা


১১। ৰজা ভাস্কৰবৰ্মা কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল ?

1) চিকাৰী প্ৰকৃতিৰ

2) সু-সংস্কৃতিবান আৰু প্ৰজাহিতৈষী

3) ওপৰৰ দুয়োটা

Ans: সু-সংস্কৃতিবান আৰু প্ৰজাহিতৈষী


১২। কামৰূপ ৰাজ্য়ৰ পৰিসীমা এতিয়াৰ অসমতকৈ কিমান ডাঙৰ আছিল ?

1) কেইবাগুণ

2) আধা বীঘা

3) এটাও নহয়

Ans: কেইবাগুণ


১৩। ভাস্কৰবৰ্মাৰ ৰাজ্য কোন ঠাইলৈ বিস্তৃত আছিল ?

1) অৰুণাচলৰ সীমালৈ

2) চীন দেশৰ দক্ষিণলৈ

3) অৰুণাচলৰ দক্ষিণ সীমালৈ

Ans: চীন দেশৰ দক্ষিণলৈ


১৪। ভাস্কৰবৰ্মা কোন বংশৰ শেষ ৰজা আছিল ?

1) ভৌমবৰ্মন

2) ভৌমবৰ্মা

3) আহোম

Ans: ভৌমবৰ্মন


১৫। কাৰ মৃত্যুৰ পাছত প্ৰতিষ্ঠিতবৰ্মা ৰজা হয় ?

1) ভাস্কৰবৰ্মাৰ মৃত্যুৰ পাছত

2) সুস্থিতবৰ্মাৰ মৃত্যুৰ পাছত

3) নৰকাসুৰৰ মৃত্যুৰ পাছত

Ans: সুস্থিতবৰ্মাৰ মৃত্যুৰ পাছত


১৬। কাৰ মৃত্যুৰ পাছত ভাস্কৰবৰ্মা ৰাজসিংহাসনত বহে ?

1) সুস্থতবৰ্মাৰ মৃত্যুৰ পাছত

2) প্ৰতিষ্ঠিতবৰ্মাৰ মৃত্যুৰ পাছত

3) নৰকাসুৰৰ মৃত্যুৰ পাছত

Ans: প্ৰতিষ্ঠিতবৰ্মাৰ মৃত্যুৰ পাছত


১৭। অব্দ মানে কি ?

1) দিন

2) এটা নতুন পথ

3) বছৰ

Ans: বছৰ


১৮। বৌদ্ধধৰ্ম কোনে প্ৰচাৰ কৰিছিল ?

1) হিউৱেন চাঙে

2) ভাস্কৰবৰ্মাই

3) হৰ্ষবৰ্ধনে

Ans: হিউৱেন চাঙে


১৯। মোহনা শব্দৰ অৰ্থ কি ?

1) নদীৰ মুখ

2) শেষ সীমা

3) নাৰিকলৰ বাকলি

Ans: নদীৰ মুখ

২০। ভাস্কৰবৰ্মাই শশাংকক ৰণত হৰুৱাই কি অধিকাৰ কৰি লয় ?

1) কামৰূপ

2) কৰ্ণসুৱৰ্ণ

3) কনৌজ
2) কৰ্ণসুৱৰ্ণ

3) কনৌজ
Type Susmita Kakati