সবিষ্টক আৰু বীৰক


১। সবিষ্টক কাৰ লগত বন্ধুত্ব আছিল ?

1) বীৰক নামৰ পানী কাউৰী সৈতে

2) বান্দৰ লগত

3) ইয়াৰ পৰা এটাও নহয়

Ans: বীৰক নামৰ পানী কাউৰী সৈতে


২। বীৰকে সদায় ক'ত ডুব মাৰি মাছ ধৰিবলৈ যায় ?

1) সৰোবৰৰ পানীত

2) কোঁৱাত

3) ইয়াৰ পৰা এটাও নহয়

Ans: সৰোবৰৰ পানীত


৩। এতিয়া তুমি মোৰ আলহী হৈয়েই থকা এই কথাষাৰ কোনে কৈছিল ?

1) বীৰকে

2) সবিষ্টকে

3) ইয়াৰ পৰা এটাও নহয়

Ans:বীৰকে


৪।  সৰোবৰটো কিহেৰে ভৰি আছিল ?

1) ভেটফুল, শেলুৱৈ

2) দল ঘাঁহেৰে ভৰি আছিল

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়


৫।  সবিষ্টক বীপকৰ প্ৰতি কৃতজ্ঞ হৈ ৰ'ল কিয় ?

1) বিপদৰ পৰা ৰক্ষা কৰা বাবে

2) খাৱ বিয়া বাবে

3) ইয়াৰ পৰা এটাও নহয়

Ans: বিপদৰ পৰা ৰক্ষা কৰা বাবে


৬। প্ৰতিশব্দ কাক বোল ?

1) তিনিটা শব্দ বুজোৱাকে

2) একে  অৰ্থ বুজোৱা দুটা শব্দৰ ইটোক সিটোক

3) ইয়াৰ পৰা এটাও নহয়

Ans: একে  অৰ্থ বুজোৱা দুটা শব্দৰ ইটোক সিটোক


৭। সবিষ্টকে নিজৰ ভূল বুজি পালেনে ?

1) পালে

2) নাপালে

3) ওপৰৰ এটাও নহয়

Ans: পালে


৮। সবিষ্টকে পানীত সাঁতুৰি মাছ  ধৰিব পাৰেনে ?

1) পাৰে

2) নোৱাৰে

3) ইয়াৰ পৰা এটাও নহয়

Ans: নোৱাৰে


৯। সবিষ্টক কিয়  হাবিত যাব লগা  হৈছিল ?

1) খাদ্য নাতনি  হোৱা বাবে

2) সি তাত  থাকি বেয়া পোৱা কাৰণে

3) ইয়াৰ পৰা এটাও নহয়

Ans: খাদ্য নাতনি  হোৱা বাবে


১০। বীৰকে পানীত সাঁতুৰিব পাৰেনে ?

1) নোৱাৰে

2) পাৰে

3) ইয়াৰ পৰা এটাো নহয়

Ans: পাৰে


১১। সবিষ্টক কোন আছিল ?

1) এটা ঢোঁৰা কাউৰী

2) এজনী চিলনী

3) এটা নেউল

Ans: এটা ঢোঁৰা কাউৰী


১২। হাবিখনৰ মাজত এটা কি আছিল ?

1) পুখুৰী

2) সৰোবৰ

3) হ্ৰদ

Ans: সৰোবৰ


১৩। কাৰ প্ৰতি কোন কৃতজ্ঞ হৈ ৰ'ল ?

1) বীৰকৰ প্ৰতি সবিষ্টক

2) সবিষ্টকৰ প্ৰতি বীৰক

3) সবিষ্টকৰ প্ৰতি বনৰ চৰাইবোৰ

Ans: বীৰকৰ প্ৰতি সবিষ্টক


১৪। 'সজ'ৰ প্ৰতিশব্দ কি ?

1) সাজ

2) বেয়া

3) ভাল

Ans:  ভাল


১৫। জাতক কি ?

1) উপাখ্যান

2) পুৰাণৰ সাধু

3) বৌদ্ধ ধৰ্মৰ কিতাপ

Ans: বৌদ্ধ ধৰ্মৰ কিতাপ


১৬। আলহী শব্দৰ অৰ্থ কি ?

1) ঘৰলৈ অহা আদৰণীয় লোক

2) ভাল পৰামৰ্শ

3) উপকাৰৰ শলাগ লোৱা

Ans: ঘৰলৈ অহা আদৰণীয় লোক


১৭। জাতকত কি আছে ?

1) পুৰাণৰ কাহিনী

2) ময়ূৰ পখীৰ জন্ম কাহিনী

3) ভগৱান বুদ্ধৰ জন্মৰ কাহিনী

Ans:ভগৱান বুদ্ধৰ জন্মৰ কাহিনী

 

১৮। কিহৰ অভাৱত দেশত খেতি-বাতি হোৱা নাছিল ?

1) বতাহৰ অভাৱত

2) বৰষুণৰ অভাৱত

3) চৰাই-চিৰিকটিৰ অভাৱত

Ans: বৰষুণৰ অভাৱত


১৯। পৰম আশাৰে কোন ওচৰৰ হাবিখনলৈ উৰি গৈছিল ?

1) বীৰক

2) সবিষ্টক

3) কাছ

Ans: সবিষ্টক


২০। সবিষ্টক কাৰ সৈতে বন্ধুত্ব হ'ল ?

1) বীৰকৰ সৈতে

2) গছ-গছনিৰ সৈতে

3) চৰাই-চিৰিকটিৰ সৈতে

Ans: বীৰকৰ সৈতে

Type Susmita Kakati