তিনিটা মাছৰ কাহিনী


১)  মাছ তিনিটাৰ নাম কি আছিল ?

1) প্ৰত্যুৎপন্নমতি, অনাগতবিধাতা, যদভৱিষ্যত

2) ৰৌ, বৰালি,তিমি মাছ

3) ইয়াৰ পৰা এটাও নহয়

Ans: প্ৰত্যুৎপন্নমতি, অনাগতবিধাতা, যদভৱিষ্যত


২। অনাগতবিধাত প্ৰত্যুৎপন্নমতি আৰু যদভবিষ্যত মাজত কি  আছিল ?

1) শত্ৰু আছিল

2) বন্ধুত্ব আছিল

3) ইয়াৰ পৰা এটাও নহয়

Ans: বন্ধুত্ব আছিল


৩। মাছমৰীয়াৰকেইজনৰ কথা কোনে শুনা পাইছিল ?

1) অনাগতবিধতাই শুনা পাইছিল

2) প্ৰত্যুৎপন্নমতি

3) ইয়াৰ পৰা এটাও নহয়

Ans: অনাগতবিধতাই শুনা পাইছিল


৪। "এইটো পুখুৰীতে  আমি জন্মিলো  ডাঙৰ-দীঘল হলো আৰু বিপদৰ  সময়ত   ইয়াৰ পৰা  কিয়  যাম।" এই  কথাষাৰ কোনে কৈছিল ?

1) প্ৰত্যুৎপন্নমতি

2) অনাগতবিধতা

3) ইয়াৰ পৰা এটাও নহয়

Ans: প্ৰত্যুৎপন্নমতি


৫। শেষত কোন মৰিলে ?

1) অনাগতবিধতা

2) যদভৱিষ্যত

3) ইয়াৰ পৰা এটাও নহয়

Ans: যদভৱিষ্যত


৬। মৰা ভাও কোনে জুৰিলে ?

1) প্ৰত্যুৎপন্নমতি

2) ইয়াৰ পৰা এটাও নহয়

3) অনাগতবিধতা

Ans: প্ৰত্যুৎপন্নমতি


৭। প্ৰত্যুৎপন্নমতি কেনেকুৱা প্ৰকৃতিৰ ?

1) যি হয় হ'ব বুলি ভাবি থকা প্ৰকৃতিৰ

2) ভৱিষ্যতৰ বিষয়ে ভাবিব পৰা প্ৰকৃতিৰ

3) উপস্থিত বুদ্ধি থকা প্ৰকৃতিৰ

Ans: উপস্থিত বুদ্ধি থকা প্ৰকৃতিৰ


৮। কোনটো মাছে ওচৰৰ আনখন বিললৈ গুচি গৈছিল ?

1) প্ৰত্যুৎপন্নমতি

2) অনাগতবিধাতা

3) যদভৱিষ্যত

Ans: অনাগতবিধাতা


৯। প্ৰাণ ৰক্ষা কৰিবলৈ মাছকেইটা ক'লৈ গৈছিল ?

1) ওচৰৰ বিলখনলৈ

2) ওচৰৰ কলংখনলৈ

3) এটাও নহয়

Ans: ওচৰৰ বিলখনলৈ


১০। জালখন পুখুৰীৰ পাৰলৈ অনাত কোনে মৰাৰ ভাও জুৰিলে ?

1) যদভৱিষ্যতে

2) অনাগতবিধাতাই

3) প্ৰত্যুৎপন্নমতিয়ে

Ans: প্ৰত্যুৎপন্নমতিয়ে


১১। অনাগতবিধাতাৰ কথাত কোনে হয়ভৰ নিদিলে ?

1) লগৰীয়া দুজনে

2) মাছমৰীয়াকেইজনে

3) যদভৱিষ্যতে

Ans: লগৰীয়া দুজনে


১২। জালত পৰা মাছ দুটাৰ নাম কি কি ?

1) অনাগতবিধাতা আৰু প্ৰত্যুৎপন্নমতি

2) যদভৱিষ্যত আৰু অনাগতবিধাতা

3) প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্যত

Ans: প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্যত


১৩। এদিন পুখুৰীটোৰ কাষেৰে কোন গৈছিল ?

1) মাছ তিনিটা

2) মাছমৰীয়াকেইটা

3) বুঢ়া তিনিটা

Ans: মাছমৰীয়াকেইটা


১৪। প্ৰত্যুৎপন্নমতি কেনেদৰে মৰাৰ পৰা বাচিল ?

1) বুদ্ধি থকাৰ বাবে

2) ভৱিষ্যতৰ কথা ভবাৰ বাবে

3) ওপৰৰ দুয়োটা

Ans: বুদ্ধি থকাৰ বাবে


১৫। হয়ভৰ শব্দৰ অৰ্থ কি ?

1) মত নিদিয়া কাৰ্য্য

2) কাৰো কথাত ভৰ দিয়া বা মত দিয়া কাৰ্য্য ৷

3) এটাও নহয়

Ans: কাৰো কথাত ভৰ দিয়া বা মত দিয়া কাৰ্য্য ৷


১৬। যদভৱিষ্যত কেনেকুৱা প্ৰকৃতিৰ ?

1) যি হয় হ'ব বুলি ভবা প্ৰকৃতিৰ

2) বুদ্ধি থকা প্ৰকৃতিৰ

3) ভৱিষ্যতৰ কথা ভবা প্ৰকৃতিৰ

Ans: যি হয় হ'ব বুলি ভবা প্ৰকৃতিৰ


১৭। কোনে এটা জাঁপ মাৰি পুখুৰীৰ পানীত পৰিলগৈ ?

1) অনাগতবিধাতা

2) প্ৰত্যুৎপন্নমতি

3) যদভৱিষ্যত

Ans: প্ৰত্যুৎপন্নমতি


১৮। লগৰীয়া দুজনৰ কথা শুনি কোন হতাশ হ'ল ?

1) অনাগতবিধাতা

2) প্ৰত্যুৎপন্নমতি

3) যদভৱিষ্যত

Ans: অনাগতবিধাতা


১৯। 'তিনিটা মাছৰ কাহিনী'তো কিহৰ সাধু ?

1) জাতকৰ সাধু

2) বুঢ়ী আইৰ সাধু

3) পঞ্চতন্ত্ৰৰ সাধু

Ans: পঞ্চতন্ত্ৰৰ সাধু


২০। এটা পুখুৰীত _________ মাছ আছিল ।

1) বহুতো

2) কেইটামান

3) ওপৰৰ দুয়োটা

Ans: বহুতো

Type Susmita Kakati