বিস্কুটৰ টোপোলাটো


১।  কণিকা এগৰাকী কি মহিলা ?

1) শিক্ষিতা মহিলা

2) ডক্তৰ

3) ইয়াৰ পৰা এটাও নহয়

Ans: শিক্ষিতা মহিলা


২। কণিকা ঘৰ ক’ত ?

1) গুৱাহাটী

2) ঘগ্ৰাপাৰত

3) নগাঁও

Ans: ঘগ্ৰাপাৰত


৩। কণিকা ক’ত চাকৰি কৰে ?

1) মালিগাঁৱত

2) মৰিগাঁওত

3) ইয়াৰ পৰা এটাও নহয়

Ans: মালিগাঁৱত


৪। কণিকা হতৰ ঘৰত কোন কোন আছে ?

1) মাক-দেউতাক আৰু ভন্টি

2) মাক আৰু সৰু ভায়েক আছে

3) ইয়াৰ পৰা এটাও নহয়

Ans: মাক আৰু সৰু ভায়েক আছে


৫। কণিকাৰ টোপোলাটোৰ ভিতৰত কি  আছিল ?

1) বিস্কুট

2) চানা

3) মিঠাই

Ans: বিস্কুট


৬। শৰাইঘাট দলং ক’ত আছে ?

1) মৰিগাঁওত

2) নগাঁওত

3) ইয়াৰ পৰা এটাও নহয়

Ans: ইয়াৰ পৰা এটাও নহয়


৭। কণিকাই  কাৰ্যালয়লৈ কিহেৰে অহা-যোৱা কৰে ?

1) চাইকেলেৰে

2) ৰে’লগাড়ীয়ে

3) ইয়াৰ পৰা এটাও নহয়

Ans: ৰে'লগাড়ীয়ে


৮। ৰে’লগাড়ীখনত  মানুহ বহাৰ ভিতৰতো ভদ্ৰলোকজনত ক’ত বহি আছিল ?

1) বেঞ্চখনত

2) চকীত

3) ইয়াৰ পৰা এটাও নহয়

Ans: বেঞ্চখনত


৯।  কবিতাটোৰ কবি জনৰ নাম কি ?

1) ড’জয়কান্ত শৰ্মা

2) দেৱকান্ত বৰুৱা

3) নৱকান্ত বৰুৱা

Ans: ড'জয়কান্ত শৰ্মা


১০। কণিকাৰ কিয় খং উঠিছিল ?

1) কণিকা পইটা হেৰাইছিল বাবে

2) কণিকাৰ পৰা ভদ্ৰলোকজনে বিস্কুট খোৱা বাবে

3) ইয়াৰ পৰা এটাও নহয়

Ans: কণিকাৰ পৰা ভদ্ৰলোকজনে  বিস্কুট খোৱা বাবে


১১। কণিকাক বহিবলৈ  কোনে ঠাই উলিয়াই দিছিল ?

1) ভদ্ৰলোক জনে

2) সৰু ছোৱালী এজনীয়ে

3) ইয়াৰ পৰা এটাও নহয়

Ans: 


১২। বেঞ্চখনত কোন বহি আছিল ?

1) চাৰিজন বয়সীয়া লোক বহি আছিল

2) ছোৱালী এজনী বহি আছিল

3) ইয়াৰ পৰা এটাও নহয়

Ans: চাৰিজন বয়সীয়া লোক বহি আছিল


১৩। ৰেলখন আহিবলৈ কিমান ঘন্টা  সময় লাগে ?

1) ১ ঘন্টা সময় লাগে

2) আধা ঘন্টা সময় লাগে

3) ২ ঘন্টা সময় লাগে

Ans: আধা ঘন্টা সময় লাগে


১৪। কনিকা কি  লাগিছিল ?

1) ভোক আৰু পিয়াহ লাগিছিল

2) ভোক আৰু ভাগৰ লাগিছিল

3) ইয়াৰ পৰা এটাও নহয়

Ans: ভোক আৰু ভাগৰ লাগিছিল


১৫।  কনিকা কি লাগিছিল ?

1) লাজ লাগিছিল

2) ভয় লাগিছিল

3) ইয়াৰ পৰা এটাও নহয়

Ans: লাজ লাগিছিল


১৬। কণিকাই কি কৰে ?

1) এটা চৰকাৰী কাৰ্যালয়ত চাকৰি কৰে

2) এটা বে-চৰকাৰী কাৰ্যালয়ত চাকৰি কৰে

3) এটাও নহয়

Ans: এটা বে-চৰকাৰী কাৰ্যালয়ত চাকৰি কৰে


১৭। কণিকাই ভাগ্যে ক’ত বহিবলৈ পাইছিল ?

1) শেষৰ ডবাটোত

2) শেষৰ ডবাটোৰ খিৰিকিখনৰ ওচৰত

3) সমুখৰ ডবাটোৰ খিৰিকিখনৰ ওচৰত

Ans: সমুখৰ ডবাটোৰ খিৰিকিখনৰ ওচৰত


১৮। কণিকাই পানীৰ বটলটো মোনাটোৰ পৰা উলিয়াওটে হাতত কি লাগিছিল ?

1) পানীৰ বটল কেইটা

2) বিস্কুটৰ টোপোলাটো

3) ওপৰৰ দুয়োটা

Ans: বিস্কুটৰ টোপোলাটো


১৯। কণিকাৰ ভদ্ৰলোকজনৰ ওচৰত কি কৰিবলৈ মন গ’ল ?

1) ক্ষমা খুজিবলৈ

2) বিস্কুটটো ওভতাই দিবলৈ

3) এটাও নহয়

Ans: ক্ষমা খুজিবলৈ


+২০।  ________ এটা সৰু ষ্টেচন ।

1) ঘপাগ্ৰাৰ

2) ৰাজধানী

3) এটাও নহয়

Ans: ঘপাগ্ৰাৰ

Type Susmita Kakati