ডক্টৰ বাণীকান্ত কাকতি

১। বাণীকান্ত কাকতি কত জন্ম হৈছিল ?

1) বৰপেটা জিলাৰ বাতিকুৰিহা গাঁৱত

2) নগাঁও

3) যোৰহাট

Ans: বৰপেটা জিলাৰ বাতিকুৰিহা গাঁৱত


২। বাণীকান্ত ককতি কিমান চনত জন্ম হৈছিল ?

1) ১৮৯৪ চনৰ ১৫ নৱেম্বৰ

2) ১৮৯৮ চনৰ ১২ ডিচেম্বৰ

3) ১৯৯৫ চনৰ ১৭ চেপ্তেম্বৰ

Ans: ১৮৯৮ চনৰ ১২ ডিচেম্বৰ


৩। বাণীকান্ত কাকতি পিতৃৰ নাম কি  ?

1) ললিতৰাম কলিতা

2) নৱকান্ত বৰুৱা

3) পদ্মনাথ গোহাঞিবৰুৱা

Ans: ললিতৰাম কলিতা


৪। বাণীকান্ত কাকতি মাতৃৰ নাম কি  ?

1) নলিনী বালা দেবী

2) লাহোবালা কলিতা

3) পুতুলীবাই

Ans: লাহোবালা কলিতা


৫। বাণীকান্ত কাকতি কেনে স্বভাৱৰ লোক আছিল  ?

1) সহজ-সৰল লোক

2) অহংকাৰী

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: সহজ-সৰল লোক


৬। বাণীকান্ত কাকতি কিহৰ বিষয়ে গৱেযণা কৰিছিল  ?

1) অসমীয়া ভাষা বিকাশ সম্বন্ধে

2) ইংৰাজী ভাষা

3) তামিলভাষা

Ans: অসমীয়া ভাষা বিকাশ সম্বন্ধে


৭। প্ৰাথমিক পৰীক্ষাত বৃত্তি কৰি তেঁও কত পঢ়িছিল  ?

1) বৰপেটা চৰকাৰী হাইস্কুলত

2) ডিব্ৰুগড় চৰকাৰী হাইস্কুলত

3) মৰিগাঁও চৰকাৰী হাইস্কুলত

Ans: বৰপেটা চৰকাৰী হাইস্কুলত


৮। বাণীকান্ত কাকতি দুবছৰৰ বাবে কটন কলেজৰ  কি আছিল ?

1) অধ্যক্ষ

2) প্ৰধান শিক্ষক

3) ব্যৱসাৰী

Ans: অধ্যক্ষ


৯। বাণীকান্ত কাকতি ইংৰাজী বিষয়ত দ্বিতীয়বাৰৰ বাবে এম.এ পৰীক্ষা কিমান স্থানত উত্তীৰ্ণ হৈছিল  ?

1) তৃতীয়স্থান

2) প্ৰথম স্থান

3) দ্বিতীয় স্থন

Ans: প্ৰথম স্থান


১০। বাণীকান্ত কাকতি কিমান চনত মৃত্যু হৈছিল  ?

1) ১৯৫২ চনৰ ১৫ নৱেম্বৰ

2) ২০০৭ চনৰ ১০ আগষ্ট

3) ২০১২ চনৰ ২১ ডিচেম্বৰ

Ans: ১৯৫২ চনৰ ১৫ নৱেম্বৰ


১১। বাণীকান্ত কাকতিয়ে কিমান চনত অসম উপত্য়কাৰ ভিতৰত প্ৰথম হৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ?

1) ১৯১৮ চনত

2) ১৯১৩ চনত

3) ১৯১১ চনত

Ans: ১৯১১ চনত


১২। সেই সময়ত মেট্ৰিক পৰীক্ষা কাৰ অধীনত হৈছিল ?

1) কলিকতা বিশ্ৱবিদ্য়ালয়ৰ

2) কটন কলেজৰ

3) ওপৰৰ দুয়োটা

Ans: কলিকতা বিশ্ৱবিদ্য়ালয়ৰ


১৩। তেওঁ দ্বিতীয়বাৰৰ বাবে কি বিষয়ত এম.এ. পৰীক্ষা দি প্ৰথম স্থান লাভ কৰিছিল ?

1) ৰাজনীতি বিভাগত

2) ইংৰাজী বিভাগত

3) গণিত বিষয়ত

Ans: ইংৰাজী বিভাগত


১৪। তেওঁ গুৱাহাটী বিশ্ববিদ্য়ালয়ত কি বিভাগৰ অধ্যাপকৰূপে যোগদান কৰিছিল ? 

1) গণিত বিভাগত

2) ইংৰাজী বিভাগত

3) এটাও নহয়

Ans: এটাও নহয়


১৫। পূৰ্বতে কিছুমান পণ্ডিতে অসমীয়া ভাষাতো কি বুলি অপপ্ৰচাৰ চলাই আছিল ?

1) বাংলা ভাষাৰ অপভ্ৰংশ বুলি

2) কলিতা জাতীৰ ইতিবৃত্ত

3) এটাও নহয়

Ans: বাংলা ভাষাৰ অপভ্ৰংশ বুলি


১৬। বাণীকান্ত কাকতিয়ে শিশুৰ বাবে কি ৰচনা কৰিছিল ?

1) শিশু আলোচনী

2) পখিলা নামৰ এখন পুথি

3) ওপৰৰ দুয়োটা

Ans: পখিলা নামৰ এখন পুথি


১৭। সাধনা শব্দৰ অৰ্থ কি ?

1) উপযুক্ত

2) নিপুণতা

3) একান্ত প্ৰচেষ্টা

Ans: একান্ত প্ৰচেষ্টা


১৮। সুখ্য়াতি শব্দৰ বিপৰীত অৰ্থটো কি ?

1) খ্যাতি

2) কুখ্যাতি

3) অযোগ্য

Ans: কুখ্যাতি


১৯। স্পৃহা শব্দৰ অৰ্থ কি ?

1) হাবিয়াস, ইচ্ছা

2) অতি মূল্যৱান

3) ওপৰৰ দুয়োটা

Ans: হাবিয়াস, ইচ্ছা


২০। সফলতা শব্দৰ বিপৰীত অৰ্থ কি ?

1) অৰ্থহীন

2) বিফলতা

3) অমূল্য

Ans: বিফলতা

Type Susmita Kakati