সাতাশীটা অজগৰ পোৱালিৰ জন্মবৃত্তান্ত


১। মানাহ অভয়াৰণ্য কত অৱস্থিত ?

1) চিৰাং জিলাত

2) নগাঁও জিলাত

3) তিনচুকীয়া জিলাত

Ans: চিৰাং জিলাত


২।মানাহ অভয়াৰণ্যৰ  সীমাত  কোনখন ৰাষ্ট্ৰ আছে ?

1) ভূটান ৰাষ্ট্ৰৰ

2) বাংলাদেশ

3) চীন

Ans: ভূটান ৰাষ্ট্ৰৰ


৩। মনোমোহা অৰ্থ কি ?

1) দেখিলে মন ভাল লগা

2) মন বেয়া লগা

3) ইয়াৰ পৰা এটাও নহয়

Ans: দেখিলে মন ভাল লগা


৪।অজগৰটোৰ কিমান মিটাৰ দীঘল আছিল ?

1) প্ৰায় ৭  মিটাৰ দীঘল

2) প্ৰায় ৮ মিটাৰ দীঘল

3) প্ৰায় ৯ মিটাৰ দীঘল

Ans: প্ৰায় ৮ মিটাৰ দীঘল


৫। অৱশেষত প্ৰকৃতিপ্ৰেমীৰ দলটো চেষ্টা সফল হলনে ?

1) নহল

2) হল

3) ইয়াৰ পৰা এটাও নহয়

Ans: হল


৬।প্ৰকৃতিপ্ৰেমীৰ চেষ্টাত কিমানটা অজগৰ পোৱালি বাছি থাকিল ?

1) সাতাশীটা পোৱালি

2) দহটা পোৱালি

3) আঠটা পোৱালি

Ans: সাতাশীটা পোৱালি


৭। অজগৰহালে কিমানটা পোৱালি উমনি দি আছিল ?

1) এশমান

2) ছয়শমান

3) তিনিশ মান

Ans: এশমান


৮। মানাহ অভয়াৰণ্যৰ প্ৰাকৃতি দৃশ্য বোৰ কেনে কোৱা ?

1) মনোমোহা

2) সুন্দয্যময়

3) ইয়াৰ পৰা এটাও নহয়

Ans: মনোমোহা


৯। পিণ্ডতৰ  অৰ্থ কি ?

1) জ্ঞান থকা লোক

2) জ্ঞান নথকা লোক

3) ইয়াৰ পৰা এটাও নহয়

Ans: জ্ঞান থকা লোক


১০। অজগৰ পোৱালিবোৰ কলৈ গুচি গৈছিল ?

1) গভীৰ অৰণ্যলৈ

2) হাবি

3) ইয়াৰ পৰা এটাও নহয়

Ans: গভীৰ অৰণ্যলৈ


১১। তেওঁলোক ক'ত ৰ'ল ?

1) এজোপা প্ৰকাণ্ড শিমলুৰ তলত

2) এখন নদীৰ কাষত

3) ওপৰৰ দুয়োটাই

Ans: এজোপা প্ৰকাণ্ড শিমলুৰ তলত


১২। তেওঁলোকে শিমলুজোপাৰ তলৰ পৰা ওপৰলৈ চাওঁতে কি দেখিছিল ?

1) এটা অজগৰ

2) এটা প্ৰকাণ্ড গছৰ ডাল

3) এটাও নহয়

Ans: এটা অজগৰ


১৩। এই পৃথিৱীত গছ-লতা, জীৱ-জন্তুৰো জীয়াই থকাৰ অধিকাৰ ___________ ।

1) নাই

2) আছে

3) এটাও নহয়

Ans: আছে


১৪। অপৰূপ শব্দৰ অৰ্থ কি ?

1) অতি শুৱনি

2) বিনাশ কৰা

3) গছৰ খোৰোং

Ans: অতি শুৱনি


১৫। বহুবচন কাক বোলে ?

1) দুটা বা তাতকৈ বেছি

2) এটাক বুজোৱা

3) ওপৰৰ দুয়োটা

Ans: দুটা বা তাতকৈ বেছি


১৬। অজগৰহালে ক'ত পোৱালিবোৰ উমনি দি আছিল ?

1) জোপোহা ঘৰটোত

2) শিমলুজোপাৰ ওপৰত

3) এটাও নহয়

Ans: শিমলুজোপাৰ ওপৰত


১৭। তলৰ কোনকেইটা একবচন ।

1) এজন মানুহ, এজোপা গছ আদি

2) এজন শিক্ষক, এখন চকী

3) ওপৰৰ দুয়োটা

Ans: ওপৰৰ দুয়োটা


১৮। ধোন্দ শব্দৰ অৰ্থ কি ?

1) কোনো কাম নথকা লোক

2) গছৰ খোৰোং

3) বৰ ডাঠ

Ans: গছৰ খোৰোং


১৯। প্ৰকৃতিপ্ৰেমীৰ দলটোৱে কি নিৰীক্ষণ কৰিবলৈ থিৰ কৰিলে ?

1) অজগৰহালক

2) গছ-গছনিক

3) জীৱ-জন্তুবোৰক

 Ans: অজগৰহালক


২০। অটব্য শব্দৰ অৰ্থ কি ?

1) অতি শুৱনি

2) চাল-চলন

3) এটাও নহয়

Ans: এটাও নহয়

Type Susmita Kakati