অহঙ্কাৰ


১। বিৰিখৰ অৰ্থ কি ?

1) বৃক্ষ

2) ডাঙৰ গছ

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়


২। নিকা অৰ্থ কি ?

1) চাফা

2) লেতেৰা

3) ইয়াৰ পৰা এটাও নহয়

Ans: চাফা


৩। গপৰ অৰ্থ কি ?

1) ভেম

2) অহংকাৰ

3) ইয়াৰ পৰা এটাও নহয়

Ans: ভেম


৪।  কি আহিলে ধূলি কণিকা বোৰ অলপ পাতল হয় ?

1) বৰষুণ দিলে

2) বতাহমাৰিলে

3) ইয়াৰ পৰা এটাও নহয়

Ans: বৰষুণ দিলে


৫। খৰালি দিনত  বেছিকৈ কি হয় ?

1) বৰষুণ হয়

2) ধূলি হয়

3) ইয়াৰ পৰা এটাও নহয়

Ans: ধূলি হয়


৬। ওখন্দা মানে কি ?

1) ফুলি নোঠা

2) ফুলি উঠা

3) ইয়াৰ পৰা এটাও নহয়

Ans: ফুলি উঠা


৭। কবিতাটোৰ কবিজনৰ নাম কি ?

1) অতুলানন্দ গোস্বামী

2) ৰঘুনাথ চৌধাৰী

3) হৰিনাৰায়াণ দত্তবৰুৱা

Ans: ৰঘুনাথ চৌধাৰী


৮। খৰালি অৰ্থ কি ?

1) খৰাং

2) বাৰিষা

3) ইয়াৰ পৰা এটাও নহয়

Ans: খৰাং


৯।  চাফা অৰ্থ কি ?

1) পৰিস্কাৰ

2) নিকা

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়


১০। বৃক্ষ অৰ্থ কি ?

1) বিৰিখ

2) গছ

3) ওপৰৰ দুয়োটায়ে হয়

Ans: ওপৰৰ দুয়োটায়ে হয়


১১। গছ-লতা তৃণ __________ আদি ধূলিৰে উপচি পৰা ।

1) ঘৰ-বাৰী

2) শিৰৰ ভূষণ

3) এটাও নহয়

Ans: ঘৰ-বাৰী


১২। ভূষণ শব্দৰ অৰ্থ কি ?

1) খৰতকীয়া

2) খৰাং

3) অলংকাৰ

Ans: অলংকাৰ


১৩। কবিতাটোত থকা চকুৰে মণিব নোৱাৰা বস্তুটো কি ?

1) ক্ষুদ্ৰ ধূলিকণা

2) শিৰৰ ভূষণ

3) নিকা

Ans: ক্ষুদ্ৰ ধূলিকণা


১৪। ধূলিকণাবোৰ ক'ত পৰে ?

1) গছ-লতাত

2) দশোদিশে

3) এটাও নহয়

Ans: দশোদিশে


১৫। ধূলিৰে কি কি উপচি পৰে ?

1) গছ-লতা, ঘৰ-বাৰী আদি

2) ওখ অট্টালিকা

3) সৰু পজা

Ans: গছ-লতা, ঘৰ-বাৰী আদি


১৬। ৰজা-মহাৰজা কাৰ শিৰৰ ভূষণ হয় ?

1) বামুণৰ

2) সাধু মহন্তৰ

3) ধূলিকণাৰ

Ans: সাধু মহন্তৰ


১৭। গপত ওফন্দা কাৰ চিন-চাব মাৰ গ'ল ?

1) ধূলি-কণাৰ

2) শিৰৰ ভূষণৰ

3) এটাও নহয়

Ans: ধূলি-কণাৰ


১৮। হঠাতে এদিন বৰষুণ পৰি কি হ'ল ?

1) খৰাং হ'ল

2) গছ-লতা লেটেৰা হ'ল

3) গছ-লতা নিকা হ'ল

Ans: গছ-লতা নিকা হ'ল


১৯। কি দিনত দশোদিশে ধূলিৰে ভৰি থাকে ?

1) বাৰিষা দিনত

2) খৰালি দিনত

3) ওপৰৰ দুয়োটা

 Ans: খৰালি দিনত


২০। ৰজা-মহাৰজা সাধু মহন্তৰো _____________ হয় ।

1)শিৰৰ ভূষণ

2) ভূল-ভান্তি

3) এটাও নহয়

Ans: শিৰৰ ভূষণ

Type Susmita Kakati