প্ৰসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ


১। ভেংকটৰমণৰ কত জন্ম হৈছিল ?

1) তামিলনাডুৰ ত্ৰিচনাপল্লীত

2) তিনচুকীয়াত

3) ডিব্ৰুগড়ত

Ans: তামিলনাডুৰ ত্ৰিচনাপল্লীত


২। ভেংকটৰমণৰ কিমান চনত জন্ম হৈছিল ?

1) ১৮৮৮ চনৰ ৭ নৱেম্বৰত

2) ১৯৫৭ চনৰ ২১ জানুৱাৰীত

3) ১৯৮৩ চনৰ ৪ অক্টোবৰত

Ans: ১৮৮৮ চনৰ ৭ নৱেম্বৰত


৩।ভেংকটৰমণৰ পিতৃৰ নাম কি ?

1) চন্দ্ৰশেখৰ আয়াৰ

2) গৰ্গৰাম বৰুৱা

3) মিত্ৰদেৱ মহন্ত

Ans: চন্দ্ৰশেখৰ আয়াৰ


৪। ভেংকটৰমৰণৰ  মাতৃৰ নাম কি ?

1) পাৰ্বতী আমল

2) নলিনীবালা দেবী

3) ইয়াৰ পৰা এটাও নহয়

Ans: পাৰ্বতী আমল


৫। পোহৰৰ সাতোটা ৰঙৰ ভিতৰত আটাইতকৈ বেছিকৈ সিঁচৰতি ৰং কোনটো ?

1) নীলা

2) ৰঙা

3) হালধিয়া

Ans: নীলা


৬। ভেংকটৰমণ ব্ৰিটিছ চৰকাৰে কি উপাধি দিছিল ?

1) ছাৰ উপাধি

2) চন্দ্ৰশেখৰ উপাধি

3) ইয়াৰ পৰা এটাও নহয়

Ans: ছাৰ উপাধি


৭। ভেংকটৰমণে কিমান চনত বিষয়াৰূপে যোগদান কৰিছিল ?

1) ১৯০৭ চনত

2) ২০১০ চনত

3) ১৯০৮ চনত

Ans: ১৯০৭ চনত


৮। ছোভিয়েট চৰকাৰে তেঁওক কি বঁটা প্ৰদান কৰিছিল ?

1) লেনিন বঁটা

2) নবেল বঁটা

3) ইয়াৰ পৰা এটাও নহয়

Ans: লেনিন বঁটা


৯। ভাৰতীয় বিজ্ঞান একাডেমী কিমান চনত স্থাপন কৰিছিল ?

1) ১৯৩৪ চনত

2) ১৯৪৫ চনত

3) ১৮৭৬ চনত

Ans: ১৯৩৪ চনত


১০। তেওঁ কিমান চনত মৃত্যু হৈছিল ?

1) ১৯৭১ চনৰ ২১ নৱেম্বৰত

2) ১৯৮৪ চনৰ ৪ আগষ্টত

3) ১৮০৭ চনৰ ২৫ ফেব্ৰুৱাৰীত

Ans: ১৯৭১ চনৰ ২১ নৱেম্বৰত


১১। দিগন্তত আকাশৰ নীলাৰ সৈতে কোন ঠাইৰ কি ৰং মিলি গৈছিল ?

1) উৰাজাহাজৰ হালধীয়া ৰং

2) সাগৰৰ নীলা ৰং

3) ওপৰৰ দুয়োটা

Ans: সাগৰৰ নীলা ৰং


১২।  তেওঁক কিহে মোহিত কৰিছিল ?

1) সাগৰৰ বিশাল জলৰাশিয়ে

2) আকাশৰ নীলা ৰং

3) জাহাজখনে

Ans: সাগৰৰ বিশাল জলৰাশিয়ে


১৩। বায়ুমণ্ডলত থকা বিভিন্ন কণিকাবোৰে কি কৰে ?

1) পোহৰ ধৰি ৰাখে

2) তাপ ধৰি ৰাখে

3) পোহৰ সিঁচৰতি কৰে

Ans: পোহৰ সিঁচৰতি কৰে


১৪। তেওঁ কোনটো বিভাগত প্ৰথম স্থান লাভ কৰি স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ?

1) ৰাজনীতি বিজ্ঞানত

2) পদাৰ্থ বিজ্ঞানত

3) অৰ্থ বিজ্ঞানত

Ans: পদাৰ্থ বিজ্ঞানত


১৫। এম.এ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আগতে তেওঁ লিখা কেইটা প্ৰবন্ধ প্ৰকাশ পাইছিল ?

1) ছয়টা

2) চাৰিটা

3) দুটা

Ans: দুটা


১৬। গৱেষণা শব্দৰ অৰ্থ কি ?

1) বিশেষ ৰচনা

2) গভীৰ চিন্তা

3) এটাও নহয়

Ans: বিশেষ ৰচনা


১৭। ১৯২১ চনত ভেংকটৰমণে কিহত যোগদান কৰিবলৈ লণ্ডনলৈ গৈছিল ?

1) ৰমণ ৰশ্মিত

2) কলিকতা বিশ্ৱবিদ্য়ালয়ত

3) বিশ্ৱবিদ্যালয় কংগ্ৰেছত

Ans: বিশ্ৱবিদ্যালয় কংগ্ৰেছত


১৮। ডিনামাইটৰ কোনে আৱিষ্কাৰ কৰিছিল ?

1) আলফ্ৰেড ন'বেলে

2) ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণে

3) পাৰ্বতী আমলে

Ans: আলফ্ৰেড ন'বেলে


১৯। তেওঁ কি আৱিষ্কাৰ কৰা বাবে ন'বেল বটা লাভ কৰিছিল ?

1) ডিনামাইটৰ

2) ৰমণ ৰশ্মি

3) ৰমণ প্ৰতিষ্ঠান

Ans:  ৰমণ ৰশ্মি


২০। ১৯৫৪ চনত তেওঁ কি উপাধি লাভ কৰিছিল ?

1) ভাৰত ৰত্ন

2) ছাৰ

3) লেনিন বঁটা

Ans: ভাৰত ৰত্ন

Type Susmita Kakati