যেতিয়াৰ যিটো বন


১।  গহৰি অৰ্থ কি ?

1) পলম

2) সোনকালে

3) ইয়াৰ পৰা এটাও নহয়

Ans: পলম


২। সময়ৰ লগে লগে কামবোৰ কৰিলে কি লাভ হয় ?

1) টান

2) সহজ

3) ইয়াৰ পৰা এটাও নহয়

Ans: সহজ


৩।  এলাহ কি থাকিলে মানুহে জীৱনত  সফল হব পাৰেনে নোৱাৰে ?

1) পাৰে

2) নোৱাৰে

3) ওপৰৰ এটাও নহয়

Ans: নোৱাৰে


৪। টুটি অৰ্থ কি ?

1) কমি যোৱা

2) বাহি যোৱা

3) ইয়াৰ পৰা এটাও নহয়

Ans: কমি যোৱা


৫। এলাহ অৰ্থ কি ?

1) কাম কৰিবলৈ অনিচ্ছা

2) কোম কৰি ভাল পোৱা

3) ইয়াৰ পৰা এটাও নহয়

Ans: কাম কৰিবলৈ অনিচ্ছা


৬। বন মানে কি ?

1) কাম

2) সুনাম

3) ইয়াৰ পৰা এটাও নহয়

Ansকাম


৭। যশ অৰ্থ কি ?

1) সুনাম

2) সহজ

3) ওপৰৰ এটাও নহয়

Ans: সুনাম


৮। কাল কাক বোলে ?

1) ক্ৰিয়া সময়কে কাল বোলে

2) নকৰা বা নোহাৱাকে  কাল বোলে

3) ইয়াৰ পৰা এটাও  নহয়

Ans: ক্ৰিয়া সময়কে কাল বোলে


৯। কবিতাটোৰ কবিজনৰ নাম কি ?

1) হৰিনাৰায়ণ দত্তবৰুৱা

2) ৰঘুনাথ বৰুৱা

3) নৱকান্ত বৰুৱা

Ans: হৰিনাৰায়ণ দত্তবৰুৱা


১০। ক্ৰিয়াপদ কাক বোলে ?

1) যি পদে কাম কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলে

2) যি পদে কোনো দূখ গুণ পৰিমাণ আদি বুজায় তাক ক্ৰিয়া পদ বোলে

3) ইয়াৰ পৰা এটাও নহয়

Ans: যি পদে কাম কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলে


১১। সময়ৰ লগে লগে কাম কৰি গ'লে সকলোতে কি পোৱা যায় ?

1) ঢিলা

2) কঠিন

3) এটাও নহয়

Ans: ঢিলা


১২। নঞৰ্থক ক্ৰিয়াপদ কাক বোলে ?

1) হোৱা বা নোহোৱা পদক

2) নকৰা বা নোহোৱা পদক

3) ওপৰৰ দুয়োটা

Ans: নকৰা বা নোহোৱা পদক


১৩। বন কেতিয়া কৰিব লাগে?

1) যেতিয়া যিতো বন তেতিয়াই

2) যেতিয়া যিতো মন নাযা

3) যেতিয়াই মন যাই তেতিয়াই

Ans: যেতিয়া যিতো বন তেতিয়াই


১৪। কাম কেতিয়া পিছ পৰে ?

1) জীৱনত কৰিব নোৱাৰা হ'লে

2) মৃত্যুৰ সময় আহিলে

3) সময়ত নকৰিলে

Ans: সময়ত নকৰিলে


১৫। ন+কৰে=

1) নকৰিলে

2) নকৰে

3) নকৰ

Ans: নকৰে


১৬। আপদ শব্দৰ অৰ্থ কি ?

1) বিপদ

2) আওকাণ

3) বিশ্ৱাস

Ans: বিপদ


১৭। যেতিয়াৰ যিটো বন ধৰা _________এলাহত নুখুজিবা ছুটী ।

1) এতিয়াই

2) সহজে

3) ততালিকে

Ans: ততালিকে


১৮। জীৱনৰ দিন কি হয় যায়?

1) ছুটী হয় যায়

2) দীৰ্ঘদিনীয়া হয়

3) টুটি যায়

Ans: টুটি যায়


১৯। কি নকৰিলে নাম,যশ লভিব পাৰি ?

1) এলাহ নকৰিলে

2) কাম নকৰিলে

3) এলেহুৱা হ'লে

 Ans: এলাহ নকৰিলে


২০। তলৰ নঞৰ্থক ক্ৰিয়া পদ কোনটো ? 

1) হয়

2) নহয়

3) যশ

Ans: নহয়

Type Susmita Kakati