বিদ্যুৎ আৰু চুম্বক


(১) আমাৰ ৰাজ্যত বিদ্যুৎৰ উৎপাদল প্ৰয়োজনতকৈ কি?

1) বহু বেছি

2) বহু কম

3) এটাও নহয়

Ans: বহু কম


(২) স্থিৰ অৱস্থাত চুম্বক কোন মুৱাকৈ থাকে?

1) পূব-পশ্চিম মুৱাকৈ

2) উত্তৰ-দক্ষিণ মুৱাকৈ

3) এটাও নহয়

Ans: উত্তৰ-দক্ষিণ মুৱাকৈ


(৩) চুম্বকীয় পদাৰ্থবোৰ হ'ল?

1) কাঠ, কাপোৰ আৰু প্লাষ্টিকৰ বস্তু

2) লো, গজাল,আৰু পিন

3) এটাও নহয়

Ans: লো, গজাল,আৰু পিন


(৪) চুম্বকে কি কি মেৰুৰ মাজত আকৰ্ষণ কৰে?

1) একে জাতীয় মেৰু মাজত

2) বিপৰীত জাতীয় মেৰুৰ মাজত

3) এটাও নহয়

Ans: বিপৰীত জাতীয় মেৰুৰ মাজত


(৫) চুম্বকে কি কি মেৰুৰ মাজত বিকৰ্ষণ কৰে?

1) একে জাতীয় মেৰু মাজত

2) বিপৰীত জাতীয় মেৰুৰ মাজত

3) এটাও নহয়

Ansএকে জাতীয় মেৰু মাজত



(৬) যি বিলাক পদাৰ্থ চুম্বকে আকৰ্ষণ নকৰে তেনে পদাৰ্থক কি  বোলে?

1) চুম্বকীয় পদাৰ্থ

2) অচুম্বকীয় পদাৰ্থ

3) এটাও নহয়

Ans: অচুম্বকীয় পদাৰ্থ

(৭) চুম্বক এডালৰ মূৰ দুটাৰ আকৰ্ষণ ক্ষমতা কি?

1) কম

2) বেছি

3) এটাও নহয়

Ans: বেছি


(৮) চল বিদ্যুতৰ আধানবিলাক গতিশীল?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ


(৯) কৰ উমক্ৰ নামৰ ঠাইত বিদ্যুৎ শক্তিৰ উৎপাদন কেন্দ্ৰ আছে?

1) কাৰ্বি আংলংৰ

2) ডিমা হাছাওৰ

3) মেঘালয়

Ans: মেঘালয়


(১০) কি জিলাৰ উমৰাংচু নামৰ ঠাইত বিদ্যুৎ শক্তিৰ উৎপাদন কেন্দ্ৰ আছে?

1) কাৰ্বি আংলং

2) ডিমা হাছাও

3) মেঘালয়

Ans: কাৰ্বি আংলং

Type Susmita Kakati