Chapter 11 

 শবৰীৰ এৰেহা হোৱা বগৰী



১। সোণৰ হৰিণৰূপী ৰাক্ষস কোন আছিল ?

(ক) ৰাৱণ

(খ) মাৰীচ

(গ) ইয়াৰ পৰা এটাও নহয়.

উত্তৰ- (খ) মাৰীচ ।


২। ৰামে বাটত কাক দেখা পালে ?

(ক) জটায়ু

(খ) শৱৰীয়ে

(গ) ৰাৱণক

উত্তৰ- (ক) জটায়ু ।


৩। কোন অচেতন হৈআছিল ?

(ক) শৱৰী

(খ) ৰাৱণ

(গ) জটায়ু

উত্তৰ- (গ) জটায়ু ।


৪। জটায়ু ৰামক কি কথা ক’লে ?

(ক) ৰাৱণে সীতা হৰণ কৰি নিয়া কথা কৈছে

(খ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ৰাৱণে সীতা হৰণ কৰি নিয়া কথা কৈছে ।


৫। জটায়ু কাৰ কোলাতেই প্ৰাণ ত্যাগ কৰিলে ?

(ক) লক্ষ্মণৰ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ৰামৰ

উত্তৰ- (গ) ৰামৰ ।


৬। ৰামে কাৰ দাহ-সংস্কাৰ কৰিলে ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) জটায়ু

(গ) তাড়কা

উত্তৰ- (খ) জটায়ু ।


৭। দুয়ে ভাতৃ কাক বিচাৰি আগবাঢ়িল ?

(ক) সীতাৰ

(খ) ভৰত

(গ) শত্ৰুঘ্ন

উত্তৰ- (ক) সীতাৰ ।


৮। বুঢ়ীগৰাকী নাম কি ?

(ক) মোহিনী

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) শবৰী

উত্তৰ- শবৰী ।


৯। শবৰী কোন আছিল ?                                                             

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) ধুনিয়া তিৰোতা আছিল

(গ) বুঢ়ী তিৰোতা আছিল

উত্তৰ- (গ) বুঢ়ী তিৰোতা আছিল ।


১০। শবৰীয়ে ৰামক কি খাব দিছিল ?

(ক) মিঠা আম

(খ) মিঠা বগৰী

(গ) মিঠা কমলা

উত্তৰ- (খ) মিঠা বগৰী ।

DABP007859