Chapter 15
অশোক বনত সীতা
১। পাৰ হৈ হনুমান ক’ত পালেগৈ?
(ক) কিষ্কিন্ধা
(খ) লঙ্কাৰ
(গ) অয়োধ্য
উত্তৰ- (খ) লঙ্কাৰ ।
২। লঙ্কাৰ এটা কি ?
(ক) সাগৰ
(খ) দেশ
(গ) দ্বিপ
উত্তৰ- (গ) দ্বিপ ।
৩। লঙ্কাৰ ৰজা কোন আছিল ?
(ক) ৰাৱণ
(খ) ৰাম
(গ) কুম্ভকৰ্ণ
উত্তৰ- (ক) ৰাৱণ ।
৪। দ্বিপৰ মাজত কাৰ বিশাল ভৱন আছিল?
(ক) ৰাম
(খ) ৰাৱণ
(গ) কুম্ভকৰ্ণ
উত্তৰ- (খ) ৰাৱণ ।
৫। ৰাজপ্ৰাসাদৰ চাৰিওফালে কি আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) ওখ আসন্ন
(গ) ওখ দেৱাল
উত্তৰ- (গ) ওখ দেৱাল ।
৬। দেৱালবোৰ মাজে মাজে কি আছিল ?
(ক) ডাঙৰ ডাঙৰ আসন্ন
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ডাঙৰ ডাঙৰ দুৱাৰ
উত্তৰ- (গ) ডাঙৰ ডাঙৰ দুৱাৰ ।
৭। লঙ্কাত নগৰৰ ঘৰবোৰত কিহেৰে সজা আছিল ?
(ক) সোণ-ৰূপে
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) মাটিৰে
উত্তৰ- (ক) সোণ-ৰূপে ।
৮। সীতা কোন বনত আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) সুন্দৰ বনত
(গ) অশোক বনত
উত্তৰ- (গ) অশোক বনত ।
৯। এটা ঘৰত হনুমানে কি দেখা পালে ?
(ক) এটা সোণৰ মন্দিৰ , এজোপা আমৰ গছ
(খ) এটা মন্দিৰ, এজোপা তুলসীৰ গছ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) এটা মন্দিৰ, এজোপা তুলসীৰ গছ ।
১০। সেই ঘৰটোত কোনে ভগৱানৰ পূজা কৰি আছে ?
(ক) ৰাৱণে
(খ) বিভীষণে
(গ) কুম্ভকৰ্ণ
উত্তৰ- (খ) বিভীষণে ।
0 Comments