Chapter 15

অশোক বনত সীতা



১। পাৰ হৈ হনুমান ক’ত পালেগৈ?

(ক) কিষ্কিন্ধা

(খ) লঙ্কাৰ

(গ) অয়োধ্য

উত্তৰ- (খ) লঙ্কাৰ ।


২। লঙ্কাৰ এটা কি ?

(ক) সাগৰ

(খ) দেশ

(গ) দ্বিপ

উত্তৰ- (গ) দ্বিপ ।


৩। লঙ্কাৰ ৰজা কোন আছিল ?

(ক) ৰাৱণ

(খ) ৰাম

(গ) কুম্ভকৰ্ণ

উত্তৰ- (ক) ৰাৱণ ।


৪। দ্বিপৰ মাজত কাৰ বিশাল ভৱন আছিল?

(ক) ৰাম

(খ) ৰাৱণ

(গ) কুম্ভকৰ্ণ

উত্তৰ- (খ) ৰাৱণ ।


৫। ৰাজপ্ৰাসাদৰ চাৰিওফালে কি আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) ওখ আসন্ন

(গ) ওখ দেৱাল

উত্তৰ- (গ) ওখ দেৱাল ।


৬। দেৱালবোৰ মাজে মাজে কি আছিল ?

(ক) ডাঙৰ ডাঙৰ আসন্ন

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ডাঙৰ ডাঙৰ দুৱাৰ

উত্তৰ- (গ) ডাঙৰ ডাঙৰ দুৱাৰ ।


৭। লঙ্কাত নগৰৰ ঘৰবোৰত কিহেৰে সজা আছিল ?

(ক) সোণ-ৰূপে

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) মাটিৰে

উত্তৰ- (ক) সোণ-ৰূপে ।


৮। সীতা কোন বনত আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) সুন্দৰ বনত

(গ) অশোক বনত

উত্তৰ- (গ) অশোক বনত ।


৯। এটা ঘৰত হনুমানে কি দেখা পালে ?

(ক) এটা সোণৰ মন্দিৰ , এজোপা আমৰ গছ

(খ) এটা মন্দিৰ, এজোপা তুলসীৰ গছ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) এটা মন্দিৰ, এজোপা তুলসীৰ গছ ।


১০। সেই ঘৰটোত কোনে ভগৱানৰ পূজা কৰি আছে ?

(ক) ৰাৱণে

(খ) বিভীষণে

(গ) কুম্ভকৰ্ণ

উত্তৰ- (খ) বিভীষণে ।