অসমৰ জলবায়ু


১। অসমত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে গ্ৰীষ্মকালত প্ৰচুৰ পৰিমানে কি হয়?

1) বতাহ

2) বৰষুণ

3) মৌচুমী

Ans: বৰষুণ


২। অসমত কি মাহৰ পৰা কি মাহলৈ বৰষুণৰ ঋতু চলে?

1)জানুবাৰী মাহৰ পৰা এপিললৈ

2) মে মাহৰ পৰা জুনলৈ

3) জুন মাহৰ পৰা ছেপ্টেম্বৰলৈ

Ans: জুন মাহৰ পৰা ছেপ্টেম্বৰলৈ


৩। অসমত বছৰি গড়ে কিমান চেঃ মিঃ বৰষুণ হয়?

1) ২০০ চেঃ মিঃ

2) ৩০০ চেঃ মিঃ

3) ৫০০ চেঃ মিঃ

Ans: ২০০ চেঃ মিঃ


৪। অসমৰ পূবফালত আৰু উত্তৰৰ হিমালয়ৰ কাষৰীয়া অঞ্চলত বছৰি গড়ে প্ৰায় কিমান পৰ্যন্ত বৰষুণ হয়?

1) ৪০০ চেঃ মিঃ

2) ৩০০ চেঃ মিঃ

3) ৬০০ চেঃ মিঃ

Ans: ৩০০ চেঃ মিঃ


৫। বৰষুণ অধিক হোৱাৰ বাবে ৰাজ্য়খনত কি বেছি?

1) ঘৰ-দুৱা

2) নদ-নদী

3) গছ-গছনি

Ans: নদ-নদী


৬। জলবায়ু অনুসৰি মানুহৰ কি বেলেগ হয়?

1) ঘৰ-দুৱা

2) সাজ-পাৰ

3) নদ-নদী

Ans: সাজ-পাৰ


৭। বাৰিষা কালত প্ৰধান শস্য় কি?

1) তিল-মাহ

2) কঁঠাল-মধুৰীআম

3) ধান-মৰাপাট

Ans: ধান-মৰাপাট


৮। অসমৰ বিভিন্ন ঋতুত কি পোৱা যায়?

1) ফল-মূল

2) খেতি

3) পূজা

Ans: ফল-মূল


৯। পাহাৰীয়া অঞ্চলৰ লোক সকলে কি খেতি কৰে?

1) গুমখেতি

2) ঝুমখেতি

3) আহুধানৰখেতি

Ans: ঝুমখেতি


১০। মানুহে ঋতু অনুসৰি কি কৰে?

1) উৎসৱ পালন

2) ধৰ্ম পালন

3) ওপৰৰ এটাও নহয়

Ans: উৎসৱ পালন

Type Susmita Kakati