পানী
Chapter 5
১।পানী কেইটা অৱস্থা থাকে ?
(ক) ৩টা
(খ) ৪টা
(গ) ৫টা
উত্তৰঃ ৩টা
২। পানী উতলিলে কেনে শব্দ হয় ?
(ক) কুলু-কুলুকৈ
(খ) বক্-বকাওঁ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ বক্-বকাওঁ
৩। পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয় ?
(ক) বক্-বকাওঁ
(খ) টপ্-টপাওঁ
(গ) কুলু-কুলুকৈ
উত্তৰঃ কুলু-কুলুকৈ
৪। পানী সৰি পৰোঁতে কেনে শব্দ হয় ?
(ক) টপ্ টপাওঁ
(খ) বক্ বকাওঁ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ টপ্ টপাওঁ
৫। পানীৰ বলতেই কি জ্বলে বুলি পাঠটোত কৈছে ?
(ক) জুই জ্বলে
(খ) বিজুলী চাকি জ্বলে
(গ) মাটি চাকি জ্বলে
উত্তৰঃ বিজুলী চাকি জ্বলে
৬। পানীৰ ভাপতে কি চলে বুলি পাঠটোত কৈছে ?
(ক) বিজুলী চাকি চলে
(খ) গাড়ী চলে
(গ) যন্ত্ৰ চলে
উত্তৰঃ যন্ত্ৰ চলে
৭। সকলোৱে পানীক কি নাই বুলি কৈছে ?
(ক) আকাৰ নাই
(খ) প্ৰকাৰ নাই
(গ) ওপৰৰ এটাও নাই
উত্তৰঃ আকাৰ নাই
৮। পানী কেনেকৈ বৈ থাকিবলৈ মন যায় ?
(ক) সদায় বৈ থাকিবলৈ
(খ) বৈ নাযাবলৈ
(গ) অবিৰামভাৱে বৈ থাকিবলৈ
উত্তৰঃ অবিৰামভাৱে বৈ থাকিবলৈ
৯। বতাহ বলিলে কেনে শব্দ হয় ?
(ক) হুৰ্ হুৰণিকৈ
(খ) টিক্ টিক্ কৈ
(গ) মেৰ্ মেৰ্ কৈ
উত্তৰঃ হুৰ্ হুৰণিকৈ
১০। ঘড়ীৰৰ শব্দ কেনে ধৰণৰ হয় ?
(ক) কেৰ্ কেৰ্
(খ) টং টং
(গ) টিক্ টিক্
উত্তৰঃ টং টং
১১। ভোমোৰাৰ শব্দ কেনে ধৰণৰ হয় ?
(ক) টং টং
(খ) গুণ্ গুণ্
(গ) কা কা
উত্তৰঃ গুণ্ গুণ্
১২। কাউৰীৰ শব্দ কেনে ধৰণৰ হয় ?
(ক) কেৰ্ কেৰ্
(খ) গুণ্ গুণ্
(গ) কা কা
উত্তৰঃ কা কা
১৩। চিকাৰৰ কৰিলে শব্দ কেনে ধৰণৰ হয় ?
(ক) টং টং
(খ) চিক্ চিক্
(গ) মেৰ্ মেৰ্
উত্তৰঃ চিক্ চিক্
১৪। ৰজাৰ কাপোৰ তিয়াব পাৰি শুকুৱাব নোৱাৰি।
(ক) মুখ
(খ) দাত
(গ) জিভা
উত্তৰঃ জিভা
১৫। টুপ্ টুপ্ টুপালি পানি পালে মুকলি।
(ক) বৰশি
(খ) জাল
(গ) মাছ
উত্তৰঃ বৰশি
0 Comments