মোমাই তামুলী বৰবৰুৱা

১) আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱাৰ নাম কি?

(ক) মোমাই তামুলী

(খ) শুকুতি

(গ) প্ৰতাপসিংহ

উত্তৰ- (ক) মোমাই তামুলী ।

২) মোমাই তামুলী বৰবৰুৱাৰ পিতৃ নাম কি?

(ক) মোমাই নাজিৰা

(খ) মোমাই চিংগ

(গ) মোমাই ন্যেচাংগ

উত্তৰ- (গ) মোমাই ন্যেচাংগ ।

৩) বন্ধাৰ অৰ্থ কি?

(ক) কৰ্মপটু

(খ) বাধ্যক্ৰমে থকা ভৃত্য

(গ) বিশেষ কাৰণত চকুৰোৱা

উত্তৰ- (খ) বাধ্যক্ৰমে থকা ভৃত্য ।

৪) তাই ভাষাত মোমাই অৰ্থ কি?

(ক) তামোল পৰিষ্কাৰ কৰা

(খ) জ্বাৱৰ পৰিষ্কাৰ কৰা

(গ) কামত কৰ্মপটু

উত্তৰ- (ক) তামোল পৰিষ্কাৰ কৰা ।

৫) মোমাই ন্যেচাংগৰ কৰ্মদক্ষতা দেখি প্ৰতাপসিংহই তেওঁক কেইটা পদেৰে পুৰস্কৃত কৰিছিল?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

উত্তৰ- (গ) তিনিটা ।

৬) কিমান খ্ৰিষ্টাব্দত মোমাই ন্যেচাংগ বৰবৰুৱা পদত অধিষ্ঠিত কৰালে?

(ক) ১৫৮৯ খ্ৰি.ত

(খ) ১৫১৮ খ্ৰি.ত

(গ) ১৬৫৯ খ্ৰি.ত

উত্তৰ- (খ) ১৫১৮ খ্ৰি.ত ।

৭) কিমান খ্ৰিষ্টাব্দত মোগল সেনাপতি আহা্লায়াৰ খাঁৰ লগত এখন সন্ধি কৰিছিল?

(ক) ১৫৪৬ খ্ৰি.ত

(খ) ১৬৩৪ খ্ৰি.ত

(গ) ১৬৩৯ খ্ৰি.ত

উত্তৰ- (গ) ১৬৩৯ খ্ৰি.ত ।

৮) বৰ্তমান কোনটো পথ অসুৰৰ আলি নামেৰে জনাজাত আছিল?

(ক) ৰাজগড়

(খ) জবকাৰ

(গ) মেচাগড়

উত্তৰ- (ক) ৰাজগড় ।

৯) আধুনিক গাওঁ নিৰ্মাণৰ বাটকটীয়া জনক কোন?

(ক) বৰগোহাঁই

(খ) প্ৰতাপসিংহ

(গ) মোমাই ন্যেচাংগ

উত্তৰ- (গ) মোমাই ন্যেচাংগ ।

১০) যাত্ৰায়তৰ সুবিধাৰ বাবে মোমাই তামুলী বৰবৰুৱাই  কেইটা আলি সাজি উলিয়াইছিল?

(ক) দুটা

(খ) চাৰিটা

(গ) পাচঁটা

উত্তৰ- (গ) পাচঁটা ।

১১) স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাক কি নামেৰে জনা গৈছিল?

(ক) ‘নামছলা ৰজা’

(খ) কৰ্মপটু ৰজা

(গ) লুখুৰাসনীয়া ৰজা

উত্তৰ- (ক) ‘নামছলা ৰজা’ .

১২) স্বৰ্গদেউ প্ৰতাপসিংহই ‘বৰবৰুৱা’ আৰু ‘বৰফুকন’ নামৰ কেইটা পদবীৰ সৃষ্টি কৰিছিল?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

উত্তৰ- (খ) দুটা ।

Type - Boby Bora