চুচেংফা বা প্ৰতাপসিংহ


১) কিমান খ্ৰিষ্টাব্দত চুচেংফাই আহোম ৰাজপাটত উঠিছিল?

(ক) ১৫৮৯ খ্ৰি.ত

(খ) ১৬০৩ খ্ৰি.ত

(গ) ১৬৫৯ খ্ৰি.ত

উত্তৰ- (খ) ১৬০৩ খ্ৰি.ত ।


২) চুচেংফাক কিয় বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰে জানিছিল?

(ক) ধৈৰ্য্য, সাহস আৰু বুদ্ধিৰ

(খ) শক্তিশালী, মনোবৃদ্ধি

(গ) বিচক্ষণতা, দূৰদৰ্শিতা

উত্তৰ- (ক) ধৈৰ্য্য, সাহস আৰু বুদ্ধিৰ ।


৩) কোনজন আহোম ৰজাৰ ৰাজত্ব কালত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হৈছিল?

(ক) চুহুংমুঙ

(খ) লাঙ্গী গোহাঁই

(গ) প্ৰতাপসিংহ

উত্তৰ- (গ) প্ৰতাপসিংহ ।


৪) প্ৰতাপসিংহৰ ৰাজত্বকালত কেইটা আলি বা পথৰ নিৰ্মাণ কৰিছিল?

(ক) ১১ টা

(খ) ১৪ টা

(গ) ২০ টা

উত্তৰ- (ক) ১১ টা ।


৫) তাঁতীসকলক বসবাসৰ উপযোগী নিগাজীকৈ থকাৰ ব্যৱস্থা কৰা ঠাইখনৰ নাম?

(ক) মৈদাম

(খ) শুৱালকুছিত

(গ) ৰামদিয়াত

উত্তৰ- (খ) শুৱালকুছিত ।


৬) তেলীসকলক বসবাসৰ উপযোগী নিগাজীকৈ থকাৰ ব্যৱস্থা কৰি দিয়া ঠাইখনৰ নাম?

(ক) শুৱালকুছিত

(খ) মৈদাম

(গ) ৰামদিয়াত

উত্তৰ- (গ) ৰামদিয়াত ।


৭) শুৱালকুছি কিহৰ বাবে বিখ্যাত?

(ক) উন্নত যন্ত্ৰ-পাতিৰ

(খ) তাঁতশালৰ কাপোৰ

(গ) ব্যৱসায় ক্ষেত্ৰত

উত্তৰ- (ক) উন্নত যন্ত্ৰ-পাতিৰ ।


৮) আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা জনৰ নাম কি?

(ক) মোমাই তামুলী

(খ) বুঢ়াগোহাঁই

(গ) প্ৰতাপসিংহ

উত্তৰ- (ক) মোমাই তামুলী ।


৯) অসমৰ প্ৰথম জন বৰফুকনৰ নাম কি?

(ক) ৰহীয়াল

(খ) লাঙ্গী পানীসিয়া

(গ) কাজলীমুখীয়া

উত্তৰ- (খ) লাঙ্গী পানীসিয়া ।


১০) কোনজন ৰজাই গজপতি উপাধি লৈছিল?

(ক) চুহুংমুঙ

(খ) দুৰ্লভনাৰায়ণ

(গ) প্ৰতাপসিংহ

উত্তৰ- (খ) দুৰ্লভনাৰায়ণ ।


Type by- Bikash Bora