ফলাফল

১। এই পদ্যটোৰ ৰচক কোন?

(ক) নৱকান্ত বৰুৱা

(খ) লক্ষ্মীনাথ বেজবৰুৱা

(গ) মিত্ৰদেৱ মহন্ত

উত্তৰ- (ক) নৱকান্ত বৰুৱা ।

২। এই পদ্যটিৰ ৰচকজনৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯৯৯ চনত

(খ) ১৯২৬ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ১৯২৬ চনত ।

৩। এই পদ্যটিৰ ৰচকজন ক’ত জন্ম হৈছিল?

(ক) গুৱাহাটীত

(খ) যোৰহাটত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) গুৱাহাটীত ।

৪। ক্ৰুদ্ধ শব্দৰ অৰ্থ কি?

(ক) প্ৰৱল

(খ) শেষ

(গ) খং

উত্তৰ- (গ) খং ।

৫। ভীষণ শব্দৰ অৰ্থ কি?

(ক) প্ৰৱল

(খ) খং

(গ) শেষ

উত্তৰ- (ক) প্ৰৱল ।

৬। খতম শব্দৰ অৰ্থ কি?

(ক) খং

(খ) শেষ

(গ) প্ৰৱল

উত্তৰ- (খ) শেষ ।

৭। অজগৰৰ নেজৰ কোবত উভালি পৰা বনজোপাৰ নাম কি?

(ক) ববছা বন

(খ) লাজুকী বন

(গ) দুবৰী বন

উত্তৰ- (ক) ববছা বন ।

৮। ‘শিয়ালী পালেগৈ ৰতনপুৰ’ নামৰ শিশু উপন্যাসখনৰ ৰচক কোন?

(ক) লক্ষ্মীনাথ বেজবৰুৱা

(খ) নৱকান্ত বৰুৱা

(গ) মিত্ৰদেৱ মহন্ত

উত্তৰ- (খ) নৱকান্ত বৰুৱা ।

৯। তেখেতে গুৱাহাটীত জন্ম হ’লেও ক’ত ডাঙৰ-দীঘল হৈছিল?

(ক) ডিব্ৰুগড়ত

(খ) যোৰহাটত

(গ) নগাঁৱত

উত্তৰ- (গ) নগাঁৱত ।

১০। ‘ওমলা পুথি’ নামৰ শিশু উপন্যাসখনৰ ৰচক কোন?

(ক) নৱকান্ত বৰুৱা

(খ) মিত্ৰদেৱ মহন্ত

(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ- (ক) নৱকান্ত বৰুৱা ।

১১। অজগৰ দুটাৰ কাজিয়াৰ চিন হিচাপে কি ৰ’ল ?

(ক) চকু দুটা

(খ) নেজ দুডাল

(গ) ববছাজোপা

উত্তৰ- (গ) ববছাজোপা ।

১২। নৱকান্ত বৰুৱায়ে কোন  বিদ্য়ালয়ৰ পৰা এম.এ ডিগ্ৰী লাভ কৰে ? 

(ক) গুৱাহাটীৰ বিশ্ববিদ্য়ালৰ পৰা

(খ) আলিগড় মুছলিম বিশ্ববিদ্য়ালয়ৰ পৰা

(গ) মহাবিদ্য়ালয়ৰ পৰা

উত্তৰ- (খ) আলিগড় মুছলিম বিশ্ববিদ্য়ালয়ৰ পৰা ।

১৩। ‘সপোন ককা’ তেখেতৰ কি ?

(ক) উপন্য়াস

(খ) সাহিত্য়

(গ) গ্ৰন্থ

উত্তৰ- (খ) সাহিত্য় ।

১৪। ‘মনত পৰা শব্দ’ তেখেতৰ কি ?

(ক) গ্ৰন্থ

(খ) উপন্য়াস

(গ) সাহিত্য়

উত্তৰ- (খ) উপন্য়াস ।

১৫। ভীষণ শব্দৰ অৰ্থ কি ?

(ক) খং

(খ) বিৰাট

(গ) শেষ

উত্তৰ- (খ) বিৰাট ।

১৬। মিছা শব্দৰ বিপৰীত শব্দ কি ?

(ক) জয়

(খ) সঁচা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সঁচা ।

১৭। শেষ শব্দৰ বিপৰীত শব্দ কি ?

(ক) আৰম্ভ

(খ) সমাপ্ত

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) আৰম্ভ ।

১৮। ‘কিশোৰ ৰামায়ণ’ তেখেতৰ কি হয় ?

(ক) উপনিষদ

(খ) সাহিত্য়

(গ) গ্ৰন্থ

উত্তৰ- (ক) উপনিষদ ।

১৯। চকুৰ সমাৰ্থক শব্দ হ’ল—-

(ক) নয়ন

(খ) নেত্ৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

২০। নৱকান্ত বৰুৱাৰ জন্ম মাহ কি ?

(ক) ডিচেম্বৰ

(খ) মাৰ্চ

(গ) এপ্ৰিল

উত্তৰ- (ক) ডিচেম্বৰ ।

Type - Boby Bora 


Post ID: DABP006857