পুখুৰীৰ কথা

১। পাছফালৰ বাৰান্দাত কোন আমন-জিমনকৈ বহি আছিল?

(ক) অনন্যা

(খ) সুকণ্যা

(গ) বিপাছা

উত্তৰ- (ক) অনন্যা ।

২। সেইদিনা কি বাৰ আছিল?

(ক) সোমবাৰ

(খ) দেওবাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) দেওবাৰ ।

৩। অনন্যাই পঢ়া কিতাপখনৰ নাম কি আছিল?

(ক) আপোন পাঠ

(খ) সাথৰ ভাণ্ডাৰ

(গ) কমলা কুঁৱৰীৰ সাধু

উত্তৰ- (গ) কমলা কুঁৱৰীৰ সাধু ।

৪। জয়সাগৰ পুখুৰী কোনে খন্দাইছিল?

(ক) ৰুদ্ৰসিংহ স্বৰ্গদেৱে

(খ) অম্বিকা দেৱীয়ে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ৰুদ্ৰসিংহ স্বৰ্গদেৱে ।

৫। শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল?

(ক) ৰুদ্ৰসিংহ স্বৰ্গদেৱে

(খ) অম্বিকা দেৱীয়ে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অম্বিকা দেৱীয়ে ।

৬। আমন-জিমনকৈ শব্দৰ অৰ্থ কি?

(ক) পাৰ্গত

(খ) অতি যত্নৰে

(গ) মন মাৰি

উত্তৰ- (গ) মন মাৰি ।

৭। অমূল্য শব্দৰ অৰ্থ কি?

(ক) মূল্য নথকা

(খ) অতি মূল্যবান

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অতি মূল্যবান ।

৮। সযতনে শব্দৰ অৰ্থ কি?

(ক) অতি যত্নৰে

(খ) পাৰ্গত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অতি যত্নৰে ।

৯। দক্ষ শব্দৰ অৰ্থ কি?

(ক) অতি যত্নৰে

(খ) পাৰ্গত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পাৰ্গত ।

১০। নিজান শব্দৰ অৰ্থ কি?

(ক) মন মাৰি

(খ) অতি মূল্যবা

(গ) নিৰ্জন

উত্তৰ- (গ) নিৰ্জন।

১১। পাছফালৰ বাৰান্দাত অনন্য়া আমন-জিমনকৈ বহি থাকোতে তেতিয়া কি সময় আছিল ?

(খ) ৰাতিপুৱা

(খ) দুপৰীয়া

(গ) ৰাতি

উত্তৰ- (খ) দুপৰীয়া ।

১২। ‘কমলা কুঁৱৰীৰ সাধু’ টো পঢ়ি অনন্য়াৰ মনটো কেনেকুৱা লাগিল ?

(ক) ভাল লাগিল

(খ) বেয়া লাগিল

(গ) এটাও নহয়

উত্তৰ- (খ) বেয়া লাগিল ।

১৩। অনুহঁত যোৱাবাৰ শিৱসাগৰৰ কাৰ ঘৰলৈ গৈছিল ?

(ক) মাহীয়েকৰ ঘৰলৈ

(খ) মামায়েকৰ ঘৰলৈ

(গ) জেঠায়েকৰ ঘৰলৈ

উত্তৰ- (গ) জেঠায়েকৰ ঘৰলৈ ।

১৪। অনুয়ে জেঠায়েকৰ ঘৰত কি দেখিছিল ?

(ক) মাছবোৰ

(খ) পুখুৰীবোৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পুখুৰীবোৰ ।

১৫। অনুয়ে পুখুৰীবোৰক কি বুলি ভাবিছিল ?

(ক) সাগৰ বুলি

(খ) মহাসাগৰ বুলি

(গ) সৰু পুখুৰী

উত্তৰ- (ক) সাগৰ বুলি ।

১৬। আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী কোন আছিল ?

(ক) মূলাগাভৰু

(খ) অম্বিকা দেৱী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অম্বিকা দেৱী ।

১৭। পুৰণি কালত ৰজা-মহাৰজাসকলে পুখুৰী খন্দাতো এটা কি আছিল ?

(ক) দায়িত্ব

(খ) নিয়ম

(গ) কৰ্তব্য়

উত্তৰ- (খ) নিয়ম ।

১৮। বিশাল বিশাল পুখুৰীবোৰত কি কি ৰুইছিল ?

(ক) ভেঁট

(খ) পদুম

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

১৯। দক্ষ শব্দৰ অৰ্থ কি ?

(ক) পাৰ্গত

(খ) উৎস

(গ) অতি যত্নৰে

উত্তৰ- (ক) পাৰ্গত ।

২০। উঁহ শব্দৰ অৰ্থ কি ?*

(ক) বিমৰ্ষ হৈ

(খ) মন মাৰি থকা

(গ) উৎস

উত্তৰ- (গ) উৎস ।

Type - Boby Bora 


Post ID: DABP006824