নৰনাৰায়ণ আৰু চিলাৰায়

Chapter 1

1. কোচ ৰাজ্য়ৰ ৰজা নৰনাৰায়ণ অসমৰ ইতিহাসৰ এজন শ্ৰেষ্ঠতম কি ?

ক) সৈনিক

খ) ব্য়ক্তি

গ) ৰজা

উত্তৰঃ গ) ৰজা।


2. কাৰ পিতৃ বিশ্বসিংহই কোচ ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল।

ক) নৰনাৰায়ণ আৰু

খ) চিলাৰায়ৰ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ গ) ওপৰৰ দুইটা হয়।


3. বিশ্বসিংহই কিমান চনৰ পৰা কিমান চনলৈ কোচ ৰাজ্য় শাসন কৰিছিল। 

ক) ১৫৫১ চনৰ পৰা ১৫০৪ চনলৈ

খ) ১৫১৫ চনৰ পৰা ১৫৪০ চনলৈ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৫১৫ চনৰ পৰা ১৫৪০ চনলৈ


4. কিমান খ্ৰিষ্টাব্দত বিশ্বসিংহ মৃত্য়ু হৈছিল। 

ক) ১৫৪০

খ) ১৬৭০

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ১৫৪০।


5. কিমান খ্ৰিষ্টাব্দত মল্লদেৱ কোচ ৰাজ্য়ৰ হ’ল। 

ক) ১৬৫০

খ) ১৫৪০

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৫৪০।


6. মল্লদেৱৰ নতুন নাম কি? 

ক) নৰনাৰায়ণ

খ) শুক্লধ্বজ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) নৰনাৰায়ণ।


7. যুদ্ধৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি কিমান খ্ৰি.ত চিলাৰায়ে আহোম ৰাজ্য় আক্ৰম কৰিলে।

ক)১৫৬৩

খ) ১৫৬২

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৫৬২।


8. কোচ সৈন্য়ই কিমান খ্ৰি.ত গড়গাঁও অধিকাৰ কৰিলে। 

ক) ১৫৬৩

খ) ১৫৬২

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ১৫৬৩।


9. কোচ ৰাজ্য়ৰ সীমা আৰু শক্তি বৃদ্ধিৰ বাবে কিমান খি.ত চিলাৰায়ে গৌড় দেশ আক্ৰমণ কৰে।

ক) ১৫৬৩

খ) ১৫৬৮

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৫৬৮।


10. চিলাৰায়ে কৰা কিবৰ বলত নবাবৰ মাতৃৰ প্ৰাণ ৰক্ষা হয়।  

ক) পৰিকল্পনাৰ

খ) চিকিৎসাৰ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) চিকিৎসাৰ।


11. চুলেমান কৰৰাণিৰ জীয়েকক কালৈ বিয়া দিয়া হৈছিল। 

ক)চিলাৰায়লৈ

খ) শুক্লধ্বজলৈ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক)চিলাৰায়লৈ।


12. দাউদৰ ৰাজত্বকালত কিমান খি.ত দিল্লীৰ মোগল সম্ৰাট আকবৰে গৌড় দেশ আক্ৰমণ কৰে। 

ক) ১৫৬৭

খ) ১৫৭৬

গ) ওপৰৰ দুইটা হয়।

উত্তৰঃ খ) ১৫৭৬।


13. কামাখ্য়া মন্দিৰৰ কোনভাগৰ দেৱালত নৰনাৰায়ণ আৰু চিলাৰায়ৰ দুটা মূৰ্তি দেখিবলৈ পোৱা যায় । 

ক) তলৰভগৰ

খ) ভিতৰভাগৰ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ভিতৰভাগৰ।


14. কোচবিহাৰত থাকোঁতেই কিমান খ্ৰি.ত কাকতকূটা নামৰ ঠাইত শংকৰদেৱৰ দেহাৱসান ঘটিছিল। 

ক) ১৫৬৯

খ) ১৫৬৭

গ) ওপৰৰ দুইটা হয়।

উত্তৰঃ ক) ১৫৬৯।


15. কিমান খ্ৰি.ত নৰনাৰায়ণৰ মৃত্য়ু হয়। 

ক) ১৫৭৮

খ) ১৫৮৭

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৫৮৭।


16.মন্দিৰতে থকা শিলালিপি এখনত কিমান খ্ৰি.ত শুক্লধ্বজ অৰ্থাৎ চিলাৰায়ৰ নেতৃত্বত কামাখ্য়া মন্দিৰ পুনৰ নিৰ্মাণ কৰোৱাৰ কথা উল্লেখ আছে ।

ক) ১৫৬৫

খ) ১৫৬৩

গ) ওপৰৰ দুইটা নহয়

উত্তৰঃ ক) ১৫৬৫.


17. বেলগুৰিৰপৰা শংকৰদেৱ শিষ্য়সকলৰ সৈতে কলৈ যায় ।

মাজুলীলৈ যায়

পাটবাউসীলৈ যায়

ওপৰৰ এটাও নহয়

উত্তৰঃ পাটবাউসীলৈ যায়।


18. কিমান খ্ৰিষ্টাব্দ মানত চিলাৰায়ৰ মৃত্য়ু হৈছিল । 

ক) ১৫৭৩ মানত

খ) ১৫৭৭ মানত

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৫৭৭ মানত।


19. ৰাজত্বকালৰ শেষৰফালে ১৫৮১ খ্ৰিষ্টাব্দত নৰনাৰায়ণে কোচ ৰাজ্য়খনক কেইটা ভাগত বিভক্ত কৰিছিল । 

ক) ৩

খ) ৫

গ) ২

উত্তৰঃ গ) ২।


20. চিলাৰায়ৰ পুত্ৰ নাম কি ।

ক) বসুদেব

খ) ৰঘুদেৱ

গ) ওপৰৰ

উত্তৰঃ ৰঘুদেৱ।


type by- Raktima Saikia