শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকন 

 Chapter- 6

1. কাৰ ৰাজত্বকালত মিৰজুমলাই অসম আক্ৰমণ কৰিছিল ?

ক) জয়ধ্বজ সিংহৰ

খ) চক্ৰধ্বজ সিংহৰ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) জয়ধ্বজ সিংহৰ।


2. কাৰ হাতৰ পৰা অসমৰ হৃত গৌৰৱ উদ্ধাৰ কৰিবলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা চলালে ?

ক) আহোমৰ

খ) মোগলৰ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) মোগলৰ।


3. কোনে গুৱাহাটী উদ্ধৰৰ বাবে অগ্ৰসৰ হ’ল ? 

ক) লাচিত বৰফুকনে

খ) আতন বুঢ়াগোহাঁই

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) লাচিত বৰফুকনে।


4. অভিযানত ৰাণী, লুকী আদিৰ জনজাতীয় ৰসকলেও কি দি অংশগ্ৰহণ কৰিছিল ?

ক) টকা – পইচা

খ) সৈন্য় – সামন্ত

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) সৈন্য় – সামন্ত।


5. পৰাজয়ৰ পোতৰ তুলিবৰ বাবে তেওঁ পুনৰ কি আক্ৰমণৰ বাবে এদল সৈন্য় পঠালে ?

ক) ভাৰত

খ) অসম

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) অসম।


6. কিমান চনত ৰাম সিংহই অসম পালেহি ?

ক) ১৬৬৮

খ) ১৬৬৯

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৬৬৯।


7. কিমান খ্ৰি.তত ৰজা জক্ৰধ্বজ সিংহৰ নিৰ্দেশ মতে বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনে আলাবৈ নামৰ এখন ঠাইত যুদ্ধত অংশ লয় ?

ক) ১৬৬৯

খ) ১৬৯৬

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ১৬৬৯।


8. চক্ৰধ্বজ সিংহ কিমান খ্ৰি.ত মৃত্য়ু হৈছিল ?

ক) ১৬৬৭

খ) ১৬৬৯

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৬৬৯।


9. ৰজা স্বৰ্গদেউ উদয়াদিত্য় সিংহইও চামধৰাৰ পৰা প্ৰায় কিমান সৈল্য় পঠালে ?

ক) ২০০০

খ) ২০০০০

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ২০০০০।


10. কিমান খ্ৰি.ত আহোম আৰু মোগলৰ মাজত এখন তয়াময়া  ৰণ লাগিল ?

ক) ১৬৭১

খ) ১৬৭২

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ১৬৭১।


11. কিমান খ্ৰি.ৰ আহোম আৰু মোগলৰ মাজৰ এই যুদ্ধৰ পিছত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে মানাহ নদী দুয়োখন ৰাজ্য়ৰ সীমা নিৰ্ধাৰণ হ’ল ? 

ক) ১৬৭১

খ) ১৭৬১

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ১৬৭১।


12. মোমাই তামুলীৰ পুত্ৰৰ নাম কি ?

ক) বিচক্ষণ বৰবৰুৱা

খ) উদয়াদিত্য় সিংহ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) বিচক্ষণ বৰবৰুৱা।


13. শৰাইঘাটৰ যুদ্ধৰ পিছতেই কিমান খ্ৰি.ৰ এপ্ৰিল মাহত ইহলীলা সম্বৰণ কৰিছিল ?

ক) ১৬৭১

খ) ১৬৭২

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৬৭২।


14. কোনে মোগলক ভেটিবলৈ প্ৰধান সেনাপতি ভেটিবলৈ প্ৰধান সেনাপতি পদেৰে অলংকৃত কৰি লাচিতক যুদ্ধলৈ পঠাইছিল ? 

ক) জয়ধ্বজ সিংহই

খ) চক্ৰধ্বজ সিংহই

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) চক্ৰধ্বজ সিংহই।


15. আলাবৈ যুদ্ধত প্ৰায় কিমান সৈন্য় হেৰুৱাৰ পাছত মানসিকভাৱে লাচিত ভাগি পৰিছিল ?

ক) দহ হাজাৰ

খ) দহ লাখ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) দহ হাজাৰ।


16. কেবা হাজাৰ পদাতিক, ১৮০০০ অশ্বাৰেপী, ৩০০০০ কাঁড়ী সৈন্য় আৰু কিমান খন যুদ্ধ জাহাজ লৈ ১৬৬৯খ্ৰি.ৰ ফ্ৰেব্ৰুৱাৰি মাহত ৰামসিংহ অসম পালেহি ? 

ক) ২৫ খন

খ) ৪৫ খন

গ) ৩০ খন

উত্তৰঃ গ) ৩০ খন।


17. আতন বুঢ়াগোহাঁইৰ নেতৃত্বত কি যুদ্ধ কৰি বহুতো উভতি যোৱা মোগল সৈন্য়ক মাৰিলে ?

ক) দগা যুদ্ধ কৰি

খ) গেৰিলা পদ্ধতি যুদ্ধ কৰি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ


18. কেবা হাজাৰ পদাতিক, কিমান অশ্বাৰোহী, হাজাৰ কাঁড়ী সৈন্য় আৰু ৩০ খন যুদ্ধ জাহাজ লৈ ১৬৬৯ খ্ৰি.ৰ ফ্ৰেব্ৰুৱাৰি মাহত ৰামসিংহ অসম পালেহি ? 

ক) ১৮০০০

খ) ৩০০০০

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১৮০০০।


19. সৈন্য়বোৰে ৰাতিৰ ভিতৰতে গড় সাজি উলিয়ালে সেই গড়টোৰ নাম কি ?                            

ক) মোগলকটা গড়

খ) মোমাইকটা গড়

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) মোমাইকটা গড়।


20.চক্ৰধ্বজ সিংহৰ প্ৰধানমন্ত্ৰী দুজন কোন আছিল ? 

ক) জয়ধ্বজ সিংহ

খ) আতন বুঢ়াগোহাঁই

গ) দোলাকাষৰীয়া বৰুৱা

উত্তৰঃ গ) দোলাকাষৰীয়া বৰুৱা।


Type By- Raktima Saikia.