সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব

Chapter-8


(১) পঢ়িব-লিখিব নজনা মানুহক কি বোলে ?

ক) নিৰক্ষৰ

খ) দৰিদ্ৰতা

গ) দুৰ্নীতি

উত্তৰঃ ক) নিৰক্ষৰ।


(২) নীতিবিৰুদ্ধ সকলো কামক কি বোলা হয় ?

ক) অন্ধবিশ্বাস

খ) দুৰ্নীতি

গ) লিংগ বৈষম্য়

উত্তৰঃ খ) দুৰ্নীতি।


(৩) দুখীয়াৰ আন এটা নাম কি ?

ক) নিৰক্ষৰতা

খ) ভেটি লোৱা

গ) দৰিদ্ৰতা

উত্তৰঃ গ) দৰিদ্ৰতা।


(৪) কলা টকা কাক বোলে ?

ক) কষ্ট কৰি পোৱা টকাক

খ) অসত উপায়েৰে অৰ্জা টকাক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) অসত উপায়েৰে অৰ্জা টকাক।


(৫) সমাজত কাৰ স্থান বেছি ?

ক) পুৰুষৰ

খ) মহিলাৰ

গ) সকলোৰে সমান

উত্তৰঃ-গ) সকলোৰে সমান।


(৬)  বৰ্তমান ভাৰতৰ নিৰক্ষৰতা শতকৰা হাৰ প্ৰায় কিমান ?

ক) ২০

খ) ২২

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।


(৭) বৰ্তমান অসমৰ নিৰক্ষৰতা শতকৰা হাৰ প্ৰায়–

ক) ২৭

খ) ২৬

গ) ২৫

উত্তৰঃ ক) ২৭।


(৮) নিৰক্ষৰ লোকৰ সমাজত কিহে গা কৰি উঠিছে ?

ক) কু-সংস্কাৰে

খ) অন্ধবিশ্বাসে

গ) ডাইনী সন্দেহে

উত্তৰঃ খ) অন্ধবিশ্বাসে।


(৯) ইয়াৰ ভিতৰত ঘৰুৱা সমস্য়া কোনটো ?

ক) বিবাহ বিচ্ছেদ

খ) দুৰ্নীতি

গ) কু-সংস্কাৰ

উত্তৰঃ ক) বিবাহ বিচ্ছেদ।


(১০) অন্ধবিশ্বাস, কু-সংস্কাৰ, লিংগ বৈষম্য আদি এইকেইটা কি সমস্য়া ?

ক) তলৰ এটাও নহয়

খ) সমাজৰ

গ) ঘৰৰ

উত্তৰঃ খ) সমাজৰ।


(১১) আমাৰ সমাজত থকা কেইটামান সামাজিক সমস্য়া কি কি?   

ক) ডাইনী সন্দেহে, ভেটি লোৱা,।

খ) নিৰক্ষৰতা, দৰিদ্ৰতা, অন্ধবিশ্বাস, জাতি-ভেদ প্ৰথা, দুৰ্নীতি, লিংগ বৈষম্য় আদি।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) নিৰক্ষৰতা, দৰিদ্ৰতা, অন্ধবিশ্বাস, জাতি-ভেদ প্ৰথা, দুৰ্নীতি, লিংগ বৈষম্য় আদি।


(১২) সাধাৰণতে লিখিব-পঢ়িব নজনা লোকক কি বোলা হয়?

ক) নিৰক্ষৰ।

খ) মুখ বোলা হয়।

গ) নজনা।

উত্তৰঃ ক) নিৰক্ষৰ।


(১৩) বিভিন্ন ব্য়ৱস্থা গ্ৰহণ কৰি সামাজিক সমস্য়া সমাধান কৰিব পাৰি। যেনে কি কি?

ক) (i) সমাজৰ মানুহে চিন্তা কৰি সামাজিক সমস্য়া সমাধানৰ পথ উলিয়াব লাগিব 

(ii)সমাজৰ শিক্ষিত চামে জনমত গঠন কৰি সামাজিক সমস্য়া সমাধান কৰিব পাৰে।

 (iii) শিক্ষাৰ বিস্তাৰ বা প্ৰসাৰে সমাজৰ পৰা সামাজিক সমস্য়াবোৰ দূৰ কৰিব পাৰে।



খ) (i) নিৰক্ষৰতা, দৰিদ্ৰতা, অন্ধবিশ্বাস, জাতি-ভেদ প্ৰথা, দুৰ্নীতি, লিংগ বৈষম্য় আদি। 

(ii) সমাজৰ মানুহে চিন্তা কৰি সামাজিক সমস্য়া সমাধানৰ পথ উলিয়াব লাগিব

 (iii) অসত উপায়েৰে অৰ্জা টকাক।


গ) ওপৰৰ এটাও নহয়।


উত্তৰঃ ক) (i) সমাজৰ মানুহে চিন্তা কৰি সামাজিক সমস্য়া সমাধানৰ পথ উলিয়াব লাগিব 

(ii)সমাজৰ শিক্ষিত চামে জনমত গঠন কৰি সামাজিক সমস্য়া সমাধান কৰিব পাৰে।

(iii) শিক্ষাৰ বিস্তাৰ বা প্ৰসাৰে সমাজৰ পৰা সামাজিক সমস্য়াবোৰ দূৰ কৰিব পাৰে।


(১৪) সমাজৰ অধিকাংশ মানুহে যেতিয়া এটা নিৰ্দিষ্ট সমস্য়াৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া সেই সমস্য়াটোকে কি বুলি কোৱা হ’য়?  

ক) সমাজৰ সমস্য়া বোলে।

খ) সামাজিক সমস্য়া বোলে।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) সামাজিক সমস্য়া বোলে।


(১৫) যিটো অৱস্থাত মানুহে ন্যূনতম প্ৰয়োজনীয়তাখিনিও পূৰণ কৰিব নোৱাৰে সেই অৱস্থাটোকে কি বোলে?  

ক) নিৰক্ষৰ বোলে।

খ) দুৰ্নীতি বোলে।

গ) দৰিদ্ৰতা বোলে।

উত্তৰঃ গ) দৰিদ্ৰতা বোলে।


(১৬) সাধাৰণতে লিখিব-পঢ়িব নজনা লোক কি বুলি কোৱা হয়? 

ক) নিৰক্ষৰ ।

খ) দুৰ্নীতি বোলে।

গ) দৰিদ্ৰতা বোলে।

উত্তৰঃ ক) নিৰক্ষৰ।


(১৭) একবিংশ শতিকাতো আমাৰ সমাজৰ একাংশ লোকে শিক্ষাৰ পোহৰৰ পৰা কি হৈ আছে?

ক) বঞ্চিত হৈ আছে।

খ) নিৰক্ষৰ হৈ আছে।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) বঞ্চিত হৈ আছে।


(১৮) মানুহভেদে, সমাজভেদে, দেশভেদে কি সমস্য়া বেলেগ বেলেগ হয়?

ক) সামাজিক

খ) বঞ্চিত

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) সামাজিক।


(১৯) নীতিবিৰুদ্ধ সকলো কাম-কাজক কি বোলা হয়।

ক) দুৰ্নীতি বোলা হয়।

খ) নিৰক্ষৰ বোলা হয়।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) দুৰ্নীতি বোলা হয়।


(২০) যিটো অৱস্থাত মানুহে ন্য়ূনতম প্ৰয়োজনীয়তাখিনিও পূৰণ কৰিব নোৱাৰে সেই অৱস্থাটোকে কি বোলে?

ক) তলৰ এটাও নহয়।

খ) দৰিদ্ৰতা বোলে ।

গ) নিৰক্ষৰ বোলা।

উত্তৰঃ খ) দৰিদ্ৰতা বোলে ।