Chapter 16

 অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল


১। বিশেষতৈ কিহৰ সমাজত ঢোলৰ আদৰ বেছি?

(ক) হিন্দী সমাজৰ

(খ) অসমীয়া সমাজৰ

(গ) ইংৰাজী সমাজৰ

উত্তৰ- (খ) অসমীয়া সমাজৰ ।


২। প্ৰায়োগিক দিশৰপৰা ঢোলবাদ্য়ক কেপ্ৰকাৰত ভগাব পাৰি?

(ক) একপ্ৰকাৰত

(খ) দুইপ্ৰকাৰত

(গ) তিনিপ্ৰকাৰত

উত্তৰ- (গ) তিনিপ্ৰকাৰত ।


৩। বিভিন্ন লোক উৎসৱসমূহত কি বজোৱা হয়?

(ক) পেপা

(খ) তাল

(গ) ঢোল

উত্তৰ- (গ) ঢোল ।


৪। নতুন বছৰটোক আদৰণি জনায় আৰু কৃষি কৰ্মৰ কাৰণে নিজকে কি কৰে?

(ক) আলোচনা কৰে

(খ) সাজু কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সাজু কৰে ।


৫। ঢোলৰ কেইটা মূৰ থাকে?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

উত্তৰ- (খ) দুটা ।


৬। ঢোলৰ খোলাটো আম, কঁঠাল নাইবা কি কাঠেৰে সজা হয়?

(ক) শাল কাঠেৰে

(খ) চাম কাঠেৰে

(গ) চেগুণ কাঠেৰে

উত্তৰ- (খ) চাম কাঠেৰে ।


৭। বিশেষকৈ কিহৰ অবিহনে অসমীয়া বিহু উৎসৱটিৰ কথা ভাবিবলৈয়ে টান লাগে?

(ক) নাচনি অবিহনে

(খ) ঢোলিৱা অবিহনে

(গ) ঢোলৰ অবিহনে

উত্তৰ- (গ) ঢোলৰ অবিহনে ।


৮। ঢোলটো ক’ত ওলোমাই বজাবলৈ সুবিধা হয়?

(ক) ককালত

(খ) কান্ধত

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (গ) ওপৰৰ দুয়োটাই শুদ্ধ ।


৯। ঢোল বজাই কাক খেদিবলৈ চেষ্টা কৰা হয়?

(ক) দেৱতাক

(খ) অপদেৱতাক

(গ) বেমাৰক

উত্তৰ- (খ) অপদেৱতাক ।


১০। .অসমৰ বাহিৰেও পৃথিৱীৰ আন বহুতো ক’ত ঢোলবাদ্য়ৰ প্ৰচলন আছে?

(ক) ৰাজ্য়ত

(খ) দেশত

(গ) মহাদেশত

উত্তৰ- (খ) দেশত ।


১১। ঢোল এবিধ অতি কি?

(ক) বাদ্য়যন্ত্ৰ

(খ) জনপ্ৰিয় বাদ্য়যন্ত্ৰ

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (খ) জনপ্ৰিয় বাদ্য়যন্ত্ৰ ।


১২। ঢোলটি বাবলৈ কেইটি আঙুলি  লাগে?

(ক) দুটি আঙুলি

(খ) তিনিটি আঙুলি

(গ) চাৰিটি আঙুলি

উত্তৰ- (খ) তিনিটি আঙুলি ।


১৩। কেতিয়াৰে পৰা ঢোলবাদ্য় প্ৰচলন হৈ আহিছে?

(ক) বৰ্তমান কালৰ পৰাই

(খ) অতীত কালৰ পৰাই

(গ) সভ্য়তাৰ পাতনিৰ পৰাই

উত্তৰ- (গ) সভ্য়তাৰ পাতনিৰ পৰাই ।


১৪। ঢোলৰ মাতত কি আহে?

(ক) বিহু আহে

(খ) বৰষুণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বৰষুণ ।


১৫। খোলাটো যিমানেই পাতলকৈ খোলা হয় তাৰ মাতটো কি হয়?

(ক) মিঠা আৰু টান হয়

(খ) মিঠা আৰু স্পষ্ট হয়

(গ) মিঠা আৰু ডাঙৰ হয়

উত্তৰ- (খ) মিঠা আৰু স্পষ্ট হয় ।


১৬। ঢোলবাদ্য় অসমীয়াসকলৰ কি?

(ক) বাপতি সাহোন

(খ) প্ৰাণৰো প্ৰাণ

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (গ) ওপৰৰ দুয়োটাই শুদ্ধ ।


১৭। মাৰিৰে কোবোৱা মূৰটোক কি বোলে?

(ক) তালি

(খ) কোবনি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কোবনি ।


১৮। দুয়োটা মূৰ সংযোগ কৰা দোলবোৰক কি বোলে?

(ক) তালি

(খ) কোবনি

(গ) বৰতি

উত্তৰ- (গ) বৰতি ।


১৯। কি ৰঙেৰে খোলাটোত ৰং কৰা হয়?

(ক) ৰঙা-বগা

(খ) নীলা-ক’লা

(গ) ৰঙা-ক’লা

উত্তৰ- (গ) ৰঙা-ক’লা ।


২০। অসমীয়া সংস্কৃতিত ঢোলবাদ্য় কি ভাৱে সোমাই আছে?

(ক) ভিন ভিন ভাৱে সোমাই আছে

(খ) ওতঃপ্ৰোতভাৱে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ওতঃপ্ৰোতভাৱে ।


 Type: Pompi Hazarika


Post ID: DABP006992