আমাৰ ছাৰ

1. আমাৰ চাৰ গল্পটো কোনে লিখিছিল ?

(ক) প্ৰসন্নলাল চৌধুৰী

(খ) যোগেশ দাস

(গ) জ্যোতিপ্ৰসাত আগৰৱালা

উত্তৰঃ (খ) যোগেশ দাস

2. তেখেতৰ জন্ম কিমান চনত হৈছিল ?

(ক) ১৯৩৪ চনত

(খ) ১৯২৩ চনত

(গ) Option 3

উত্তৰঃ (গ) Option 3

3. তেখেতৰ ক'ত জন্ম হৈছিল ?

(ক) ডুমডুমাৰ হাঁহচৰা বাগিচাত

(খ) তেজপুৰ

(গ) গুৱাহাটী

উত্তৰঃ (ক) ডুমডুমাৰ হাঁহচৰা বাগিচাত

4. কিমান চনত তেওঁ এম এ ডিগ্ৰী লাভ কৰে?

(ক) ১৯৫৬ চনত

(খ) ১৯৬৪ চনত

(গ) ১৯৫৯ চনত

উত্তৰঃ (গ) ১৯৫৯ চনত

5. ডুমডমুা হাইস্কুলত শিক্ষকতা কৰি কোনে চাকৰি জীৱনৰ পাতনি মেলে ?

(ক) যোগেশ দাসে

(খ) হেমচন্দ্ৰ বৰুৱা

(গ) আনন্দচন্দ্ৰ আগৰৱালা

উত্তৰঃ (ক) যোগেশ দাসে

6. কিমান চনত তেওঁ গুৱাহাটী বি বৰুৱা মহাবিদ্যালয়ত অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে নিযুক্ত হয ?

(ক) ১৯৫১ চনত

(খ) Option 2

(গ) ১৯৫৩ চনত

উত্তৰঃ (গ) ১৯৫৩ চনত

7. তেখেত নতুন অসমীয়া কাকতৰ কি আছিল ?

(ক) সদস্য

(খ) উপ-সম্পাদক

(গ) এটাও নহয়

উত্তৰঃ (খ) উপ-সম্পাদক

8. অসম সাহিত্য সভাৰ এক-পঞ্চশতম অধিৱেশনত তেখেত কি আছিল ?

(ক) সদস্য

(খ) উপ-সভাপতি

(গ)  সভাপতি

উত্তৰঃ (গ) সভাপতি

9. সাহিত্য চৰ্চাৰ স্বীকৃতি হিচাপে তেওঁ বহুতো কিহেৰে সন্মানিত হৈছিল ?

(ক) বঁটাৰে

(খ) সন্মানেৰে

(গ) এটাও নহয়

উত্তৰঃ (ক) বঁটাৰে

10. যোগেশ দাসে বহুতো উপন্যাস আৰু কি ৰচনা কৰি থৈ গৈছে ?

(ক) গ্ৰন্থ

(খ) গল্প

(গ) নাটক

উত্তৰঃ (খ) গল্প

11. দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচনা কৰা কোনখন উল্লেখযোগ্য উপন্যাস ?

(ক) ডাৱৰ আৰু নাই

(খ) ৰাম বিজয়

(গ) এটাও নহয়

উত্তৰঃ (ক) ডাৱৰ আৰু নাই

12. পৃথিৱীৰ অসুখ গল্প সংকলনখনৰ বাবে তেওঁ কিমান চনত সাহিত্য অকাদমী বঁটা লাভ কৰে ?

(ক) ১৯৫৬ চনত

(খ) ১৯৭০ চনত

(গ) ১৯৮০ চনত

উত্তৰঃ (গ) ১৯৮০ চনত

13. কিমান চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে ?

(ক) ১৯৯৬ চনত

(খ) ১৯৯৪ চনত

(গ) ১৯৪৫ চনত

উত্তৰঃ (খ) ১৯৯৪ চনত

14. কিমান চনত তেওঁ  ইহলীলা সম্বৰণ কৰে ?

(ক) ১৯৫৬ চনত

(খ) ১৯৯৬ চনত

(গ) ১৯৯৯ চনত

উত্তৰঃ (গ) ১৯৯৯ চনত

15. "তাই একো নেজানে ছাৰ নিচেই সৰু হৈ আছে" এই কথাষাৰ কোনে কৈছিল? 

(ক) পদ্মেশ্বৰে কৈছিল

(খ) হেমন্তৰে কৈছিল

(গ) প্ৰফেছাৰে কৈছিল

উত্তৰঃ (ক) পদ্মেশ্বৰে কৈছিল

16. ছাৰে কত বিয়া খাব যোৱাৰ কথা আছিল?

(ক) নগাঁওত

(খ) শিৱসাগৰত

(গ) যোৰহাতত

উত্তৰঃ (গ) যোৰহাতত

17. কাৰ বিয়া আছিল?

(ক) মিনুৰ

(খ) ইষাৰ

(গ) হেমন্তৰ

উত্তৰঃ (ক) মিনুৰ

18. কাৰ জীয়েকৰ বিয়া আছিল ?

(ক) পদ্মেশ্বৰৰ

(খ) হাজৰাৰ

(গ) হেমন্তৰ

উত্তৰঃ (ক) পদ্মেশ্বৰৰ

19. ছাৰৰ চাইকেলখন কোনে নোকোৱাকৈ লৈ গৈছিল?

(ক) হেমন্তই

(খ) পদ্মেশ্বৰে

(গ) হাজৰাই

উত্তৰঃ (গ) হাজৰাই

20. ছাৰে কি খাই ভাল পাইছিল-

(ক) চাহ

(খ) তামোল

(গ)  Option 3

উত্তৰঃ (খ) তামোল