অৰণ্য়ত দীপু

Chapter 3


১) এদিন আবেলি দীপুৱে চোতালত তাৰ কি চাফা কৰি আছিল?

ক) মটৰ চাইকেল

খ) গাড়়ী

গ) চাইকেল

উত্তৰঃ গ) চাইকেল


২) দীপুৱে চাইকেল চাফা কৰি থকা সময়ত চোতালৰ মাজেৰে কি পাৰ হৈ গৈছিল?

ক) সাপ

খ) সিংহ

গ) শহা-পহু

উত্তৰঃ গ) শহা-পহু


৩) দীপুৱে কি এৰি শহাটোৰ পাছে পাছে দৌৰিবলৈ ধৰিলে?

ক) বাহীঁ

খ) চাইকেল

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) চাইকেল


৪) অলপ ৰৈ সি কোন ফালে চালে আৰু কি দেখিলে?

ক) দুই ফালে চালে আৰু সাপ

খ) চাৰিও ফালে চালে আৰু গছ-গছনিবোৰ

গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ খ) চাৰিও ফালে চালে আৰু গছ-গছনিবোৰ


৫) কিছুমান কি গছৰ পৰা জৰী ওলমি আছে?

ক) ডাঙৰ গছৰ

খ) সৰুগছৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ডাঙৰ গছৰ


৬) দীপুৱে দেখিলে যে সি অৰণ্য়ত সোমাই পৰিছে।

ক) হয়

খ) নহয়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) হয়


৭) ভয় খাই সি কলৈ উলটি যাবলৈ থিৰাং কৰিলে ?

ক) মেলালৈ

খ) পূজাঁলৈ

গ) ঘৰলৈ

উত্তৰঃ ঘৰলৈ


৮) বাট হেৰুৱাই দীপুৱে কি কৰিব ধৰিলে?

ক) নাচিবলৈ

খ) উচুপিবলৈ

গ) গান গাবলৈ

উত্তৰঃ খ) উচুপিবলৈ


৯) 'হেৰা সৰু ল'ৰা, কিয় উচুপি আছা কোনে কৈছিল?

ক) ককাজনে

খ) হৰিণা টিয়ে

গ) ধনেশ পক্ষীয়ে

উত্তৰঃ গ) ধনেশ পক্ষীয়ে


১০) ঘৰত কাকো নোকোৱাকৈ অহাৰ বাবে দীপুক ককাকে কি কৰিলে?

ক) মৰম কৰিলে

খ) খং কৰিলে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) খং কৰিলে