আজৰি পৰৰ কাম

Chapter 12


১। চন্দন আৰু প্ৰীতম কেতিয়া গাঁৱৰ ঘৰলৈ গৈছিল ?

(ক) গৰমৰ বন্ধত

(খ) ঠাণ্ডা বন্ধত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গৰমৰ বন্ধত


২। গাঁৱত তেওঁলোকৰ কোন আছিল ?

(ক) মাহীয়েকৰ ঘৰ

(খ) মামাকৰ ঘৰ

(গ) ককাকৰ ঘৰ

উত্তৰঃ ককাকৰ ঘৰ


৩। চন্দন আৰু প্ৰীতম কাৰ লগত ককাকৰ ঘৰত গৈছিল ?

(ক) মাক-দেউতাকৰ লগত

(খ) মামা-মামীয়েকৰ লগত

(গ) মাহী-মহাকৰ লগত

উত্তৰঃ মাক-দেউতাকৰ লগত


৪। ককাকে ৰাতিপুৱা কি কৰে ?

(ক) ফুৰিবলৈ যায়

(খ) মুকলি বতাহ লয়

(গ) খোজকাঢ়ে

উত্তৰঃ মুকলি বতাহ লয়


৫। তেওঁলোকে গাঁৱৰ ঘৰলৈ কিহেৰে গৈছিল ?

(ক) ট্ৰেইনত গৈছিল

(খ) জাহাজত গৈছিল

(গ) গাড়ীত গৈছিল

উত্তৰঃ গাড়ীত গৈছিল


৬। সন্ধিয়া তেওঁলোকে ঘৰত কি কৰে ?

(ক) কথা পাতে

(খ) পঢ়া-শুনা কৰে

(গ) প্ৰাৰ্থনা কৰে

উত্তৰঃ প্ৰাৰ্থনা কৰে


৭। আজৰি সময়ত চন্দন আৰু প্ৰীতমে কাক সহায় কৰে ?

(ক) মাক-দেউতাকক

(খ) ককাক-আইতাকক

(গ) মাহী-মহাকক

উত্তৰঃ মাক-দেউতাকক


৮। সিহঁতৰ ঘৰৰ আগফাল চিকুণাই কি পাতিছে ?

(ক) গছপুলি ৰুইছে

(খ) শাকনি বাৰী

(গ) ফুলনি বাৰী

উত্তৰঃ ফুলনি বাৰী


৯। চন্দন আৰু প্ৰীতম ক'ৰলৈ আহিছে ?

(ক) গাঁৱৰ ঘৰলৈ

(খ) চহৰৰ ঘৰলৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গাঁৱৰ ঘৰলৈ


১০। চন্দন আৰু প্ৰীতমে বন্ধৰ দিনত কেনেদৰে সময় কটাইছিল ?

(ক) নাচি

(খ) খেলি,শুই

(গ) গান গায়

উত্তৰঃ খেলি,শুই


১১। ধুইছে ৰীমাই কাপোৰ পাৰত কুঁৱাৰ 

(ক) ৰীমাই কাপোৰ ধুইছে কুঁৱাৰ পাৰত

(খ) ৰীমাই কুঁৱাৰ পাৰত কাপোৰ ধুইছে

(গ) কুঁৱাৰ পাৰত  ৰীমাই কাপোৰ ধুইছে

উত্তৰঃ ৰীমাই কুঁৱাৰ পাৰত কাপোৰ ধুইছে


১২। ভিতৰত কৰি কাম আছে মায়ে

(ক) মায়ে ভিতৰত কৰি কাম আছে

(খ) ভিতৰত মায়ে কৰি কাম আছে ।

(গ) মায়ে ভিতৰত কাম কৰি আছে

উত্তৰঃ মায়ে ভিতৰত কৰি কাম আছে


১৩। ভাল খেলি কেৰম পাওঁ মই

(ক) কেৰম খেলি ভাল পাওঁ মই

(খ) কেৰম ভাল পাওঁ মই খেলি

(গ) মই কেৰম খেলি ভাল পাওঁ

উত্তৰঃ মই কেৰম খেলি ভাল পাওঁ


DABP007063