জন্ম-দিনৰ আয়োজন

Chapter 13


১। সীমান্তৰ মাকে পাকঘৰত মজিয়াত বহি কি কৰি আছিল ?

(ক) পাচলি কাটি

(খ) ঘৰ মচি

(গ) চাউল বাছি

উত্তৰঃপাচলি কাটি


২। সীমান্তৰ জন্ম-দিনটো কি বাৰত হ'ব ?

(ক) বুধবাৰ

(খ) শনিবাৰ

(গ) সোমবাৰ

উত্তৰঃ সোমবাৰ


৩। ভন্টি কাৰ লগত বাৰীত আছে ?

(ক) মাৰ লগত

(খ) দেউতাৰ লগত

(গ) ককাৰ লগত

উত্তৰঃ দেউতাৰ লগত


৪। স্কুলৰ বাইদেৱে জন্ম-দিনত সীমান্তক কি কৰিবলৈ কৈছে ?

(ক) নামঘৰত শৰাই দিব দিছে

(খ) গছপুলি ৰুব দিছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গছপুলি ৰুব দিছে


৫। সীমান্তই পদূলি মূৰত কিহৰ পুলি ৰুইছে ?

(ক) কদম

(খ) চেগুন

(গ) নাহৰ

উত্তৰঃ নাহৰ


৬। সীমান্তৰ জন্ম-দিনৰ বাবে ক' ত শৰাই দিম বুলি কৈছিল ?

(ক) নামঘৰত

(খ) মন্দিৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ নামঘৰত


৭। মাকক কিহৰ যোগান ধৰিবলৈ সীমান্তই কৈছিল ?

(ক) চাহ-পানী

(খ) জলপান

(গ) মিঠাই

উত্তৰঃ জলপান


৮। মাকে সীমান্তক কি কামত সহায় কৰিবলৈ কৈছিল ?

(ক) বাচন-বৰ্তন ধোৱাত

(খ) ঘৰ সাৰাত

(গ) টিনটোত চাউলখিনি ভৰোৱাত

উত্তৰঃ টিনটোত চাউলখিনি ভৰোৱাত


৯। মাকে সীমান্তক কি পৰিপাটী থ'বলৈ কৈছে ?

(ক) টেবুলখন

(খ) বিছনাখন

(গ) ঘৰটো

উত্তৰঃ টেবুলখন


১০। সীমান্তই এইবাৰ কাৰ লগত জন্ম-দিন পালিব ?

(ক) মাক-দেউতাকৰ লগত

(খ) সবান্ধৱৰ লগত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ সবান্ধৱৰ লগত


১১। পাকঘৰৰ শব্দৰ অৰ্থ কি ?

(ক) পালন কৰ

(খ) ৰান্ধনী ঘৰ, ভাত ৰন্ধা ঘৰ

(গ) সোধা কাৰ্য

উত্তৰঃ ৰান্ধনী ঘৰ, ভাত ৰন্ধা ঘৰ


১২। প্ৰতিপালৰ শব্দৰ অৰ্থ কি ?

(ক) পালন কৰ

(খ) সোধা কাৰ্য

(গ) পালন কৰিবলগীয়া কৰ্তব্য়

উত্তৰঃ পালন কৰ


১৩। প্ৰশ্নৰ শব্দৰ অৰ্থ কি ?

(ক) পালন কৰিবলগীয়া কৰ্তব্য়

(খ) সোধা কাৰ্য

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ সোধা কাৰ্য


১৪। দায়িত্বৰ শব্দৰ অৰ্থ কি ?

(ক) জিজ্ঞাসা

(খ) পালন কৰিবলগীয়া কৰ্তব্য়

(গ) ভাত ৰন্ধা ঘৰ

উত্তৰঃ পালন কৰিবলগীয়া কৰ্তব্য়


১৫। শিক্ষকৰ শব্দৰ অৰ্থ কি ?

(ক) মা

(খ) শিক্ষয়িত্ৰী

(গ) বাই

উত্তৰঃ শিক্ষয়িত্ৰী


DABP007062