বীৰাংগনা মূলাগাভৰু

Chapter 8


১। অসম এখন কি ৰাজ্য় ?

(ক) বুৰঞ্জীপ্ৰসিদ্ধ

(খ) আহোম দেশৰ

(গ) তুৰ্বকৰ

উত্তৰঃ বুৰঞ্জীপ্ৰসিদ্ধ


২। মূলাগাভৰু কোন আছিল ?

(ক) বীৰ সেনাপতি

(খ) ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী


৩। তেওঁৰ স্বামীৰ নাম কি ?

(ক) তুৰ্বক

(খ) স্বৰ্গদেউ

(গ) ফ্ৰাচেংমুং বৰগোহাঁই

উত্তৰঃ ফ্ৰাচেংমুং বৰগোহাঁই


৪। তুৰ্বক কোন আছিল ?

(ক) মুছলমানসকলৰ সেনাপতি

(খ) আহোমসকলৰ সেনাপতি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ মুছলমানসকলৰ সেনাপতি


৫। কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত হৈছিল ?

(ক) নাৰীৰ হাতত

(খ) বীৰাংগনাৰ হাতত

(গ) আহোমসকলৰ হাতত

উত্তৰঃ আহোমসকলৰ হাতত


৬। কলিয়াবৰৰ ৰণক আৰু কি নামেৰে জনা যায় ?

(ক) কপিলী-গংগা ৰণ

(খ) থৈয়া-নথৈয়া ৰণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ কপিলী-গংগা ৰণ


৭। কাৰ অস্ত্ৰাঘাতত মূলাগাভৰুৰ মৃত্য়ু হৈছিল ?

(ক)  তুৰ্বকৰ অস্ত্ৰৰ আঘাতত

(খ) তুৰ্বকৰ সেনাপতি  অস্ত্ৰ আঘাতত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ  তুৰ্বকৰ অস্ত্ৰৰ আঘাতত


৮। সেইজন স্বৰ্গদেউক আন কি নামেৰে জনা যায় ?

(ক) ফ্ৰাচেংমুং

(খ) তুৰ্বক

(গ) স্বৰ্গ নাৰায়ণ

উত্তৰঃ স্বৰ্গ নাৰায়ণ


৯। বৰগোহাঁহাই মৃত্য়ুৰ বাতৰি ক'লৈ পাইছিল গৈ ?

(ক) গড়গাওঁ

(খ) কামৰূপ

(গ) হাজু

উত্তৰঃ গড়গাওঁ


১০। তুৰ্বকৰ সৈন্য়ক পৰাস্ত কৰি কোন নদীলৈ খেদি পঠালে ?

(ক) যমুনা নদীলৈ

(খ) কৰতোয়া নদীলৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ কৰতোয়া নদীলৈ


১১। নাৰীৰ শব্দৰ অৰ্থ কি ?

(ক) পতি

(খ) মহিলা

(গ) গিৰী

উত্তৰঃ মহিলা


১২। স্বামীৰ শব্দৰ অৰ্থ কি ?

(ক) মহিলা

(খ) গিৰী 

(গ) অংগনা

উত্তৰঃ গিৰী 


১৩। ফ্ৰান্সৰ ৰাজধানী কি ?

(ক) পেৰিছ

(খ) দিল্লী

(গ) গুজৰাট

উত্তৰঃ পেৰিছ


১৪। প্লেগ এবিধ কি ৰোগ ?

(ক) শ্লাঘা

(খ) সংত্ৰামক

(গ) প্ৰশংসা

উত্তৰঃ সংত্ৰামক


১৫। শ্লাঘা মানে কি ?
 
(ক) ফ্লেগ

(খ) প্ৰশংসা

(গ) ক্লান্ত

উত্তৰঃ প্ৰশংসা




DABP007066