ভিন ভিন প্ৰাণী

Chapter 2


১)  কুলি চৰায়ে কাৰ বাহত  কণী পাৰে ?

(ক) কাউৰী

(খ) টুনী

(গ) এটাও নহয়

উত্তৰঃ (ক) কাউৰী


২) হাঁহৰ প্ৰিয় খাদ্য় কি ?

(ক)  কেঁচু

(খ) কুমটি

(গ) শামুক

উত্তৰঃ (গ) শামুক


৩) মানুহ  কি প্ৰাণী

(ক) মাংসভোজী

(খ) তৃণভোজী

(গ) সৰ্বভোজী

উত্তৰঃ (গ) সৰ্বভোজী


৪)  মাছ খোৱা চৰাই কোন বিধ ? 

(ক) ফেঁচা

(খ)বগলী

(গ) মাছৰোকা 

উত্তৰঃ (গ) মাছৰোকা 


৫) কোন বিধ মাছ গাঁতত সোমাই থাকে  ?

(ক)  শিঙি মাছ

(খ)  কাৱৈ

(গ)এটাও নহয়

উত্তৰঃ (ক)  শিঙি মাছ



৬) কি চৰাই ঠোঁট ধেনুভিৰীয়া ?

(ক)  মৌ-পিয়া চৰাই

(খ)   ভাটৌ চৰাই

(গ)  শলিকা চৰাই

উত্তৰঃ  (ক)  মৌ-পিয়া চৰাই



৭) মাংস খোৱা চৰাই কোন বিধ ?

(ক) শগুণ

(খ) বগলি

(গ) ফেঁচা

উত্তৰঃ (ক) শগুণ



৮)  কোন বোৰ প্ৰানী তৃণভোজী প্ৰাণী

(ক)  গৰু, ছাগলি, ম'হ

(খ)   কুকুৰ, মেকুৰী, বাঘ

(গ)   এটাও নহয়

উত্তৰঃ (ক)  গৰু, ছাগলি, ম'হ



৯) বাহ সজাত পাৰ্গত হোৱা চৰাইক কি বোলে

(ক)  শিপিনী

(খ) ৰ্দজী

(গ) এটাও নহয়

উত্তৰঃ  (গ) এটাও নহয়


১০) কোন বোৰ চৰাই ঠোঁট জোঙা আৰু টান ?

(ক)  পাৰ, শালিকা, কপৌ

(খ) ভাটৌ, বগলী, মাছৰোকা

(গ) এটাও নহয়

উত্তৰঃ  ভাটৌ, বগলী, মাছৰোকা


১২) টোকোৰা চৰায়ে কেনে ধৰনৰ বাহ সাজে  ?

(ক) টেকেলি

(খ) লাউ

(গ) এটাও নহয়

উত্তৰঃ (ক) টেকেলি  


১৩) প্ৰাণীবোৰক কেইপ্ৰকাৰেৰে ভাগ কৰিব পাৰি ?

(ক)  ৩ প্ৰকাৰেৰে

(খ) ৫ প্ৰকাৰেৰে

(গ) ২প্ৰকাৰেৰে

উত্তৰঃ (ক)  ৩ প্ৰকাৰেৰে


১২) বাঢ়ৈটোকা চৰায় ঠোঁত কেনেকোৱা ?

(ক)  দীঘলিয়া

(খ)   জোঙা

(গ)  এটাও নহয়

উত্তৰঃ (খ)  জোঙা



১৩ ) পাগুলি আহাৰ খোৱা প্ৰাণীবোৰৰ দাঁতবোৰ কেনেকোৱা ?

(ক) সৰু আৰু জোঙা

(খ)  ডাঙৰ আৰু চেপেটা

(গ) এটাও নহয়

উত্তৰঃ (খ)  ডাঙৰ আৰু চেপেটা



১৪) চৰাই দাঁত আছেনে নাই ? 

(ক)  নাই 

(খ)  আছে

(গ)  এটাও নহয়

উত্তৰঃ (ক)  নাই 



১৫) বুলবুলি চৰায়ে ক'ত বাঁহ সাজে ?

(ক)  তামোল গছত

(খ) জোপোহা গছত

(গ) এটাও নহয়

উত্তৰঃ (খ) জোপোহা গছত



১৬) মৌ-প্ৰিয়া চৰাই প্ৰিয় খাদ্য় কি ?

(ক) মাছ

(খ) ফৰিং

(গ)  মৌ

উত্তৰঃ (গ) মৌ


Type: Pompi Hazarika

DABP007357