Class 5 Environment 

অসমৰ সংস্কৃতি 

পাঠঃ ৭ 


১) অসমৰ ভিন ভিন অঞ্চলত মানুহে কি পাতি বাস কৰে ?

(ক) ঘৰ 

(খ) দেশ

(গ) সমাজ

উত্তৰঃ (গ) সমাজ


২) সংস্কৃতি শব্দৰ অৰ্থ কি ?

(ক) ব্য়াপক

(খ) বিশাল 

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (গ) ওপৰৰ দুয়োটা 


৩) মহাপুৰুয শমকৰদেৱে সৃষ্টি কৰা নামঘৰক কি বোলে ?

(ক) মন্দিৰ 

(খ) জাতীয় নাটশালা 

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (খ) জাতীয় নাটশালা 


৪) শংকৰদেৱৰ প্ৰীয় শিষ্য় কোন ?

(ক) তলৰ দুয়োটা 

(খ) ৰাম 

(গ) মাধৱদেৱ

উত্তৰঃ (গ) মাধৱদেৱ 


৫) বিহু --------জাতীয় উৎসৱ।

(ক) ভাৰতৰ 

(খ) অসমৰ 

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (খ) অসমৰ 


৬) অসমৰ স্থানীয় ভাষা কি 

(ক) হিন্দী 

(খ) বাংলা 

(গ) অসমীয়া 

উত্তৰঃ অসমীয়া 


৭) ভাষাৰ ৰূপ কেইটা ?

(ক) ১ টা 

(খ) ৩ টা

(গ) ২ টা

উত্তৰঃ (গ) ২ টা


৮) সেইকেইটা কি কি ?

(ক) কথিত 

(খ) লিখিত

(গ) ওপৰৰ দুটোটা 

উত্তৰঃ (গ) ওপৰৰ দুটোটা 


৯) অসমৰ মানুহৰ প্ৰধান খাদ্য় কি ?

(ক) ভাত 

(খ) ৰুটি 

(গ) মাংস

উত্তৰঃ (ক) ভাত 


১০)  অগ্নিগড় থকা ঠাইখনৰ নাম কি ?

(ক) কামৰূপ

(খ) গোৱালপাৰা 

(গ) তেজপুৰ 

উত্তৰঃ (গ) তেজপুৰ 


১১) পোৱামক্কা থকা ঠাইখনৰ নাম কি ?

(ক) কামৰূপ 

(খ) গোৱালপাৰা 

(গ) তেজপুৰ 

উত্তৰঃ কামৰূপ 


১২) টেগবাহাদুৰৰ গুৰুদ্বাৰ থকা ঠাইখনৰ নাম কি ?

(ক) গোৱালপাৰা 

(খ) ধুবুৰী

(গ) কাছাৰ

উত্তৰঃ ধুবুৰী


১৩) ভূৱন পাহাৰ মন্দিৰ থকা ঠাইখনৰ নাম কি ?

(ক) গোৱালপাৰা 

(খ) ধুবুৰী

(গ) কাছাৰ

উত্তৰঃ কাছাৰ


১৪) সূয পাহাৰ থকা ঠাইখনৰ নাম কি ?

(ক) গোৱালপাৰা

(খ) ধুবুৰী

(গ) কাছাৰ

উত্তৰঃ গোৱালপাৰা


১৫) বড়ো জনজাতীসকলৰ মহীলাসকলে কি পিন্ধে ?

(ক) দখনা 

(খ) ফালি 

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (গ) ওপৰৰ দুয়োটা 


১৬) বিহু --------জাতীয় উৎসৱ।

(ক) ভাৰতৰ 

(খ) অসমৰ 

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (খ) অসমৰ 


১৭)  খেৰাই পূজা ______পালন কৰে।

(ক) মিছিং সকলে 

(খ) বড়ো সকলে

(গ) কাৰ্বি সকলে

উত্তৰঃ (খ) বড়ো সকলে


১৮) ব'হাগত _____পালন কৰা হয়।

(ক) ব'হাগ বিহু

(খ) কাতি বিহু

(গ) মাঘ বিহু

উত্তৰঃ ব'হাগ বিহু


১৯)  মিছিংসকলে____ পালন কৰে।

(ক) হাছাকেকান 

(খ) আলি- আই-লৃগাং

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ  আলি- আই-লৃগাং


২০) কৰম পূজা ---------পালন কৰে।

(ক) কাৰ্বি সকলে 

(খ) বড়ো সকলে

(গ) আদিবাসী সকলে 

উত্তৰঃ (গ) আদিবাসী সকলে


Type  Munmi Hazarika