জীৱৰ বৈশিষ্ট্য়

Chapter- 1


১। পৃথিৱীত থকা বস্তুবোৰৰ গাত প্ৰাণ আৰু কি থাকে?

(ক) বায়ু

(খ) শক্তি

(গ) জীৱন

উত্তৰ- (গ) জীৱন ।


২। প্ৰাণ নথকা এই নিৰ্জীৱ বস্তুবোৰ কি?

(ক) মাটি

(খ) বায়ু

(গ) জড়

উত্তৰ- (গ) জড় ।


৩। জীৱই জন্ম দিব পাৰেনে?

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পাৰে ।


৪। জীৱক জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন?

(ক) বাঁহ

(খ) খাদ্য়

(গ) শিল-বালি

উত্তৰ- (খ) খাদ্য় ।


৫। খালী চকুৰে মণিব নোৱাৰা জীৱক কি বোলে?

(ক) বেক্টেৰিয়া

(খ) ভাইৰাছ

(গ) অনুজীৱ

উত্তৰ- (গ) অনুজীৱ ।


৬। জীৱৰ নিৰ্দিষ্ট কি থাকে?

(ক) বৈশিষ্ট

(খ) শ্বাস

(গ) আয়ুস

উত্তৰ- (গ) আয়ুস ।


৭। জীৱৰ শৰীৰত কিমান কোষ থাকে?

(ক) কেইবা লাখ

(খ) কেইবা কোটি

(গ) কেইবা হাজাৰ কোটি

উত্তৰ- (গ) কেইবা হাজাৰ কোটি ।


৮। উদ্ভিদৰ কোষবোৰত একোখন কি থাকে?

(ক) বেৰ

(খ) কোষপ্ৰস

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।


৯। জড় পদাৰ্থত শ্বাস প্ৰক্ৰিয়া আছেনে?

(ক) আছে

(খ) নাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নাই ।


১০। ভাইৰাছবোৰ  প্ৰ’টিন আৰু কি পদাৰ্থৰ দ্বাৰা গঠিত?

(ক) প্ৰ’ট’প্লাজম

(খ) বেক্টেৰিয়া

(গ) নিউক্লিয়িক এছিড

উত্তৰ- (গ) নিউক্লিয়িক এছিড ।


১১। জীৱৰ শৰীৰত কি নামৰ পদাৰ্থ থাকে?

(ক) প্ৰ’ট’প্লাজম্

(খ) ছেমপাৰ্ভাইৰেন্ছ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) প্ৰ’ট’প্লাজম্ ।


১২। ওখ-ডাঙৰ হোৱা প্ৰক্ৰিয়াক কি বোলে?

(ক) বৃদ্ধি

(খ) শক্তি

(গ) দুৰ্বল

উত্তৰ- (ক) বৃদ্ধি ।


১৩। সকলো জীৱ কিহেৰে গঠিত?

(ক) কোষেৰে

(খ) হাড়েৰে

(গ) তেজেৰে

উত্তৰ- (ক) কোষেৰে ।


১৪। হাতীৰ প্ৰায় কিমান বছৰ আয়ুস?

(ক) ১০০

(খ) ১২০

(গ) ১৫০

উত্তৰ- (ক) ১০০ ।


১৫। কাছৰে কিমান বছৰমানলৈকে জীয়াই থাকে?

(ক) ১২০

(খ) ১৫০

(গ) ২০০

উত্তৰ- (খ) ১৫০ ।


১৬। জীৱৰ জন্ম আৰু স্বাভাৱিক মৃত্য়ুৰ মাজৰ সময়ছোৱাক কি বোলে?

(ক) জন্ম

(খ) প্ৰজন্ম

(গ) জীৱবিধৰ আয়ুস

উত্তৰ- (গ) জীৱবিধৰ আয়ুস ।


১৭। পৃথিৱীৰ আটাইতকৈ ওখ গছজোপাৰ নাম কি?

(ক) কালিফ’ৰ্নিয়া

(খ) ছিকুৱা ছেমপাৰ্ভাইৰেন্ছ

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰ- (খ) ছিকুৱা ছেমপাৰ্ভাইৰেন্ছ ।


১৮। এই গছজোপাৰ উচ্চতা কিমান মিটাৰ?

(ক) ১০০ মিটাৰ

(খ) ১১০ মিটাৰ

(গ) ১১৭ মিটাৰ

উত্তৰ- (গ) ১১৭ মিটাৰ ।


১৯। বেক্টেৰিয়াৰ শৰীৰত থকা কোষৰ সংখ্যা_________?

(ক) এক

(খ) দুই

(গ) তিনি

উত্তৰ- (ক) এক ।


২০। কেঁচুৱে_______ৰ সহায়ত উশাহ লয়?

(ক) ছালৰ

(খ) নাকৰ

(গ) কাণৰ 

উত্তৰ- (ক) ছালৰ ।

DABP006924