একতাৰ বল

১।  মহীকান্ত বৰুৱা গাঁওখনৰ কি ?

(ক) ভাল খেতিয়ক

(খ) গাঁওবুঢ়া

(গ) এটাও নহয়

উত্তৰঃ (খ) গাঁওবুঢ়া

২।  খেতিয়কজনৰ কেইজন পুতেক আছিল ?

(ক) চাৰিজন

(খ) তিনিজন

(গ) এটাও নহয়

উত্তৰঃ (ক) চাৰিজন

৩।  খেতিয়কজনৰ পুতেককেইজনৰ মাজত কি নাছিল ?

(ক) মিলা-প্ৰীতি

(খ) দায়িত্ব

(গ) এটাও নহয়

উত্তৰঃ (ক) মিলা-প্ৰীতি

৪। এদিন খেতিয়কজনে পুতেককেইজনক কি ভাঙিবলৈ কৈছিল ?

(ক) ইটা

(খ) ইকৰাৰ কাঠী

(গ) এটাও নহয়

উত্তৰঃ (খ) ইকৰাৰ কাঠী

৫। বলেৰে নোৱাৰিলে ……………………. প্ৰয়োগ কৰিবা ।

(ক) বুদ্ধি

(খ) স্বভাৱ

(গ) এটাও নহয়

উত্তৰঃ (ক) বুদ্ধি

৬।  জহকালি শব্দৰ অৰ্থ কি ?

(ক) শীতলকালি

(খ) গৰমকালি

(গ) এটাও নহয়

উত্তৰঃ (খ) গৰমকালি

৭।  তেওঁৰ ……………. ভাল ।

(ক) স্বভাৱ

(খ) বুদ্ধি

(গ) এটাও নহয়

উত্তৰঃ (ক) স্বভাৱ

৮।  মিলা-প্ৰীতি শব্দৰ অৰ্থ কি ?

(ক) একতা

(খ) চেষ্টা কৰি পোৱা

(গ) এটাও নহয়

উত্তৰঃ (ক) একতা

৯। পুতেককেইজনৰ মাজত মিল আছিলনে ?

(ক) আছিল

(খ) নাছিল

(গ) এটাও নহয়

উত্তৰঃ (খ) নাছিল

১০।  কাণসাৰ শব্দৰ অৰ্থ কি ?

(ক) কোনো কথালৈ মনোযোগ দিয়া

(খ) কপাঁ, অস্থিৰ, অধীৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) কোনো কথালৈ মনোযোগ দিয়া

Type - Boby Bora

DABP007108