ঋতু আহে ঋতু যায়

১) চ'ত-ব'হাগত ঝতু বসন্ত বিৰিখে কি কৰে?

(ক)পাত সলায়

(খ)পাত নসলায়

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)পাত সলায়

২) জেঠ-আহাৰত কি ঋতু ফল পকে নানা জাত?

(ক)শৰৎ

(খ)গ্ৰীষ্ম

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)গ্ৰীষ্ম

৩) শাওণ-ভাদত বৰ্ষা ঋতু কিহৰ বাবে ভাল?

(ক)শাক-পাচলীৰ বাবে

(খ)খেতি বাবে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)খেতি বাবে

৪) আহিন-কাতিত শৰৎ ঋতু ভৰে কিহৰ ডাল?

(ক)ফুলৰ ডাল

(খ)শেৱালিৰ ডাল

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)শেৱালিৰ ডাল

৫) আঘোণ-পুহত ঋতু হেমন্ত কি পৰে ?

(ক)বৰষুণ

(খ)ৰ'দ

(গ)নিয়ৰ-কুঁৱলী

উত্তৰঃ (গ)নিয়ৰ-কুঁৱলী

৬) মাঘ-ফগুনত শীত ঋতু গছৰ কি সৰে?

(ক)ডাল

(খ)পাত

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)পাত

৭) শ+ম=কি হব?

(ক)শ্ম

(খ)ষ্ম

(গ)শ্ব

উত্তৰঃ (ক)শ্ম

৮) ওপৰৰ পৰা পৰিল টেকেলি টেকেলিৰ ভিতৰত এশ ভেকুলী উত্তৰ টো কি?

(ক)কঠাল

(খ)নাৰিকল

(গ)আম

উত্তৰঃ (ক)কঠাল

৯) আগ তিতা গুৰি মৌ কি খাবি মানিকী বৌ উত্তৰ টো কি?

(ক)কুঁহিয়া

(খ)নাৰিকল

(গ)জলকিয়া

উত্তৰঃ (ক)কুঁহিয়া

১০) বসন্ত কালত গছে পাত কি কৰে?

(ক)নসলায়

(খ)সলায়

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)সলায়


Post ID: DABP007182