পখিলা
১) পখিলািই পাখি মেলি কি কৰে উৰি উৰি
(ক)নাচে
(খ)গান গাই
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)নাচে
(ক)ঘূৰি ঘূৰি চায়
(খ)নুঘুৰাকে চায়
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)ঘূৰি ঘূৰি চায়
(ক)ভোমোৰাক
(খ)কলিটিক
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)কলিটিক
(ক)জক্ মক্ কৰে
(খ)নাচি ফুৰে
(গ)ওপৰৰ এটাও হয়
উত্তৰঃ (ক)জক্ মক্ কৰে
(ক)জংঘলত
(খ)ফুলনিত
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)ফুলনিত
(ক)পানী
(খ)ফলৰ ৰস
(গ)ফুলৰ মৌ
উত্তৰঃ (গ)ফুলৰ মৌ