বোন্দাৰ বিলৈ
১) নিশাৰ ভাগত কোন ওলাল কান্ধত জোলোঙা আৰি?
(ক)মেকুৰী
(খ)কুকুৰ
(গ)নিগনি
উত্তৰঃ (গ)নিগনি
২) কৰ পৰা কিজানি এমুঠি খুদ-কণ গোটাব পাৰি ?
(ক)মোনাৰ পৰা
(খ)ভঁৰালৰ পৰা
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)ভঁৰালৰ পৰা
৩) বোন্দা আছিল ডুলিৰ আঁৰত কি ধৰিবলৈ?
(ক)মানুহ
(খ)চিকাৰ
(গ)চৰাই
উত্তৰঃ (খ)চিকাৰ
৪) আহাৰ বিচাৰি কোন তাৰ ওলাল গৈ?
(ক)নিগনি
(খ)মেকুৰি
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)নিগনি
৫) ন+ধ=কি হব ?
(ক)ন্তু
(খ)ন্ধ
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)ন্ধ
৬) নিগনিক ধৰোঁ বুলি কোনে মাৰিলে দীঘল জাঁপ ?
(ক)বোন্দাই
(খ)কুকুৰে
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)বোন্দাই
৭) গান্ধীজীৰ জন্ম ক'ত?
(ক)গুৱাহাটী
(খ)গুজৰাট
(গ)পোৰবন্দৰ
উত্তৰঃ (গ)পোৰবন্দৰ
৮) তেওঁ লগত বহুতো কিয়ে যোগদান কৰিছিল?
(ক)কৰ্মীয়ে
(খ)লোকে
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)কৰ্মীয়ে
৯) গান্ধীজীয়ে দেশৰ হকে কি দিছিল?
(ক)কিতাপ
(খ)প্ৰাণ বলিদান
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)প্ৰাণ বলিদান
১০) দেশৰ বাবে প্ৰাণ আহুতি দিয়াজনক ছহিদ বোলে?
(ক)হয়
(খ)নহয়
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)হয়
Post ID: DABP007126
0 Comments