ত্ৰিমাত্ৰিক আকৃতি

 Chapter 3 

১। লুডু গুটিৰ পিঠি কেইখন ?

ক) ৫ খন

খ) ৬ খন

গ) ৭ খন

উত্তৰঃ খ) ৬ খন

২। বাকচ এটাৰ চুক কেইটা ?

ক) ১০ টা

খ) ৮ টা

গ) ১২ টা

উত্তৰঃ খ) ৮ টা

৩। বলৰ পিঠি কেইখন ?

ক) ৫ খন

খ) ৪ খন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়

৪। ১১, ১২, ১৩, ১৪, ১৫ ৰ পিছৰ সংখ্যাটো কি হয়?

ক) ১৬

খ) ১৭

গ) ১৮

উত্তৰঃ ক) ১৬

৫। বাইদেৱে শ্ৰেণীকোঠালৈ কিহত ভৰাই বহুত বস্তু আনিছে?

ক) বেগত ভৰাই

খ) মোনাত ভৰাই

গ) পলিথিনত ভৰাই

উত্তৰঃ খ) মোনাত ভৰাই

৬। বাইদেৱে সকলোকে কিহৰ চাৰিওফালে থিয় হ'বলৈ ক'লে?

ক) বিচনাৰ চাৰিওফালে

খ) টেবুলৰ চাৰিওফালে

গ) বেঞ্চৰ চাৰিওফালে

উত্তৰঃ খ) টেবুলৰ চাৰিওফালে

৭। বাইদেৱে মোনাৰ পৰা এটা এটাকৈ বস্তু উলিয়াই ক'ত সজালে?

ক) বেঞ্চত
 
খ) টেবুলত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) টেবুলত

৮। স্কেলৰ সহায়ত যি পোন ৰেখা অঁকা হয় তাক কি বোলে?

ক) সৰল ৰেখা
 
খ) বেঁকা ৰেখা

গ) সামন্তৰিকৰ ৰেখা

উত্তৰঃ ক) সৰল ৰেখা

৯। বাকচ এটাৰ কাষ কেইটা?

ক) ১০ টা

খ) ১২ টা

গ) ৮ টা

উত্তৰঃ খ) ১২ টা

১০। লুডু গুটিৰ চুক কেইটা ?

ক) ৯ টা

খ) ৮ টা

গ) ১২ টা

উত্তৰঃ খ) ৮ টা