পক্ষীকুলৰ অভিযন্তা
1. টোকোৰা চৰাইৰ ঠোঁট আৰু চকুৰ মণি কি ৰঙৰ ?
(ক)হালধিয়া ৰঙৰ
(খ)বাদামী ৰঙৰ
(গ)এটাও নহয়
উত্তৰঃ (খ)বাদামী ৰঙৰ
2. কি কি গছত টোকোৰা চৰায়ে বাহ সাজে ?
(ক)খেজুৰ, নাৰিকল, তামোল, তাল আদি
(খ)খেজুৰ, সৰিয়হ, তাল আদি
(গ)এটাও নহয়
উত্তৰঃ (ক)খেজুৰ, নাৰিকল, তামোল, তাল আদি
(ক)বহলকৈ
(খ)ঠেককৈ
(গ)এটাও নহয়
উত্তৰঃ (খ)ঠেককৈ
(ক)টুনি আৰু বাঢ়ৈটোকা
(খ)ঘনচিৰিকা
(গ)এটাও নহয়
উত্তৰঃ (ক)টুনি আৰু বাঢ়ৈটোকা
(ক)চ্ছ
(খ)ঞ্চ
(গ)এটাও নহয়
উত্তৰঃ (ক)চ্ছ
(ক)বজায়
(খ)মাৰে
(গ)এটাও নহয়
উত্তৰঃ (ক)বজায়
(ক)বাদক
(খ)বাদিয়াৰ
(গ)এটাও নহয়
উত্তৰঃ (খ)বাদিয়াৰ
(ক)অভিযন্তা
(খ)শিক্ষক
(গ)এটাও নহয়
উত্তৰঃ (ক)অভিযন্তা
(ক)ইচ্ছা
(খ)অভিযন্তা
(গ)এটাও নহয়
উত্তৰঃ (খ)অভিযন্তা
10. বাঞ্ছা শব্দৰ অৰ্থ কি ?
(ক) খবৰ , বাতৰি
(খ)ইচ্ছা, কামনা
(গ)এটাও নহয়
উত্তৰঃ (খ)ইচ্ছা, কামনা