ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

১। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেতিয়া জন্ম হৈছিল ?

(ক) ১৯০৩ চনৰ ১৭ জানুৱাৰীত

(খ) ১৯০৩ চনৰ ১৭ জুন তাৰিখে

(গ) এটাও নহয়

উত্তৰঃ (খ) ১৯০৩ চনৰ ১৭ জুন তাৰিখে

২।  জ্যোতিপ্ৰসাদ আগৰৱালাৰ ক’ত জন্ম হৈছিল ?

(ক) ডিব্ৰুগড়ৰ তামোলবাৰীত

(খ) তেজপুৰত

(গ) এটাও নহয়

উত্তৰঃ (ক) ডিব্ৰুগড়ৰ তামোলবাৰীত

৩।  সৰুৰে পৰা তেখেত কি পৰিৱেশত ডাঙৰ-দীঘল হৈছিল ?

(ক) সাংস্কৃতিক পৰিৱেশত

(খ) হুলস্থূল পৰিৱেশত

(গ) এটাও নহয়

উত্তৰঃ (ক) সাংস্কৃতিক পৰিৱেশত

৪। উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ তেখেত কলৈ গৈছিল ?

(ক) বাৰ্লিনলৈ

(খ) লণ্ডনলৈ

(গ) এটাও নহয়

উত্তৰঃ (খ) লণ্ডনলৈ

৫।  প্ৰথম অসমীয়া বোলছবি খনৰ নাম কি ?

(ক) জয়মতী

(খ) ইন্দ্ৰমালতী

(গ) এটাও নহয়

উত্তৰঃ (ক) জয়মতী

৬।  তেখেতে কিমান বছৰ বয়সত শোণিতকুঁৱৰী নাটক খন ৰচনা কৰিছিল ?

(ক) তেৰ বছৰ বয়সত

(খ) চৈধ্য বছৰ বয়সত

(গ) এটাও নহয়

উত্তৰঃ (খ) চৈধ্য বছৰ বয়সত

৭। কিমান চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেহাৱসান ঘটিছিল ?

(ক) ১৯৫১ চনৰ ১৭ জানুৱাৰীত

(খ) ১৯৫১ চনৰ ১৭ জুন তাৰিখে

(গ) এটাও নহয়

উত্তৰঃ (ক) ১৯৫১ চনৰ ১৭ জানুৱাৰীত

৮।  তেখেতৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয় ?

(ক) জ্যোতি দিৱস

(খ) শিল্পী দিৱস

(গ) এটাও নহয়

উত্তৰঃ (খ) শিল্পী দিৱস

৯।  সম্ভ্ৰান্ত শব্দৰ অৰ্থ কি ?

(ক) মান্য, সন্মান পাবৰ যোগ্য

(খ) দান, বৰঙনি

(গ) এটাও নহয়

উত্তৰঃ (ক) মান্য, সন্মান পাবৰ যোগ্য

১০।  ভাও দিয়া লোক =

(ক) অভিনেতা

(খ) ভাৱৰীয়া

(গ) এটাও নহয়

উত্তৰঃ (খ) ভাৱৰীয়া

Type - Boby Bora

DABP007107