আগলি বাঁহত বগলীৰ বাহ

১।  ল’ৰাহঁতে বৰহাঁকুটিৰে কি লৰাইছে ?

(ক) বাঁহগছ

(খ) আমৰ ডাল

(গ) এটাও নহয়

উত্তৰঃ (খ) আমৰ ডাল

২।  গছৰ কাষতে কি আছে ?

(ক) খাল

(খ) হাট

(গ) এটাও নহয়

উত্তৰঃ (ক) খাল

৩।  বৰষুণ পৰি আলি-বাটতো কি হৈছে ?

(ক) শুকান

(খ) পিছল

(গ) এটাও নহয়

উত্তৰঃ (খ) পিছল

৪।  বগা বগলীৰ বাহ ক’ত আছে ?

(ক) আগলি বাঁহত

(খ) আমৰ ডালত

(গ) এটাও নহয়

উত্তৰঃ (ক) আগলি বাঁহত

৫।  আমৰ ডাল লৰোৱা সঁজুলিটো কি ?

(ক) হাকুটি

(খ) বৰহাঁকুটি

(গ) এটাও নহয়

উত্তৰঃ (খ) বৰহাঁকুটি

৬।  নিৰীহ চৰাইৰ বাহটি কিহে সাজিছে ?

(ক) শুকান ঘাঁহে

(খ) ঘাঁহে

(গ) এটাও নহয়

উত্তৰঃ (ক) শুকান ঘাঁহে

৭।  আগলি বাঁহত দেখিছানে বাৰু _____________________ বাহ ,

(ক) বগা বগলীৰ

(খ) নিৰীহ চৰাইৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) বগা বগলীৰ

৮। খুৰাই ক’লে নাভাঙিবা দেই ______________ বাহ ,

(ক) বগা বগলীৰ

(খ) নিৰীহ চৰাইৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) নিৰীহ চৰাইৰ

৯।  ভাল শব্দৰ বিপৰীত শব্দটো কি ?

(ক) বেয়া

(খ) দুষ্ট

(গ) এটাও নহয়

উত্তৰঃ (ক) বেয়া

১০। খগেন খুৰাৰ হাতত ধৰি ____________ আগবঢ়াই দি ,

(ক) দিলে

(খ) ক’লে

(গ) এটাও নহয়

উত্তৰঃ (খ) ক’লে

Type - Boby Bora


DABP007106