পৰিয়াল 

১. মা-দেউতা , বাই-ভনী , দাদা-ভাইটি সকলো মিলি কি হৈছে ?

(ক) পৰিয়াল

(খ) পৰিৱেশ

(গ) ঘৰ

উত্তৰঃ (ক) পৰিয়াল

২. পৰিয়াল সমাজৰ কি গোট ?

(ক) সামাজিক

(খ) প্ৰয়োজনীয়

(গ) প্ৰাথমিক

উত্তৰঃ (ক) সামাজিক

৩. অনিতাই কাৰ লগত খেলে ?

(ক) মিণ্টু

(খ) চিণ্টু

(গ) জিণ্টু

উত্তৰঃ (গ) জিণ্টু

৪. অনিতাক কোনে গান শিকায় ?

(ক) মাকে

(খ) দেউতাকে

(গ) পেহীয়েকে

উত্তৰঃ (গ) পেহীয়েকে

৫. অনিতাৰ পৰিয়ালটোৰ মুৰব্বী কোন ?

(ক) দেউতা

(খ) কাকা

(গ) আইতা

উত্তৰঃ (খ) কাকা

৬. অনিতাৰ পৰিয়ালৰ সদস্য় কেইজন ?

(ক) ১০ জন

(খ) ৫ জন

(গ) ৯ জন

উত্তৰঃ (খ) ৫ জন

৭. অনিতাৰ ঘৰ কত ?

(ক) শোনিতপুৰ

(খ) তেজপুৰ

(গ) শিৱসাগৰ

উত্তৰঃ (গ) শিৱসাগৰ

৮. শশাংকুৰ ঘৰ কত ?

(ক) শিৱসাগৰ

(খ) তেজপুৰ

(গ) শোনিতপুৰ

উত্তৰঃ (গ) শোনিতপুৰ

৯. শশাংকু কোনখন বিদ্য়ালয়ত পঢ়ে ?

(ক) মজলীয়া

(খ) প্ৰাক্-প্ৰাথমিক

(গ) বালিকা

উত্তৰঃ (খ) প্ৰাক্-প্ৰাথমিক

১০. শশাংকুৰ প্ৰীয় খেল কি ?

(ক) ফুটবল

(খ) ক্ৰিকেট

(গ) হকী

উত্তৰঃ (খ) ক্ৰিকেট

১১. দেউতাৰ ককায়েকক কি বুলি কয় ?

(ক) ককা

(খ) মামা

(গ) বৰদেউতা

উত্তৰঃ (গ) বৰদেউতা

১২. ককাৰ দেউতাকক  কি বুলি কয় ?

(ক) পেহা

(খ) আজোককা

(গ) দেউতা

উত্তৰঃ (খ) আজোককা

১৩. দেউতাৰ মাকক  কি বুলি কয় ?

(ক) পেহী

(খ) জেঠাই

(গ) আইতা

উত্তৰঃ (গ) আইতা

১৪. মাৰ ভায়েকক  কি বুলি কয় ?

(ক) মামা

(খ) ককা

(গ) আজোককা
 
উত্তৰঃ (ক) মামা

১৫. দেউতাৰ ভনীয়েকক  কি বুলি কয় ?

(ক) মামী

(খ) খুৰী

(গ) পেহী

উত্তৰঃ (গ) পেহী

১৬. মাৰ দেউতাকক  কি বুলি কয় ?

(ক) মামা

(খ) ককা

(গ) পেহা

উত্তৰঃ (খ) ককা

১৭. পৰিয়ালৰ জ্য়েষ্ঠজনক  কি বুলি কয় ?

(ক) মুৰব্বী

(খ) গাওবুঢ়া

(গ) প্ৰধানমন্ত্ৰী

উত্তৰঃ (ক) মুৰব্বী

১৮. মা-দেউতা , বাই-ভনী , দাদা-ভাইটি আদিৰে ঘৰখন কেনেকুৱা লাগে

(ক) বেয়া লাগে

(খ) আনন্দ লাগে

(গ) ভয়  লাগে

উত্তৰঃ (খ) আনন্দ লাগে

১৯. শশাংকুৱে ভালদৰে শুনা নাপায় বাবে কি ব্য়ৱহাৰ কৰে ?

(ক) শ্ৰৱনযন্ত্ৰ

(খ) ভ্ৰৱনযন্ত্ৰ

(গ) প্ৰৱণযন্ত্ৰ

উত্তৰঃ (ক) শ্ৰৱনযন্ত্ৰ

২০. শশাংকুৱে কি কৰি ভাল পায়

(ক) ছবি আঁকি

(খ) খেল খেলি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ছবি আঁকি